শিৱসাগৰত তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদ’ল কোনজন ৰজাই নিৰ্মান কৰাইছিল ?

শিৱসাগৰত তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদ’ল স্বৰ্গদেউ ৰজেশ্বৰ সিংহই নিৰ্মান কৰিছিল ।