Class 8 Social Science Chapter 3 MCQs । বসতি ।

বসতি

Chapter 3

১) নগৰীয়া বসতিক পৌৰ বসতি বুলি কোৱা হয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

২) বসতি কেইপ্ৰকাৰৰ?

(ক) 2

(খ) 3

(গ) 4

উত্তৰঃ (ক) 2

৩) কোনখন জিলাত বসতি পাতল?

(ক) মৰিগাওঁ

(খ) ডিমা হাছাও

(গ) তেজপুৰৰ

উত্তৰঃ (খ) ডিমা হাছাও

৪) গ্ৰাম্য বসতিত মানুহৰ জীৱিকা প্ৰধান উপায় কি?

(ক) প্ৰাথমিক বৃত্তি

(খ) দ্বিতীয় বৃত্তি

(গ) তৃতীয় বৃত্তি

উত্তৰঃ (ক) প্ৰাথমিক বৃত্তি

৫)  গাঁৱলীয়া বসতি আৰু নগৰীয়া বসতি লোকসকল পৰস্পৰ ওপৰত নিৰ্ভৰশীল।

(ক) হয়

(খ) নহয়

উত্তৰঃ (ক) হয়

৬) অসমৰ মুঠ কিমানখন গাওঁ আছে?

(ক) 25,590

(খ) 21,480

(গ) এটাও নহয়

উত্তৰঃ (ক) 25,590

৭) ভাৰতত শতকৰা প্ৰায় কিমানজন লোকে নগৰত বাস কৰে?

(ক) ৩০

(খ) ২০

(গ) ৪০

উত্তৰঃ (ক) ৩০

৮) বসতিয়ে সাধাৰণতে মানুহৰ স্থায়ীভাৱে বসবাস কৰা কাৰ্যকহে সূচায়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

৯) পৃথিৱীৰ বহুতো নগৰ-চহৰ নদীৰ পাৰতে অৱস্থিত নহয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (খ) অশুদ্ধ

১০) পৌৰ শব্দ অৰ্থ?

(ক) নগৰ

(খ) গাওঁ

(গ) জিলা

উত্তৰঃ (ক) নগৰ

১১)  বসতি কৰা লোকসকলৰ জীৱিকা প্ৰধান উপায় হ’ল?

(ক) চাকৰি

(খ) ব্যৱসায়

(গ) কৃষি

উত্তৰঃ (গ) কৃষি

১২) আমাৰ অসম প্ৰাকৃতিক অবয়ৱৰ ফালৰ পৰা এখন অতি বৈচিত্ৰপূৰ্ণ ৰাজ্য।

(ক) হয়

(খ) নহয়

উত্তৰঃ (ক) হয়

১৩)  ভাৰতত কিমান শতকৰা কিমান জনেই গাঁৱত বাস কৰে?

(ক) 70

(খ) 60

(গ) 40

উত্তৰঃ (ক) 70

১৪) ঘৰ বনোৱা সামগ্ৰী কেইবিধ হৈছে?

(ক) শিল

(খ) মাটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শিল

১৫) কৃষিয়ে গ্ৰাম্য বসতি মূল ভিত্তি।

(ক) হয়

(খ) নহয়

উত্তৰঃ (ক) হয়

১৬) আদিম যুগত কোনো স্থায়ী বাসস্থান আছিল।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (খ) অশুদ্ধ

১৭) কোনবোৰ লোকে ওখ ভেটি নিৰ্ণাণ কৰি ঘৰ-বাৰী সাজে।

(ক) নৈৰ প্লাৱনভূমিত বসতি কৰা লোকসকলে

(খ) নগৰ লোকসকলে

উত্তৰঃ (ক) নৈৰ প্লাৱনভূমিত বসতি কৰা লোকসকলে

১৮) বসতিৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত গাওঁ আৰু নগৰৰ মাজত যথেষ্ট প্ৰভেদ থকা দেখা যায়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৯) গ্ৰাম্য বসতিৰ পৰা কালক্ৰমত কি বসতিৰ সৃষ্টি হয়?

(ক) নগৰীয়া বসতিৰ

(খ) ৰৈখিক বসতিৰ

উত্তৰঃ (ক) নগৰীয়া বসতিৰ

২০) থূপ খাই থকা বসতি হৈছে?

(ক) ৰৈখিক বসতিৰ

(খ) পাতল বসতিৰ

(গ) কোন্দ্ৰীভূত বসতিৰ

উত্তৰঃ (গ) কোন্দ্ৰীভূত বসতিৰ