The Road Not Taken | Chapter 1 (Pome) | Class 9 English Lesson 1 (Pome) Question and Answer Assam | SEBA Class 9 English Chapter 1 (Pome) Solution | Assamese Medium Class 9 English Lesson 1 (Pome) Answer |

The Road Not Taken

Thinking about the poem

I.1. Where does the traveller find himself? What problem does he face? 

Ans:- The travellers finds himself at a point where two roads diverge. He is in a problem as he must chose one path and is unable to decide which one to choose. 

( কবিয়ে এটা ৰাস্তাৰ সীমাত ৰৈ আছিল য’ত ৰাস্তাটো দুটা ভাগত ভাগ হৈ গৈছিল। কবিয়ে অসুবিধাৰ সন্মূখীন হৈছিল যিহেতু দুটা ভাগত ভাগ হোৱা ৰাস্তাকেইটাৰ কোনটো বাছি ল’ব নিধাৰণ কৰিব পৰা নাছিল। )

2. Discuss what these phrases mean to you. 

(i) a yellow wood 

Ans:- A yellow wood refers to the forest which has weathering leaves as in the season of autumn. It represents a world full of again people.

     (শঝাংশই এখন বননিক বুজাইছে যিখন শৰৎ কালৰ শুকান সৰাপাতেৰে ভৰপূৰ। অন্যহাতে ই পৃথিৱীৰ বৃদ্ধ মানুহখিনিকো সূচাইছে। )

(ii) it was grassy  and wanted wear

Ans:- The road was grassy because it was a lees travelled road. it wanted people to move on it.

  (পথটো ঘাঁহনিৰে ভৰা আছিল কিয়নো এই পথেদি মানুহে বেছিকৈ অহা যোৱা নকৰে। এই ৰাস্তাটোৱে বিচাৰে মানুহে যাতে ইয়াৰ ওপৰেদি আগুৱাই যায়। )

(iii) the passing there

Ans:-  It means that when he walked over the path that he had chosen.

(ইয়াৰ অৰ্থ হ’ল যে তেওঁ নিজে নিৰ্বাচন কৰি লোৱা পথটোৰে আগুৱাই গৈছিল )

(iv) leaves no step had trodden black

Ans:-  It means that no one had walked over the leaves as they were still green. It they had been walked over, they would have turned black.

(ইয়াৰ অৰ্থ হ’ল যে কোনো  ব্যক্তিয়ে পাতবোৰৰ ওপৰেদি আগবাঢ়ি যোৱা নাছিল আৰু পাতবোৰ সেউজীয়া হৈ আছিল। কিয়নো কোনোবা সেইফলেদি আগবাঢ়ি যোৱা হ’লে পাতবোৰে শুকান তথা মৰহি গ’লহেতেন। )

(v) how way leads on to way.

Ans:- It means that as we walk on a path, we come across more options and make choices further. We keep on walking ahead on that way.

( ইয়াৰ অৰ্থ হৈছে যে আমি এটা পথত খোজ কাঢ়োঁতে, আমি অধিক বিকল্পৰ সন্মুখীন হওঁ আৰু আগলৈ বাছনি কৰোঁ। আমি সেই পথত আগবাঢ়ি যাওঁ। )

3. Is there any difference between the two roads as the poet describe them.

(i) in stanzas two and three?

Ans:-  The two paths were similar. In the beginning the poet felt that one of them was grassy and had not been walked over by many people. after walked on for some distance, the poet realizes that it was like the other read.

  ( দুটি পথ একেই আছিল। প্ৰথমে কবিয়ে ভবিছিল যে পথ দুটিৰ ভিতৰত এটি পথ ঘাঁহনিময় কিয়নো এি বাটেদি কোনো মানুহ আগবাঢ়ি যোৱা নাছিল। )

(ii) in the last two lines of the poem?

Ans:- In the last two lines, the poet talks of his initial decision when he thought that the roads were different and chose the one that had been walked over by a lesser number of people.

( শেষৰ শাৰীকেইটাত কবিয়ে তেওঁৰ সিদ্ধান্তৰ কথা আওৰাইছে যেতিয়া তেওঁ ভাবিছিল যে দুয়োটা পথেই বেলেগ বেলেগ আৰু তেওঁ সেইটো পথ বাছি লব য্টো পথেদি কম মানুহ গৈছে। )

4. What do you think the last two lines of the poem mean? ( looking back, does the poet regret his choice or accept it? )

Ans: The last two lines have the quintessence of the poem. The poet expresses his opinion that it becomes difficult for a normal human being to change his decision. The poet intends to walk on the first road but he couldn’t do so because life does not after multiple chances to choose. The decision taken may mar  one’s future or lead one to success. It makes all the differences. He now repents for not getting a chance to travel on the first road.

(কবিতাটোৰ শেষৰ শৰীকেইটাতে সাৰাংশ লুকাই আছে। কবিয়ে নিজৰ মতামত আগবঢ়াইছে যে এজন সাধাৰণ মানুহৰ নিজৰ সিদ্ধান্ত ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হয়। কবিয়ে প্ৰথমটো ৰাস্তাত খোজেৰে আগবাঢ়ি যাব বিচাৰিছিল কিন্তো যাব নোৱাৰিলে কিয়নো জীৱনে কেতিয়াও অসংখ্য সুযোগ নিদিয়ে। মানুহে গ্ৰহণ কৰা যিকোনো সিদ্ধান্তই তেওঁৰ ভবিষ্যতত প্ৰভাৱ পেলাই আৰু সফলতাৰ দিশে আগুৱাই নিয়ে। যাৰ ফলত বিভিন্নতাৰ সৃষ্টি হয়। সেয়েহে তেওঁ অনুতপ্ত যে তেওঁ প্ৰথমে ৰাস্তাটোৰ খোজকাঢ়ি যাবলৈ সুযোগ নাপালে। )

II. Q.1. Have you ever had to make a difficult choice ( or do you think you will difficult choice to make)? How will you make the choice for what reasons?

Ans: Such situation accur in everyone’s life. In today’s world people have numerus alternatives, But the decision should be taken after considering all the ins and auts of the situation. we must ruminate over the disadvantages also.

(এনেধৰণৰ পৰিস্থিতি সকলোৰে জীৱনত আহে। আজিৰ যুগত মানুহৰ ওচৰত অসংখ্য পৰিপূৰক থাকে। কিন্তো পৰিস্থিতিৰ সকলো আতি গুৰি চাইহে সিদ্ধান্ত গ্ৰহণ কৰা হয়। পিছে আমি সকলোৱে প্ৰতিকূল পৰিস্থিতিৰ চকু দিব লাগে।

2. After you have made a choice do you always think about what might have been, or do you accept the reality?

Ans: One should live in the present and not in the past. The philosophy of “is” is the key to attaining success. Life is not a bed of rases. Its hurdles are to be crossed bravely. One must not feel nervous  and get dejected in the trying aircume  tonces. On some instances, one needs to be confident about the choice he makes.

( অতীতক পাহৰি প্ৰত্যক মানুহ বৰ্তমান গুৰুত্ব দিব লাগে। বৰ্তমানেই হৈছে ভৱিষ্যতৰ সফলতাৰ মাপ কাঠি। জীৱনৰ বাটটো ফুলৰ দৰে মসৃণ নহয়। জীৱনৰ ঘাত প্ৰতিঘাত সদায় সাহসেৰে সন্মূখীন হব লাগে। মানুহ কেতিয়াও দূৰ্বল হব নালাগে যিকোনো পৰিস্থিতিতে। সদায় যিকোনো সিদ্ধন্ত আত্মবি শ্বাস আৰু সাহসেৰে লব লাগে।)

Answer Type – Boby Bora