প্ৰিয়দৰ্শী আছিল সম্ৰটঅশোক।
Month: February 2021
কুৰুক্ষেত্ৰ কত অৱস্থিত আছিল ?
কুৰুক্ষেত্ৰ অৱস্থিত আছিল বৰ্তমান পঞ্জাৱ ৰাজ্যৰ অৱস্থিত আছিল ।
ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয় নাম কি ?
ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয় নাম আছিল তক্ষশীলা ।
ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু কত হৈছিল ?
ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল ইংলেগুৰ ব্ৰিষ্টল নগৰত ।