প্ৰশস্তি | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

প্ৰশস্তি

গোট-৫

  A. অতি চমু প্ৰশ্নাৱলীঃ            মূল্য়াংকঃ ১  নম্বৰকৈ 

১। মন্দিৰৰ উপেক্ষিত কি ফুলে  প্ৰেম -পৰিমল যচা বুলি কবিয়ে কৈছে ?[HSLC’20]

B. চমু প্ৰশ্নাৱলীঃ      মূল্য়াংকঃ ২/৩ নম্বৰকৈ .

১। উঠা হে  ঋত্বিক ধ্য়ানী অমৃতৰ পুতেৰ উঠা যত যুক্তি পথযাত্ৰী ।– কবিয়ে কিয় এনেদৰে আহবান  জনাইছে বুজাই লিখা [HSLC’20]

C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ            মূল্য়াংকঃ ৪/৫ নম্বৰকৈ 

১। প্ৰশস্তি কবিতাটোৰ মূলভাব লিখা [HSLC’20]


Type by- Bikul Mandal 
https://mightlearn.com/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b6%e0%a6%b8%e0%a7%8d%e0%a6%a4%e0%a6%bf-class-10-assamese-question-paper-class-10-assamese-all-question-2010-to-2020-all-class-10-question-in-assamese-book/