মুদ্ৰা আৰু বেংক ব্য়ৱস্থা | Class 10 Social Science Question Paper | Class 10 Social Science All Question | 2010 to 2020 All Class 10 Question in Social Science Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন | Class 10 Social Science Book Question Bank |

মুদ্ৰা আৰু বেংক ব্য়ৱস্থা 

অধ্য়ায়- 1

A. অতি চমু প্রশ্নাবলী : মূল্যাংক : 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা— [HSLC 10]

(a) কেন্দ্রীয় বেংক

(b) বাণিজ্যিক বেংক

(c) সমবায় বেংক

(d) কৃষি উন্নয়ন বেংক

(ii) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ’ল— [HSLC ’11]

(a) ভাৰতীয় ষ্টেট বেংক’

(b) ভাৰতৰ ৰিজাৰ্ভ বেংক

(c) ভাৰতীয় ইউনিয়ন বেংক

(d) ভাৰতীয় ইউনাইটেড বেংক।

(iii) তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল [HSLC 12]

(a) কাগজী মুদ্রা

(b) ধনাদেশ মুদ্রা

(c) ধাতু মুদ্রা

(d) আদেশ মুদ্রা

(iv) তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক ? [HSLC ’13]

(a) NABARD

(b) RBI

(d) IDBI

(v) কোন বছৰত অসমৰ গাৱঁলীয়া বেংক-সমূহক ‘অসম গ্রামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল ? [HSLC ’14]

(a) 2004

(b) 2006

(c) SBI

(c) 2008

(d) 2010

(vi) ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল ?[HSLC ’17]

(a) ভাৰতীয় ৰিজাৰ্ভ বেংক

(b) বেংক অব হিন্দুস্থান

(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক

(d) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক

(vii) তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি । কেন্দ্রীয় বেংক? [HSLC ’18]

(a) বেংক অৱ হিন্দুস্তান

(b) ৰিস্ক বেংক অৱ ছুইদেন

(c) ভাৰতীয় ৰিজাৰ্ভ বেংক

(d) বেংক অৱ ভেনিচ ‘

2. পণ্য বিনিময় প্রথা’ কি? [HSLC ’12]

3.ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি? [HSLC 15]

B. চমু প্রশ্নাৱালী : মূল্যাংক- 2/3

1. মুদ্ৰাৰ দুটা কুফল উল্লেখ কৰা । [HSLC ’15]

2. পণ্য বিনিময় প্রথা কি? পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা। [HSLC’16]

3. আঞ্চলিক গ্রাম্য বেংকৰ দুটা মূল কাৰ্য লিখা । [HSLC’17]

4. বিনিময় প্রথাৰ দুটা অসুবিধা লিখা। [HSLC ’17]

5. মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা । [HSLC ’18]

6. কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবার্ড) সম্পাদন কৰা দুটা মূল কাৰ্য লিখা । [HSLC 18]

7. বিনিময় প্রথাৰ অসুবিধাসমূহ কি কি ? [HSLC’19]

8. “ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা । [HSLC’19]

9. চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দশোৱা ৷ [HSLC ’20]

10. “নাবাৰ্ড” কি? ইয়াৰ প্ৰধান কাৰ্যবোৰ কি কি? [HSLC’20]

11. IDBI’ কি? ই কেতিয়া স্থাপিত হৈছিল ? ইয়াৰ দুটা মুখ্য কাৰ্য উল্লেখ কৰা । [HSLC 20]

Type by- Bikul Mandal