অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফুটবলৰ স্বৰ্ণ পদত লাভ কৰে কোনে ৰাজ্যৰ দলক হৰুৱাই ?

তামিলনাডুক ৬-৫ গ’লৰ ব্যৱধানত অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফুটবলৰ স্বৰ্ণ পদত লাভ কৰে ৰীজ্যৰ দলক হৰুৱাই ।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল ?

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সুশান দাশ (চৌধুৰী), ১৯৭৩ চনত টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ আছিল ।