পৰিৱেশ আৰু পৰিৱেশৰ সমস্য়া | Class 10 Social Science Question Paper | Class 10 Social Science All Question | 2010 to 2020 All Class 10 Question in Social Science Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন | Class 10 Social Science Book Question Bank |

পৰিৱেশ আৰু পৰিৱেশৰ সমস্য়া

অধ্য়ায়- 2

1. অতি চমু প্রশ্নাৱলী : মূল্যাংক :

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহনা যোগোৱো গেছটো হ’ল – [HSLC ’12]

(a) মিথেন

(b) ক্ল’ৰ’ফ্ল’ৰ’ কার্বন

(c) নাইট্ৰাছ অক্সাইড

(d) কার্বন ডাইঅক্সাইড

(ii) এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয় [HSLC ’18] |

(ক) মেৰু অঞ্চলত (খ) অৰণ্য অঞ্চলত

(গ) ঔদ্যোগিক অঞ্চলত

(ঘ) ঘাঁহনি অঞ্চলত

(iii) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান ?

(i) 0.000ε%

(ii) 0.00%

(iii) ০.৩৫%

(iv) ৩.৩৫%

(iv) সেউজ গৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ? [HSLC’19]

(i) অক্সিজেন

(ii) কার্বন ডাই অক্সাইড

(iii) নাইট্ৰ’জেন

(iv) আর্গন

2. ‘ভূমিস্খলন’ মানে কি ? [HSLC ’11]

B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3

1. মৰুকৰণ কি? মৰুকৰণৰ দুটা কাৰণ লিখা ? [HSLC’17]

2. প্ৰদূষণ কি? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। [HSLC ’17]
3. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি, লিখা । [HSLC ’18]

4. পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা । [HSLC ’18] 5. মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা।[HSLC ’19]

6. প্রদূষণ মানে কি বুজায় ? মাটি কিদৰে প্ৰদূষিত হয়, লিখা। [HSLC ’19]

7. পানী প্ৰদূষণ কেনেকৈ হয় ? [HSLC 20]
8. -গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা । [HSLC ’20]

C.ৰনাধর্মী প্রশ্নাবলীঃ মূল্যাংক : 4/5

1. অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহৰ বিষয়ে চমু টোকা লিখা । [HSLC 12]

2. পাৰিবেশিক ব্যৱস্থাপনা মানে কি? কোনো এখন ঠাইৰ ভূমিস্খলন ৰোধ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি মতামত দিয়া। [HSLC ’12]

3. “গোলকীয় উষ্ণায়ন” মানে কি? গোলকীয় উষ্ণায়ন সম্পর্কে চমুকৈ আলোচনা কৰা। [HSLC ’13]

4. পৰিবেশিক সমস্যা কি? পৰিবেশিক সমস্যাৰ ভৌগলিক ভাগবোৰ ব্যাখ্যা কৰা ।[HSLC ’17]

5. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা । [HSLC’ 18]

Type by- Bikul Mandal