অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

ভোগেশ্বৰ বৰুৱাই অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ।