নোকোৱাৰ পৰিণাম । অধ্যায় ৬ । Class 7 Assamese Lesson 6 Question and Answer | SCERT Class 7 Assamese Chapter 7 Solution | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৬ নোকোৱাৰ পৰিণাম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

নোকোৱাৰ পৰিণাম  

৩) উত্তৰ দিয়া ।
(ক) হুনমিলি, শৈলহঁতে  কিয় বকুল ফুল বুটলিছিল?

উত্তৰঃ- হুনমিলি ,  শৈলহতেঁ  মালা  গাঁঠী ছাৰ,  বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ  জনাবলৈ ফুল বুটলিছিল ।

(খ) চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জিপাল  ! কথাষাৰি কোনে কাক কৈছিল?

উত্তৰঃ–  এই  কথাষাৰ  মালতীয়ে হুনমিলিক কৈছিল ।

 (গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?

উত্তৰঃ- সাংস্কৃতিক  অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটো গাইছিল ।


(ঘ) নাচি থাকোঁতে কোন মূচ্ছা গৈছিল?

উত্তৰঃ- নাচি থাকোতেঁ  শৈলবালা মূচ্ছা গৈছিল ।

(ঙ) শৈলবালাই ভুগি থকা বেমাৰ টোৰনাম কি?উত্তৰঃ- শৈলবালাই ভুগি থকা  বেমাৰ টোৰনাম মৃগী ।

(চ) সময় টিকনিডাল  হেনো আগফালে উৰে- এই বাক্যশাৰী কোনে, কি প্ৰসংগত কৈছিল?
উত্তৰঃ- এই  কথাষাৰ হুনমিলিয়ে শৈলবালাক কৈছিল ।

৪) প্ৰসংগ-সংগতি দশাই ব্যাখ্যা কৰা।
কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই  ৰাখে। সময়ত ই হয়গৈ সবনাশৰ মূল।

৫)  মালতীয়ে  শৈলবালক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল।
উত্তৰঃ-

৭) তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱাঃ
মাৰা
ভায়েৰ
ভনীয়েৰা
খুড়ীয়েকক

৮) বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিদিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা।
ক                            খ
পাণ                      গৰাকী
বহী                       জনী
লৰা                       খিলা
ছোৱালী                 খন
মহীলা                   টো
উঃ পাণ     –           খীলা
      বহী     –           খন
      লৰা     –           টো
  ছোৱালী    –        জনী
    মহীলা    –        গৰাকী

৯। ‘চোৱাচোন ! ফুলবোৰ কিমান সতেজ আৰু জীপাল !’- এই বাক্যটিত থকা ‘জীপাল’ শব্দটো জীপ শব্দটো লগত – ‘আল’ প্ৰত্যয় যোগ হৈ ‘জীপাল’শব্দ গঠিত হৈছে।তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা-
ৰস + আল = ৰসাল
ভয় + আল = ভয়ল
উম + আল = উমাল
খং + আল = খঙাল

TYPE^__জ্যোতিষ কাকতি Jyotish kakati