Class 8 Social Science Chapter 1 MCQs । প্ৰাকৃতিক সম্পদ ।

প্ৰাকৃতিক সম্পদ

Chapter 1

১) প্ৰাকৃতিৰ অমূল্য অৱদান?

(ক) মাটি

(খ) ঘৰ

(গ) ৰাস্তা-ঘাট

উত্তৰঃ (ক) মাটি

২) পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি বা মাটি?

(ক) ৩৫

(খ) ২৫

(গ) ২৯

উত্তৰঃ (গ) ২৯

৩)  ভূমি বা মাটি ব্যৱহাৰ কৰোতে মানুহে ঠাইখিনিৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) খনিজ সম্পদ

(খ) শক্তি সম্পদ

(গ) পৰম্পৰাগত শক্তি

উত্তৰঃ (ক) খনিজ সম্পদ

৪) ভূমিস্থালন কি কি কাৰণত হ’ব পাৰে?

(ক) পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনিৰ কটা

(খ) ৰাসায়নিক সাৰৰ ফলত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনিৰ কটা

৫) বনজসম্পদ সমূহ প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) বৰষুণ

(খ) বতাহ

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) বৰষুণ

৬) পৃথিৱীৰ মুঠ মাটিকালি কিমান অংশ বননি ঘাঁহনিয়ে আগুৰি আছে ?

(ক) এক-দ্বিতীয়াংশ

(খ) এক-তৃতীয়াংশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) এক-তৃতীয়াংশ

৭) পৃথিৱী কোন কেইখন ঠাইয়ে পানী নাটনি হোৱা দেখা গৈছে?

(ক) আফ্ৰিকা

(খ) ভাৰত

(গ) চীন

উত্তৰঃ (ক) আফ্ৰিকা

৮) ভূমিৰ অবক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে তলৰ কোনটো কাম কৰিব লাগে?

(ক) ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপন কৰিব নালাগে।

(খ) পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা

৯) পানী ব্যৱস্থাপনা বাবে আমি কি কাম কৰিব লাগে?

(ক) পানীৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিব লাগিব।

(খ) পানীৰ প্ৰদূষণৰ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

(গ) এটাও নহয়

উত্তৰঃ (খ) পানীৰ প্ৰদূষণৰ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

১০) জীৱাষ্ম ইন্ধন হ’ল?

(ক) কয়লা

(খ) মাটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কয়লা

১১) শক্তি সম্পদক কিমান ভাগত ভাগ কৰা হৈছে?

(ক) 4

(খ) 3

(গ) 2

উত্তৰঃ (গ) 2

১২)  বনজ সম্পদৰ ব্যৱহাৰ কিমান ধৰণৰ হয়?

(ক) দুই

(খ) চাৰি

(গ) তিনি

উত্তৰঃ (ক) দুই

১৩) সৌৰশক্তি সুবিধা হৈছে?

(ক) উৎপাদন ব্যয় বহুল

(খ) প্ৰদূষণ মুক্ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰদূষণ মুক্ত

১৪) পৃথিৱীৰ  মুখ্য পেট্ৰ’লিয়াম উৎপাদনকাৰী দেশসমূহ হৈছে

(ক) চৌডি আৰব

(খ) পাকিস্তান

(গ) বাংলাদেশ

উত্তৰঃ (ক) চৌডি আৰব

১৫) সূৰ্য অফুৰন্ত শক্তিৰ ভঁৰাল।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৬) জৈৱ গেছ অসুবিধা হৈছে?

(ক) বৰ্জিত পৰ্দাথ ব্যৱহাৰ কৰিব পাৰি।

(খ) সেউজ গৃহ সমস্যাৰ উদ্ভব হয়।

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সেউজ গৃহ সমস্যাৰ উদ্ভব হয়।

১৭) গৰাখহনীয়া কাক বুলি কোৱা হয়?

(ক) নদীৰ গতিপথত কাষৰ মাটি সহায় নিয়াকে।

(খ) নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূৰ খণ্ড খহি পৰাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নদীৰ গতিপথত কাষৰ মাটি সহায় নিয়াকে।

১৮) জনসংখ্যা বৃদ্ধি হোৱা লগে লগে কিহৰ প্ৰসাৰ ঘটে?

(ক) ৰাস্তা-ঘাট

(খ) ঘৰ-দুৱাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰাস্তা-ঘাট

১৯) গ্ৰামাঞ্চলত কৃষকসকলৰ জীয়াই থাকিবৰ বাবে কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) পানী

(খ) বায়ু

(গ) মাটি

উত্তৰঃ (গ) মাটি

২০) কিহৰ পৰা আমি মৌজোল পাওঁ?

(ক) মাখি

(খ) মৌমাখিৰ

(গ) ফৰিং

উত্তৰঃ ফৰিং