মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম | Class 10 Social Science Question Paper | Class 10 Social Science All Question | 2010 to 2020 All Class 10 Question in Social Scince Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন | Class 10 Social Science Book Question Bank |

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্য়য়-2 

A. অতি চমু প্ৰশ্নাৱলী ঃ                    মূল্য়াংকঃ 1 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল— [HSLC ’13]

(a) জার্মানীত

(b) ছিঙ্গাপুৰত

(d) ভাৰতবৰ্ষত

(ii) আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল – [HSLC ’12]

(a) কেপ্তেইন সোহান সিং

(b) ৰাসবিহাৰী বসু

(c) সুভাষ চন্দ্র বসু

(d) প্রেম ছেংগাল

(iii) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল? [HSLC ’18]

(a) আইন অমান্য আন্দোলনত

(b) অসহযোগ আন্দোলনত

(c) ভাৰত ত্যগ আন্দোলনত

(d) খিলাফৎ আন্দোলনত

(iv) ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্রধানমন্ত্রীজন আছিল- [HSLC ’19]

(i) ক্লিমেন্ট এটলি

(ii) উইনস্টন চার্চিল

(iii) ৰামছে মেকডোনাল্ড

(iv) থেৰেচা মে’

(v) চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ? [HSLC 20]

(i) ৫ ফেব্ৰুৱাৰী, ১৯২২

(ii) ৩১ জানুৱাৰী, ১৯৩০

(iii) ৮ আগষ্ট, ১৯৪২

(iv) ৬ এপ্রিল, ১৯১৯-

‘2. গান্ধী-আরউইন চুক্তি’ কি আছিল? [HSLC ’11,’15]

3. “গান্ধী-আউইন চুক্তি”ৰ মুখ্য উদ্দেশ্য কি আছিল ? [HSLC [13]

4. “আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল? [HSLC ’15]

B. চমু প্রশ্নাবলী : মূল্য়াংকঃ 2/3

1. ১৯৩১ চনত স্বাক্ষৰিত হোৱা গান্ধী-আরউইন চুক্তিৰ যিকোনো দুটা চর্ত উল্লেখ কৰা। [HSLC 15, 18]

2. গান্ধীজীয়ে কেতিয়া সৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সৱৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান ? [HSLC ’19]

3. গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা। [HSLC ’20] ৰচনাধর্মী প্রশ্নাবলী : মূল্যাংক : 2/3

1. ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আলোচনা কৰা । [HSLC [10]

2. স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে এটি বর্ণনা দিয়া। [HSLC ’11]

3. ভাৰতৰ স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজৰ অৱদান আলোচনা করা। [HSLC ’11]

4. “কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল চমুকৈ ব্যাখ্যা কৰা। [HSLC 12]

5. অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ হৈছিল আলোচনা কৰা। [HSLC ’12]

6. ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পর্কে আলোচনা কৰা। [HSLC 13]

7. মন্ত্রীদূতৰ সদস্যসকল কোন কোন আছিল? ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে মন্ত্রীদূতে আগবঢ়োৱা আঁচনিসমূহ লিখা । [HSLC ’16]

8. কি ৰাজনৈতিক পৰিস্থিতিত ‘গান্ধী-আরউইন’ চুক্তি স্বাক্ষৰিত হৈছিল? চুক্তিৰ চৰ্তসমূহ আলোচনা কৰা। [HSLC 16]

9. কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? [HSLC’17]

10. সত্যাগ্রহ’ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল। সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। [HSLC 19]

11. মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলন স্থগিতকৰণৰ কাৰণ উল্লেখ কৰা। [HSLC 17]

12. আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণ সমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল, আলোচনা কৰা। [HSLC 18]

13. কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল ?[HSLC 18]

14. গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আ তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল?[HSLC 20]

Type by- Bikul Mandal