জুবিন গাৰ্গৰ গীত বান্ধৈ ঐ হুৱা-দুৱা লাগিলে

বান্ধৈ ঐ হুৱা-দুৱা লাগিলে তেওঁ ইটো মূৰত মই সিটো মূৰত প্ৰেম শৰে বুকু বিন্ধিলে বান্ধৈ ঐ কি ক’মনো তহঁতক মেৰিয়াই মেৰিয়াই বান্ধিলে আহি তেওঁ পিৰিটিই পঘাৰে মোক। সপোন বুৰোৱা নয়ন হাঁহিৰে উপচা প্ৰাণ সুখে উজলোৱা জোন জীৱনে আনি দিব। বাগৰে Read More …