কাপোৰ খনিজ তেল দৰব খাদ্য শস্য ৰাসায়নিক দ্ৰব্য যন্ত্ৰপাতি আৰু মটৰগাড়ি ।
Month: February 2021
ভাৰতৰ্ষৰ সংবিধান পৰিষদৰ সভাপতি আৰু সহ-সভাপতি কোন আছিল ?
সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু সহ-সভাপতি ড° এইচ. বি. মখাৰ্জী ।
ইন্দিৰা গান্ধী কোন
ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী (১৯১৭ -১৯৮৪ চন ) ।
অৰুনা আছফ আলী
স্বাধীনতা সংগ্ৰামী (১৯০৯-১৯৯৬ চন ।