অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ | Class 10 Social Science Question Paper | Class 10 Social Science All Question | 2010 to 2020 All Class 10 Question in Social Science Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন | Class 10 Social Science Book Question Bank |

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্য়ায়-3 

A. অতি চমু প্রশ্নাৱলী :  মূল্যাংক : 1′

1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল ? [HSLC’18]

(a) জিউৰাম দুলীয়া বৰুৱাক

(b) পিয়লি বৰুৱাক

(c) গোমধৰ কোঁৱৰক

(d) দুতিৰাম বৰুৱাক

(ii) তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল? [HSLC’19]

(i) ১৮৪৩ চনত (ii) ১৮৫৭ চনত

(iii) ১৮৬০ চনত

(iv) ১৮৬৩ চনত

(iii) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ? [HSLC 20]

(i) মায়াৰাম নাজিৰ

(ii) শ্বেখ ফর্মুদ আলী

(iii) পিয়লি বৰুৱা

(iv) দুটিৰাম বৰুৱা

2. কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল? [HSLC’16]

C. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3

1. ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কিয় বৃটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল? [HSLC [10]

2. অসমত ফুলগুৰিৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ? এই বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।[HSLC ’11]

3. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ কিয় বিফল হৈছিল? [HSLC 14]

4. ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্বৰ বিষয়ে এটি চমু টোকা লিখা । [HSLC ’17, ’19]

5: ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়া সকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমু টোকা লিখা। [HSLC ’17]

6. ১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ৷ [HSLC ’18]

7. ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ লিখা । [HSLC 18]

8. ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা ৷ [HSLC ’19]

9. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা । [HSLC ’19]

10. ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটা টোকা লিখা । [HSLC ’20]

11. ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ উল্লেখ কৰা । [HSLC ’20]

12. ব্ৰিটিছৰ বিৰুদ্ধে কৰা জয়ন্তীয়া বিদ্ৰোহৰ বিশেষত্ব সম্পর্কে লিখা। [HSLC 20]

C. ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6

1. আহোম ৰাজ্যৰ পতনৰ পিছত ব্ৰিটিছসকলে অসমত কেনেদৰে প্রশাসনিক সংস্কাৰ প্ৰবৰ্তন কৰিছিল আলোচনা কৰা। [HSLC 12]

2. অসমত ১৮৫৭-৫৮ চনত কিয় বিদ্ৰোহ সংঘটিত হৈছিল ? [HSLC ’17]

3. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হো ৱাৰ কাৰণবোৰ আলোচনা কৰা । [HSLC ’17]

4. ব্ৰিটিছৰ শাসনকালত অসমৰ জিলা প্ৰশাসনত সংস্কাৰ সাধনৰ বাবে ৰবাৰ্টচন আৰু ফ্ৰে জেনকিন্স কেনে ব্যৱস্থা লৈছিল চমুকৈ লিখা । [HSLC ’17]

5. বৃটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণ সমূহ লিখা ৷ [HSLC ’18]

Type by- Bikul Mandal