অগতানুগতিক শিক্ষা | অধ্যায় ২ | Class 12 Education Lesson 2 Question and Answer Assam | Higher Secondary 2nd Year Education Chapter 2 Notes and Suggestion | Class 12 Education Lesson 2 Important Solution | দ্বাদশ শ্ৰেণীৰ শিক্ষা কিতাপৰ অধ্যায় ২ অগতানুগতিক শিক্ষা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

অগতানুগতিক শিক্ষা

১। অগতানুগতিক শিক্ষা কাক বোলে ?

উত্তৰঃ

২। অগতানুগতিকশিক্ষাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ

৩। অগতানুগতিক শিক্ষাৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

৪। যােগাযােগ শিক্ষা মানে কি ? 

উত্তৰঃ

৫। যােগাযােগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ

 ৬। অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয়নে ?

উত্তৰঃ

 ৭। অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত ব্যক্তিসকল কোন কোন ? 

উত্তৰঃ

৮। যােগাযােগ শিক্ষাৰ ধাৰণা কোনে প্রথম প্রচলন কৰিছিল ?

উত্তৰঃ

৯। অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ

১০। অগতানুগতিক শিক্ষাই জ্ঞানৰ বিস্ফোৰণৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে ? 

উত্তৰঃ

১১। বর্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্রয়ােজনীয় ?

উত্তৰঃ

 ১২। যােগাযােগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা । 

উত্তৰঃ

১৩। যােগাযােগ শিক্ষাৰ দুটা কুফল উল্লেখ কৰা ।

উত্তৰঃ

 ১৪। দূৰৱর্তী শিক্ষা মানে কি ? 

উত্তৰঃ

১৫। দূৰৱর্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া । 

উত্তৰঃ

১৬। দূৰৱর্তী শিক্ষাৰ যিকোনাে চাৰিটা উদ্দেশ্য লিখা ।

উত্তৰঃ

 ১৭। দূৰৱর্তী শিক্ষাৰ যিকোনাে দুটা মূল উদ্দেশ্য লিখা । 

উত্তৰঃ

১৮। মুক্ত শিক্ষা মানে কি ? 

উত্তৰঃ

১৯। মুক্ত শিক্ষাৰ যিকোনাে দুটা উদ্দেশ্য লিখা । 

উত্তৰঃ

২০। মুক্ত শিক্ষাৰ যিকোনাে তিনিটা উদ্দেশ্য লিখা । 

উত্তৰঃ

২১। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

২২। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনাে তিনিটা উদ্দেশ্য লিখা । 

উত্তৰঃ

২৩। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনাে দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ

 ২৪। ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ? 

উত্তৰঃ

২৫। IGNOU- ৰ সম্পূর্ণ ৰূপটো লিখা । 

উত্তৰঃ

২৬। ১৯৮৫ চনত স্থাপিত হােৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল ? 

উত্তৰঃ

২৭। প্রথম মুক্ত বিশ্ববিদ্যালয়খন ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ

২৮। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ? 

উত্তৰঃ

২৯। অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ৰখা হৈছে ?

উত্তৰঃ

৩০। খালী ঠাই পুৰণ কৰাঃ

(ক) চনৰ জুন মাহত মাধ্যমিক শিক্ষা আয়ােগে নিজস্ব প্রতিবেদন দাখিল কৰিছিল । 

(খ)আছিল বিশ্ববিদ্যালয় অনুদানৰ অধ্যক্ষ ।

( গ ) ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে পৰামর্শ দিয়া শিক্ষাৰ গাঁথনিৰ প্ৰক্ৰিয়াটো হ’ল । 

( ঘ ) কোঠাৰী আয়ােগৰ প্রতিবেদনখনৰ প্ৰকৃতভাৱে নামাকৰণ কৰা হৈছে  ।

(ঙ) সদস্যৰে আয়ােগখন গঠন হৈছিল । 

৩১। চমুটোকা লিখাঃ

 ( ক ) দূৰবর্তী শিক্ষা

উত্তৰঃ

 ( খ ) মুক্ত বিদ্যালয়

উত্তৰঃ

 ( গ ) মুক্ত বিশ্ববিদ্যালয় । 

উত্তৰঃ