কৈশোৰ প্ৰাপ্তি । অধ্যায় ১০/Chapter 10 | Class 8 General Science Lesson 10 Question and Answer Assam | SCERT Class 8 Science Chapter 10 Solution | Assamese Medium Class 8 General Science Chapter 10 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ কৈশোৰ প্ৰাপ্তি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

কৈশোৰ প্ৰাপ্তি

১) অন্তঃস্ৰাৱী গ্ৰন্থীয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ  কৰা     

 পদাৰ্থ সমূহক কি নামেৰে নামাকৰণ কৰা হৈছে ?

উত্তৰ:- 

২) কৈশোৰ কাল কাক বোলে ?

উত্তৰ:- 

৩) মাহেকীয়া ঋতু চক্ৰ কি ? ব্যাখ্যা কৰা।

উত্তৰ:-

৪) যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহ তালিকা কৰা।

উত্তৰ:- 

৫) অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আৰু নিঃসৰণ কৰা হৰম’ন নামৰ এখন তালিকা দুটা স্তৰত প্ৰস্তুত কৰা।

উত্তৰ:- 

৬) যৌন হৰম’ন কি ? সেইবোৰক কিয় এনে নাম দিয়া হ’ল ? সেই  হৰম’নবোৰৰ কাৰ্যৰ বৰ্ণনা দিয়া।

উত্তৰ:-

৭) উপযুক্ত উক্তিটো বাছি উলিওৱা।

ক) কিশোৰ-কিশোৰী সকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত, কিয়নো-

১ ) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে।

২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰ প্ৰয়োজন।

৩) কিশোৰ-কিশোৰী সকলৰ ভোক বেছি।

৪) কিশোৰ-কিশোৰীসকলৰ স্বাদমুকুল অধিক সক্ৰিয়।

উত্তৰ:-  ২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰ প্ৰয়োজন।

খ) মহিলাৰ প্ৰজনন বয়স আৰম্ভ হৈ তেতিয়া

             ১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

              ২) যেতিয়া স্তনৰ বিকাশ হয়।

              ৩) যেতিয়া দেহৰ ওজন বাঢ়ে।

               ৪) যেতিয়া ওখ হয়।

উত্তৰ:- ১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

গ) কিশোৰ কিশোৰী যথোপযুক্ত আহাৰ সমূহ হ’ল-

                ১) চিচ, চাওমিন, কেক।

          ২) ৰুটি, দাইল, শাক-পাচলি।

               ৩) ভাত, চাওমিন, বাৰ্গাৰ।

               ৪) শাক পাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰস।

উত্তৰ:- ২) ৰুটি, দাইল, শাক-পাচলি।

৮) চমু টোকা লিখা ।

ক) ডিঙিৰ ঘটিকা

খ) গৌণ লিংগ চৰিত্ৰ

গ) জন্মপূৰ্বক লিংগ নিৰ্ণয়।

উত্তৰ:- 

ক) ডিঙিৰ ঘটিকা :- 

খ) গৌণ লিংগ চৰিত্র:- 

গ) জন্মপূৰ্বক লিংগ নিৰ্ণয়: