Class 8 General Science Chapter 5 MCQs । কয়লা আৰু পেট্ৰলিয়াম।

কয়লা আৰু পেট্ৰলিয়াম

Chapter 5

১.  কিমান বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসূহত অটব্য অৰণ্য আছিল ?

(ক) ২০০ নিযুত বছৰ

(খ) ৪০০ হাজাৰ বছৰ

(গ) ৩০০ নিযুত বছৰ

উত্তৰঃ (গ) ৩০০ নিযুত বছৰ

২. বায়ুত কয়লা জ্বলালে কি গেছ উৎপন্ন কৰে ?

(ক) অক্সিজেন গেছ

(খ) কাৰ্বন-ডাই-অক্সাইড গেছ

(গ) নাইট্ৰ’জেন গেছ

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সাইড গেছ

৩. আলকতৰা কেইবিধ পদাৰ্থৰ এটা মিশ্ৰণ ?

(ক) ১০০ বিধ

(খ) ৫০০ বিধ

(গ) ২০০ বিধ

উত্তৰঃ (গ) ২০০ বিধ

৪. আলকতৰাৰ সলনি কি পেট্ৰ’লজাত সামগ্ৰী ব্যৱহাৰ কৰা হয়?

(ক) ইন্ধন

(খ) বিটুমেন

(গ) ক’ক

উত্তৰঃ (খ) বিটুমেন

৫.কয়লাৰ সংসাধনৰ দ্বাৰা ক’ক প্ৰস্তুত কৰোতে কি গেছ উৎপন্ন হয় ?

(ক) কয়লা-গেছ

(খ) পেট্ৰ’লিয়াম

(গ) জীৱাশ্ম ইন্ধন

উত্তৰঃ (ক) কয়লা-গেছ

৬. সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা কি সৃষ্টি হয়?

(ক) আলকতৰা

(খ) পেট্ৰ’লিয়াম

(গ) কয়লা

উত্তৰঃ (খ) পেট্ৰ’লিয়াম

৭. পৃথিৱীৰ প্ৰথম তেলখাদটো কিমান চনত আমেিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়াত খন্দা হৈছিল ?

(ক) ১৯৩৪ চনত

(খ) ২০০০ চনত

(গ) ১৮৫৯ চনত

উত্তৰঃ (গ) ১৮৫৯ চনত

৮. ১৮৬৭ চনত অসমৰ কোন ঠাই তেল আৱিষ্কাৰ হৈছিল ?

(ক) নগাঁও

(খ) মাকুমত

(গ) তেজপুৰ

উত্তৰঃ (খ) মাকুমত

৯. কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

 ১০.আটাইতকৈ কম প্ৰদূষিত যান-বাহন ইন্ধটো হ’ল ?

(ক) L.P.G

(খ) C.N.G

(গ) এটাও নহয়

উত্তৰঃ (খ) C.N.G

১১.ক’ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ?

(ক)শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক)শুদ্ধ

১২. ক’ক আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) শুদ্ধ

১৩. পেট্ৰ’লিয়ামৰ বিশাল বাণিজ্য়িক  ইয়াক কি বুুুুুুলিও কোৱা হয় ?

(ক) ক’ক

(খ) আলকতৰা

(গ) ক’লা সোণ

উত্তৰঃ (গ) ক’লা সোণ

১৪. পেট্ৰ’ল আৰু ডিজেল কিহৰ পৰা আহৰণ কৰা হয় ?

(ক) কয়লা-গেছ

(খ) পেট্ৰ’লিয়াম

(গ) তেল শোধানাগাৰত

উত্তৰঃ (খ) পেট্ৰ’লিয়াম

১৫.১৮১০ চনত আৰু ১৮২০ চনত কোন ঠাইত ৰাস্তা পোহৰাবলৈ প্ৰথম বাৰৰ বাবে কয়লা-গেছ ব্যৱহাৰ কৰা  হৈছিল?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু লণ্ডনত

(খ) মুম্বাই আৰু ৰাজস্থান

(গ) লণ্ডন আৰু নিউয়ৰ্কত

উত্তৰঃ (গ) লণ্ডন আৰু নিউয়ৰ্কত

১৬.পেট্ৰ’লিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক কি বোলা হয় ?

(ক) কয়লা

(খ) পেট্ৰ’লিয়াম

(গ) শোধন

উত্তৰঃ (গ) শোধন

১৭.পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

১৮. ভাৰতত ক’ত প্ৰাকৃতিক গেছ পোৱা যায় ?

(ক) আমেৰিকা

(খ) নিউয়ৰ্কত

(গ) অসম

উত্তৰঃ (গ) অসম

১৯. পেট্ৰ’লতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

২০.  চি. এন.জি. কি উৎপাদন কৰিবলৈ ব্যৱহৃত হয় ?

(ক) বিদ্যুৎ শক্তি

(খ) পেট্ৰ’লিয়াম

(গ) কয়লা

উত্তৰঃ (ক) বিদ্যুৎ শক্তি