Class 8 Social Science Chapter 2 MCQs । জনসংখ্যা বৃদ্ধি আৰু বিতৰণ।

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Chapter 2

১) কিমান চনৰ মতে অসমৰ মুঠ জনসংখ্য়া ২,৬৬,৩৮,৪০৭ জন?

(ক) ২০১১

(খ) ২০০০

(গ) ২০০১

উত্তৰঃ (গ) ২০০১

২) ২০০৮ চনৰ মতে পৃথিৱীৰ মুঠ জনসংখ্যা হৈছে?

(ক) ৬৬৮ কোটি

(খ) ৫০০ কোটি

(গ) ৬৬৭ কোটি

উত্তৰঃ (ক) ৬৬৮ কোটি

৩) উন্নয়নশীল দেশ হৈছে

(ক) ভাৰত

(খ) পাকিস্তান

(গ) বাংলাদেশ

উত্তৰঃ (ক) ভাৰত

৪) জনসংখ্য়াৰ থূপীকৰণ ভিত্তিত পৃথিৱীৰ প্ৰধান কেইটা জনবসতি অঞ্চল আছে?

(ক) দুই

(খ) চাৰি

(গ) তিনি

উত্তৰঃ (খ) চাৰি

৫) এছিয়া মহাদেশ জনসংখ্য়াৰ ক্ষেত্ৰত প্ৰথম?

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

৬) কিমান চনত হিচাপৰ মতে এছিয়া মহাদেশৰ মুঠ জনসংখ্যা ৪,১৪০ নিযুত?

(ক) ২০১০

(খ) ২০১১

(গ) ২০১৪

উত্তৰঃ (খ) ২০১১

৭) জনসংখ্য়াৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি?

(ক) 2

(খ) 4

(গ) 5

উত্তৰঃ (খ) 4

৮) কিমান চনৰ মতে এছিয়া মহাদেশৰ মুঠ জনসংখ্যা ৪,১৪০ নিযুত?

(ক) ২০১৫

(খ) ২০১১

(গ) ২০০৯

উত্তৰঃ (খ) ২০১১

৯) ২০১১ চনৰ মতে অসমৰ মুঠ জনসংখ্য়া?

(ক) ৩,১১,৬৯,২৭২ জন

(খ) ২,১২,৫০,৩৫৪ জন

(গ) ৫,১৫,৪৯,২৭৪ জন

উত্তৰঃ (ক) ৩,১১,৬৯,২৭২ জন

১০) কিমান চনৰ পৰা জনসংখ্যাৰ দ্ৰুত গতিত বাঢ়িবলৈ ধৰে?

(ক) ১৯৫০

(খ) ১৮৫৭

(গ) ২০০০

উত্তৰঃ (ক) ১৯৫০

১১) জনসংখ্যাৰ বঢ়াৰ পৃথিৱীৰ বাবে এটা সমস্য়া।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১২)  প্ৰবজনকাৰীসকলে যি স্থানৰ পৰা যায় তাক উৎস স্থান বোলে।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৩)  কোনখন মহাদেশৰ জনসংখ্যা  স্থানত দ্বিতীয়?                          

(ক) আফ্ৰিকা

(খ) এছিয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আফ্ৰিকা

১৪) যিখন নতুন ঠাইত গৈ বসবাস কৰিবলৈ লয় তাক প্ৰবজনৰ লক্ষ্যস্থান বোলে।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৫) এছিয়াৰ চীন আৰু ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যা কিমান শতাংশ নিৰূপণ কৰে?

(ক) 30

(খ) 20

(গ) 37

উত্তৰঃ (গ) 37

১৬)  কিমান চনৰ মতে পৃথিৱীৰ জনসংখ্যা ৫০ কোটি?

(ক) ১৬৫০

(খ) ১৬৫৫

(গ) ২০১২

উত্তৰঃ (ক) ১৬৫০

১৭) জনসংখ্যা ফালৰ পৰা ভাৰতবৰ্ষৰ তৃতীয় স্থান।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (খ) অশুদ্ধ

১৮) ফ্ৰান্স এখন আগবঢ়া দেশ।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৯)  সোতৰশ শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা পাইকিমান কোটি ওচৰ চাপিছিল?

(ক) ৪০

(খ) ২০

(গ) ৫০

উত্তৰঃ (গ) ৫০

২০)  ১৯০১ চনত অসমৰ জনসংখ্যা ঘনত্ব আছিল প্ৰতিবৰ্গ কিলোমিটাৰত কিমান জন?

(ক) ৪২

(খ) ৪৫

(গ) ৪১

উত্তৰঃ (গ) ৪১