Packing | Chapter 7 | Class 9 English Lesson 7 Question and Answer Assam | SEBA Class 9 English Chapter 7 Solution | Assamese Medium Class 9 English Lesson7 Answer |

Packing

I. Discuss in pairs and answer each question below in a short paragraph (30-40 words).

1. How many characters are there in the narrative? Name them. ( Don’t forget the dog)

Ans:    There are four characters in the narrative. They are Jerome the narrator, George  Harris and the dog  named Montmorency.   

কাহিনীটোত চাৰিটা চৰিত্ৰ আছে । সেইকেইটা হ’ল⟶  জেৰমি  কাহিনীকাৰ, জৰ্জ হেৰিছ আৰু কুকুৰটো যাৰ নাম মন্টমৰেছি । 

2. Why did the narrator (Jerome) volunteer to do the packing?

Ans: The narrator felt that he was best in doing packing thus he took pride in himself for his packing thus he took pride in himself for his packing skill. That is why the narrator   (Jerome ) volunteered to do the packing. 

কাহিনীকাৰজনে নিজকে বস্তু সামৰা কামত পাকৈত বুলি ভাৱিছিল আৰু সেইকথা লৈ গৰ্ব কৰিছিল । সেইবাবে সি বস্তু সামৰা কামত আগ ভাগ ল’ব গৈছিল । 

3. How did George and Harris react to this ? Did Jerome like their reaction ? 

Ans: George and Harris readily accepted Jerome’s suggestion.  George spread himself ours the easy chair and Harris put his legs on the table. No Jerome did not like it. 

জৰ্জ আৰু হেৰিছে জেৰমিৰ প্ৰস্তাব মানি লৈছিলে । জৰ্জে  প্ৰস্তাৱ গ্ৰহণৰ পাছত আকামী চকীত বহি পৰিছিল আৰু হেৰিছে  টেবুলত ভৰি উঠায় আৰামত বহিছিল । নাই জেৰীময়ে সেই কথা ভাল পোৱা নাছিল ।

4. What was Jerome real intention when he offered to pack ?  

Ans: Jerome’s real intention was to boss the job. He wanted George and Harris to wask under his directions and to teach them the packing skill. 

জেৰমিয়ে দৰাচলতে কামটোৰ জৰিয়তে দাদাগিৰি চলাব বিচাৰিছিল । সি জৰ্জ আৰু হেৰিছে তাৰ তলত কাম কৰাটো বিচাৰিছিল আৰু সিহঁতক বস্তু সামৰা কামটো শিকাব বিচাৰিছিল ।

5. What did Harris say after the bag was shut and strapped ? Why do you think he waited till then to ask ? 

Ans: After the bag was shut and strapped Harris asked the narrator to put the boats in the bag. He had waited till then to ridicule Joromis packing skill.

বেগটো সামৰি হোৱাৰ পাছত হেৰিছে কাহিনীকাৰ জনক বুটজোৱাযোৰ বেগত সোমোৱাব কৈছিল । সি তেতিয়ালৈকে ৰৈ আছিল কথাটো ক’বলৈ যাতে সি জেৰমিক তাৰ বস্তু সামৰা দক্ষতাৰ বাবে ঠাট্টা কৰিব পাৰে । 

6. What ”horrible idea” occurred to Jerome a little later? 

Ans: After unstrapped the bag to pack the boots in, a ‘ horrible idea’ accrued to Jerome that whether he had packed his tooth brush ar not. He always forget to pack his toothbrush  when he went on trip.

বুটজোতাযোৰ সুমুৱাবলৈ বেগটো খোলাৰ পাছত জেৰমিৰ মনলৈ ডাঙৰ চিন্তা এটা আহিল যে তাৰ দাঁত ঘহা ব্ৰাছডাল বেগত ভৰালে নে নাই ভৰোৱা, কিয়নো সি সদায় কৰবাতে গ’লে নিজৰ ব্ৰাছডাল লগত নিবলৈ পাহৰি থাকে । 

7. Where did Jerome finally find the toothbrush? 

Ans: Jerome had to a lot effort to find his toothbrush. because he had packed everything. After unpacked the bag, he started putting things  back one by one, and held everything up and shook it. Finally  he found the tooth brush inside a boot.

    সকলোবোৰ বস্তু সামৰি বেগত নিজৰ ব্ৰাছডাল  বিচাৰিবলৈ জেৰমিয়ে কষ্ট কৰিব লগা হৈছিল । বেগটো খোলাৰ পাছত সকলোবিলাক বস্তু এটা  এটাকৈ বাহিৰত উলিয়াই ভালদৰে  চাব লগা হৈছিল । আৰু অৱশেষত বুটজোতাযোৰৰ ভিতৰত ব্ৰাছডাল  বিচাৰি পাইছিল । 

8. Why did Jerome have to reopen the packed bag? 

Ans: Jerome had to reopen the packed bag because he found that he had packed his spectacles in it.

জেৰমিয়ে সামৰি থোৱা বেগটো পুনৰ খুলিব লগা হৈছিল কিয়নো তাৰ মনত পাৰিছিল যে সি চশমাযোৰ বেগৰ ভিতৰত ভৰাই দিছিল । 

9. What did George and Harris offer to pack and why ? 

Ans: George and Harris offered to pack the hampers because it was getting late and they thought that they should do the rest of the packing. They also wanted to show off their  packing skill to Jerome. 

 জৰ্জ আৰু হেৰিছে বাস্কেটটো সামৰিব বিচাৰিছিল কিয়নো সময়  বহুত পাৰ হৈ গৈছিল আৰু সিহঁতে ভাবিছিল যে সিহঁতে কাম কৰি সোনকালে কৰিব লাগে । ইয়াৰ উপৰিও সিহতে জেৰমিৰ আগত নিজৰ বস্তু সামৰা পাৰদষিতা দেখুৱাব বিচাৰিছিল ।

10. While packing the hamper, George and Harris do a number of foolish and funny things. Tick the that are true .

i) They started with breaking a cup . 

Answer:  ( T ) শুদ্ধ

iii) They squashed a tomato . 

Answer: ( T ) শুদ্ধ

iv) They trod on the butter .

Answer: ( T ) শুদ্ধ

vi) They put things behind them . and couldn’t find them .

Answer: ( T ) শুদ্ধ

viii) They packed the pictures at the bottom and put heavy things on top .

Answer: ( T ) শুদ্ধ

ix) They upset almost everything.

Answer: ( T ) শুদ্ধ

II. What does Jerome say was Montmorency’s ambition in life ? What do you think of Montmorency and why ? 

Answer: According to Jerome, Montmorency’s ambition in life is to interfere with others and be obese. He is a mischievous little dag who louses creating troubles for  others. His highest aim and abject was to get somebody  to stumble over him  and curse him steadily for an hour. 

  Montmorency is barn with silly characteristics makes him to do mischievous  behavior.  

    জেৰমিৰ মতে, মন্টমৰেঞ্চিৰ জীৱনৰ লক্ষ্য হ’ল আনক কামত বাধা দিয়া আৰু আনৰ গালি খোৱা । সি এটা অকমামি দুষ্ট কুকুৰ যিয়ে আনক অসুবিধাত পেলাই ভাল পায় । তাৰ প্ৰধান লক্ষ্য হ’ল কোনোৱা যাতকে তাৰ ওপৰত উজুটি খাই  পৰক আৰু সি সেই মানুহকটো বহু সময় ধৰি গালি পাৰি থাকিব পাৰে । 

        মন্টমৰেঞ্চি এটা কণনাণি কুকুৰ যিয়ে উৎপাত কৰি ভাল পায় । 

III. Discuss in groups and answer the following questions in two or three paragraphs ( 100-150 words )

 1. Of the three , Jerome , George and Harris , who do you think is the best or worst packer ? Support your answer with details from the text .

Answer: Of the three Jerome is the best packer because he knew to arrange the things in order. Though he often forgets to pack certain things as gets confused. he Knauss what to keep first and what to  keep last. On  the other hand, Harris and George create a mess all around. Harris packs the strawberry jam on tap of a tomato and smashes it. George treads on the butter. He gets it off from his flipper and puts it in the kettle. He puts it down on a  chai’s and Harris Be abused, dog who loves, object, born,  he knows, they look for it all over the . It sticks to him and then they look for it all aues the room. In this  way they make  everything such a mess. 

        তিনিজনৰ ভিতৰত জেৰমিয়ে আটািইতকৈ ভালকৈ বস্তু সামৰিব পাৰিছিল , কিয়নো সি বস্তুবোৰ কেনেকৈ ভালদৰে সামৰিব লাগে সেই কথা জানিছিল । যদিও সি  কেতিয়াবা কিছুমান বস্তু সামৰিবলৈ পাহৰি যায়, তথাপি সি কোনটো বস্তু প্ৰথমত আৰু কোনটো শেষত ৰাখিব লাগে, সেইটো ভালদৰে জানিছিল । আনহাতে জৰ্জ আৰু হেৰিছে সকলো অপৰিপাটী কৰি  পেলাইছিল । হেৰিছে ষ্ট্ৰবেৰী জনৰ বটলটো বিলাহীৰ ওপৰত দি বিলাহীটো পিটিকা কৰি পেলাইছিল । আনহাতে জৰ্জৰ ভৰিত বাটাৰ লাগিছিল  আৰু সেইয়া সি চেণ্ডেলৰ পৰা আঁতৰাই কেটলিটোত ৰাখিছিল আৰু চকীখনত থৈ দিছিল যত হেৰিছ বহি দিছিল । তাৰ পাছত সিহঁতে বাতাৰটো গোটেই ৰুমত বিচাৰি ফুৰিছিল ।    

2. How did Montmorency contribute to the packing ?

Answer: Montmorency’s contribution to the packing made the tsk mare tiresome and messy. Montmorency wanted to be a perfect nuisance and make others mad. He came sat down on things, Just when they were about  to be packed. He put his leg into the jam and warried the teaspoons. He also pretended that the lemons were rats. So he got into the hamper and killed  three of them. Harris blamed Jerome for   encouraging the dog. However Jerome said that a dog like Montmorency did  not require any encouragement . It  was a natural and argininal sin that was born in  him which made him do things  like that. 

    বস্তু সামৰোতে মন্টমৰেঞ্চিয়ে যথেষ্ট অসুবিধাৰ সূষ্টি কৰিছিল সি অশান্তি সৃষ্টি কৰাত পাকৈত আছিল, তাৰ কাৰ্যই সকলোৰ অতিষ্ট কৰিছিল । যেতিয়া বস্তুবোৰ বেগত ভৰাবলৈ সাীমৰি থৈ দিয়া হৈছিল সি তাৰ ওপৰত আহি বহি দিছিল ।  সি জামৰ বটলত ভৰি ভৰাই দিছিল আৰু চামুচখন হেৰুৱাইছিল । সি নেমুকেইটা এন্দুৰ বুলি ভাবিছিলে । সেয়ে সি বাস্কৌৰ ভিতৰত সৌমাই সিহঁতক মাৰিব   গৈছিল । জেৰমিয়ে মন্টমৰেঞ্চিক এইবোৰ কৰিবলৈ উৎসাহ দিছে বুলি জেৰামিয়ে দোখ দিছিল । জেৰমিয়ে কৈছিল তাৰ নিচিনা কুকুৰক কোনো   উৎসাহৰ প্ৰায়াজন নাই  । সি জন্মগত ভাৱে কিছুগুণ লৈ আহিছে  যাৰ বাবে এইবোৰ  উৎপাত কৰি থাকে । 

 3. Do you find this story funny ? What are the humorous elements in it ? ( Pick out at least three , think about what happens , as well as how it is described . )  

Answer:   Yes the story is full of fun and humor. The  events occurred during the packing scene, Jerome’s incident of forgetting to pack few things, unpacking the bag for several times, then the way Harris and George make a mess with the packing task and finally hove Montmorency comes to make the situation even more chaotic, all these  things make the story funny and interesting.                                  

   হয় কাহিনীটো বৰ হাঁহি উঠা, ঘটনাবোৰ বস্তুবোৰ সামৰোতে হৈছিল, যেনে জেৰমিয়ে কিছুমান বস্তু ভৰাব পাহৰাৰ বাবে আকৌ বেৰ পৰা সকলোবোৰ উলিয়াব লগা হৈছিল, একেদৰে হেৰিছ আৰু জৰ্জে কমেত বাধা জন্মাইছিল, আকৌ কুকুৰটোৱেও পৰিৱেশটো অশান্তি কৰি তুলিছিল । এইবোৰ ঘটনাই মানুহৰ মনত হাঁহিৰ খোৰাক দিছিল ।   

Type – Boby Bora