অসমৰ ভূগোল | Class 10 Social Science Question Paper | Class 10 Social Science All Question | 2010 to 2020 All Class 10 Question in Social Science Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন | Class 10 Social Science Book Question Bank |

অসমৰ ভূগোল 

অধ্য়ায়- 4 

A. অতি চমু প্রশ্নাৱলী : মূল্যাংক : 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় হৈ চৈখোৱাঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল— [HSLC ’10]

(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

(c) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

(d) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(ii) 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা [HSLC ’11] (a) 2.39 শতাংশ

(b) 2.79 শতাংশ

(c) 2.59 শতাংশ

(d) 3.29 শতাংশ।

(iii) মাটিকালি হিচাবে অসমৰ সৰ্ববৃহৎ জিলাখন হ’ল- [HSLC 12]

(a) কোকৰাঝাৰ

(b) ডিমা হাছাও

(c) কাৰ্বি আংলং

(d) কাছাৰ

(iv) অসমৰ ডিমা হাছাও জিলাত থকা পর্বত- পাহাৰসমূহ— [HSLC ’13]

(a) পাটকাই পর্বতশ্রেণীৰ অন্তৰ্গত

(b) বৰাইল পর্বতশ্রেণীৰ অন্তৰ্গত

(c) মেঘালয় মালভূমিৰ অন্তৰ্গত

(d) লুছাই পর্বতশ্রেণীৰ অন্তৰ্গত

(v) গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই (NH) পথটো হ’ল— [HSLC 15, 17]

(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

(c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (vi) বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল [HSLC ’18]

(ক) ১০ খন

(খ) ৫ খন

(গ) ২০ খন

(ঘ) ৬ খন

2. অসমত কিমানখন প্রশাসনিক জিলা আছে? [HSLC ’14]

B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3

1. অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন আৰু দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম উল্লেখ কৰাঁ।[HSLC 10]

2., অসমৰ শোণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাত অৱস্থিত তিনিখন অভয়াৰণ্যৰ নাম উল্লেখ কৰা ৷ [HSLC ’13]

3. অসম চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষবোৰ কি কি? [HSLC’19]

4. অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা ৷ [HSLC’19]

5. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা । [HSLC’19]

6. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ উল্লেখ কৰা । [HSLC’19]

7. অসমৰ চাৰিটা খনিজ সম্পদৰ নাম উল্লেখ কৰা । [HSLC 20]

8. অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পাৰ্বত্য জনজাতিৰ নাম উল্লেখ কৰা । [HSLC 20].

9. অসমত অর্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা উল্লেখ কৰা । [HSLC ’20]

10. অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখা ৷ [HSLC 20]

C. ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6

1. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পর্কে চমুকৈ আলোচনা কৰা। [HSLC ’11]

2. অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা ৷ [HSLC ’11]

3. অসমৰ মানচিত্ৰৰ নক্সা আঁকি অসমৰ প্ৰধান ভৌগোলিক | অঞ্চলকেইটা দেখুওৱা আৰু যি কোনো এটা অঞ্চলৰ চমু বর্ণনা দিয়া। [HSLC ’11]

4. অসমৰ এখন নয়া মানচিত্র আঁকি পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ, অবস্থান দেখুওৱা আৰু যি কোনো এখন ৰাষ্ট্ৰীয় উদ্যানৰ চক্ষু বিৱৰণ দিয়া। [HSLC ’12]

5. অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পর্কে আলোচনা কৰা। [HSLC 13]

6. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়াবোৰ মানচিত্ৰত বহুওৱা। [HSLC 13]

7. অসমৰ কুটিৰ উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা ।[HSLC ’13]

(i) ব্রহ্মপুত্র নদী

(ii) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

(iii) হাফলং নগৰ

8. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তাত তলত দিয়াবোৰ বহুওৱা : [HSLC [10]

(ক) জাটিংগা,

(খ) মাজুলী,

(গ) মানস ৰাষ্ট্ৰীয় উদ্যান।

9. অসমৰ এখন নক্সা আঁকা আৰু তলত দিয়াবোৰ যথাস্থানত বহুওৱা। [HSLC 15] (i) সোৱণশিৰি

(ii) বৰপেটা

(iii) চন্দ্ৰপুৰ

(iv) মাজুলী

10. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য্য সম্পৰ্কে আলোচনা কৰা। [HSLC’16]

11. অসমৰ পৰ্য্যটন উদ্যোগৰ সম্ভাৱনা সমূহৰ বিষয়ে চমুকৈ লিখা। [HSLC’16]

12. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তলত দিয়াসমূহ যথাস্থানত বহুওৱা : [HSLC 16]

(a) অসমৰ প্ৰথম তেলশোধানাগাৰ ।

(b) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান ।

13. অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC ’17]

14. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ সমূহ কি কি ? অসমৰ • চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC 17]

15. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়া সমূহ যথাস্থানত বহুওৱা : [HSLC ’17]

(a) এখন ৰাষ্ট্ৰীয় উদ্যান

(b) মোনাবাৰী চাহ বাগিছা

(c) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

16. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা। [HSLC 18]

17. অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা উল্লেখ কৰা। [HSLC ’18]

18. অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা । [HSLC ’18]

19. অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা ৷ [HSLC 18]
20. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়া সমূহ নাম সহকাৰে বহুওৱা : [HSLC’18]

(a) এখন কয়লাক্ষেত্র

(b) এটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্র

(c) এখন চিকিৎসা মহাবিদ্যালয়

21. অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। [HSLC’18]

22. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা : [HSLC’19]

(a) এটা তেল শোধনাগাৰ

(b) ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পার্ক 3. / অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা ।[HSLC’19]

23. অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া । [HSLC’19]

25/ অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুওৱাঃ [HSLC 20]

(a) জৈৱ-প্ৰযুক্তি পার্ক

(b) এখন পক্ষী অভয়াৰণ্য

(c) এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা

26. অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা । [HSLC 20]

27. অসমত ৰেল পৰিবহণ উন্নয়নৰ বিষয়ে এটি খতিয়ান লিখা । [HSLC 20]

Type by- Bikul Mandal