জাতি, বৰ্ণ আৰু শ্ৰেণী | Chapter 3 | Class 12 History Part 1 Lesson 3 Question and Answer Assam | HS 2nd Year History Chapter 3 Notes and Suggestion | Higher Secondary 2nd Year History Lesson 3 Common Answer |

 অধ্যায় ৩

জাতি, বৰ্ণ আৰু শ্ৰেণী

১০০-১৫০ পদ ভিতৰত উত্তৰ লিখা।

১. পিতৃসূত্র উত্তৰাধিকাৰী ব্যৱস্থাটো সর্বোত্তম পৰিয়ালসমূহৰ মাজতকি কাৰণে গুৰুত্বপূর্ণ? ব্যাখ্যা কৰা।

উত্তৰঃ- 

২. প্রাচীন ৰাজ্যসমূহৰ ৰজাসকল নিশ্চিতভাৱে ক্ষত্রিয় আছিলনে ? আলােচনা কৰা।

উত্তৰঃ- 

৩. দ্রোণ, হিড়িম্বা আৰু মাতঙ্গৰ কাহিনীত বর্ণিত ধর্ম বা প্রচলিত নীতি নিয়মসমূহৰ তুলনা কৰি ইয়াৰ বৈষম্যবােৰ উলিওৱা ।

উত্তৰঃ- 

৪. বৌদ্ধ সামাজিক চুক্তিৰ সূত্ৰৰ সৈতে সমাজ সম্পর্কে পুৰুষসুক্তৰ ভিত্তিত গঢ় লােৱা ব্রাহ্মণ্য মতামতৰ কি কি প্রভেদ? 

উত্তৰঃ- 

৫. নিম্নেলিখিত মহাভাৰতৰ উদ্ধৃতিটোত জ্যেষ্ঠতম পাণ্ডৱ যুধিষ্ঠিৰে বার্তাবাহী সঞ্জয়ক সম্বােধন কৰি এইদৰে কৈছিলঃ

  সঞ্জয়, সকলাে ব্রাহ্মণ আৰু ধৃতৰাষ্ট্রৰ পৰিয়ালৰ প্রধান পুৰােহিতক মােৰ সশ্রদ্ধ অভিনন্দন জনাবা। গুৰু দ্রোণাচার্যলৈ মই নতশিৰে প্রণাম যাচিছাে .. আমাৰ দীক্ষাগুৰু কৃপাচার্য ( আৰু ) কুৰুসকলৰ প্রধান মহামতি ভীষ্মক চৰণত ধৰি প্ৰণিপাত জনাইছাে। বৃদ্ধ ৰজা (ধৃতৰাষ্ট্র ) ক নতশিৰে শ্ৰদ্ধা অর্পণ কৰিছাে। অভিনন্দন সহকাৰে মই তেওঁৰ পুত্ৰ আৰু কনিষ্ঠ ভাতৃৰ স্বাস্থ্যৰ বা বাতৰি লৈছাে … আমাৰেই ভাতৃ, পুত্ৰ আৰু পৌপুত্র আন আন কুৰু যুৱক যােদ্ধাসকলকো শুভেচ্ছা জনাইছাে … এইসকলৰ উপৰি যিজন একেধাৰে আমাৰ পিতৃ মাতৃস্বৰূপ সেইজন জ্ঞানী বিদুৰ ( যাৰ এগৰাকী দাসীৰ ঔৰসত জন্ম ) কো ভক্তি সহকাৰে জনাইছাে প্রণাম … যিসকল আমাৰ মাতৃসম বয়ােজ্যেষ্ঠা মহিলা তেওঁলােককো নতশিৰে জনাইছাে নমস্কাৰ । পৰিয়ালৰ স্ত্ৰীসকলক মােৰ শুভেচ্ছা ক’বা যে তেওঁলােকে যাতে সুন্দৰকৈ সুৰক্ষিত হয় সেইটোকে কামনা কৰিছাে … সৎ পৰিয়ালত জন্মগ্রহণ কৰা আৰু সু – সন্তানৰ মাতৃ আমাৰ বােৱাৰীসকলকো মােৰ হৈ শুভ সম্ভাষণ জ্ঞাপন কৰিবা , মােৰ হৈ আমাৰ জীয়ৰীসকলক মৰমেৰে সাবটি ধৰিবা  সুন্দৰী , সুগন্ধী আৰু চকুত লগা সাজপাৰ পৰিহিতা আমাৰ বীৰঙ্গনাসকলকো ওলগ জনাবা । দাসী আৰু তেওঁলােকৰ সন্তান , বয়ােজ্যেষ্ঠ সকলাে ব্যক্তি, পঙ্গু আৰু অক্ষমসকলকো মােৰ হৈ কুশল – মঙ্গল সুধিবা এই তালিকাখন প্রস্তুত কৰােতে বয়স , লিঙ্গ আৰু জ্ঞাতি ভিত্তিত গ্রহণ কৰা নিৰ্ণায়কসমূহ যত্নসহকাৰে চিনাক্ত কৰা। ইয়াৰ বাহিৰে আন কিবা নির্ণায়ক থাকিব পাৰেনে? কি কাৰণবশতঃ প্রত্যেকটো শ্ৰেণীৰ বাবে তালিকাখনত একোটা নির্দিষ্ট স্থান নির্ণয় কৰা হৈছে , ব্যাখ্যা কৰা।

নিম্নেলিখিত বিষয়ুৱস্তুৰ ওপৰত একোখল চন্ম । সচল ( প্রাক্স ৫০০ সুন্দল ), লিখা। 

৬. ভাৰতীয় সাহিত্যৰ প্রখ্যাত ঐতিহাসিক মৰিচ উইনটাৰনিটজ ( Maurice Winternitz ) য়ে মহাভাৰতৰ বিষয়ে এইদৰে উল্লেখ কৰিছেঃ “ যিহেতু মহাভাৰতে অধিকতৰভাৱে এটা সম্পূর্ণ সাহিত্যক প্রতিনিধিত্ব কৰিছে … ইমানবােৰ আৰু ইমান ধৰণৰ বিষয় ইয়াত আছে … যে , ই আমাক ভাৰতীয় জনগণৰ আত্মাৰ অটল গভীৰতাৰ প্রতি এটা অন্তদৃষ্টি দিছে । এই মন্তব্যটিৰ ওপৰত আলােচনা কৰা।

উত্তৰঃ- 

৭. মহাভাৰতখন এজন লেখদ্বাৰা ৰচিত হ’ব পাৰে নেকি , আলােচনা কৰা।

উত্তৰঃ- 

 ৮. প্রাচীন সমাজত লিঙ্গ বৈষম্য কিমান গুৰুত্বপূৰ্ণ আছিল? যুক্তি যুক্ততাৰ সৈতে উত্তৰ দিয়া।

উত্তৰঃ- 

 ৯। জ্ঞাতি আৰু বিবাহ সম্বন্ধে ব্রাহ্মণ্য নির্দেশসমূহ সর্বাত্মকভাৱে গ্রহণ কৰা নহৈছিল বুলি দিয়া সাক্ষ্যৰ ওপৰত এটা আলােচনা আগবঢ়োৱা। 

উত্তৰঃ- 

মানচিত্ৰ কাম

 ১০. এই অধ্যায়ৰ মানচিত্রখন দ্বিতীয় অধ্যায়ৰ এক নম্বৰ মানচিত্ৰৰ সৈতে ৰিজাই চোৱা । মহাজনপদ আৰু কুৰু – পাণ্ডৱ অঞ্চলৰ ওচৰে পাজৰে থকা মহানগৰসমূহৰ এখন তালিকা প্রস্তুত কৰা ।

উত্তৰঃ- 

যিকোনো এটা প্ৰকল্প প্ৰস্তুত কৰা।

১১. অন্যান্য ভাষাত মহাভাৰতৰ কাহিনীটো কিধৰণে পুনৰ কথিত হৈছে , বিচাৰি উলিওৱা। এই অধ্যায়ৰ পাঠ্যত বর্ণিত যিকোনাে দুটা ঘটনাক তেওঁলােকে কেনে ধৰণে ব্যৱহাৰ কৰিছে আৰু এইক্ষেত্ৰত তােমাৰ দৃষ্টিগােচৰ হােৱা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ চালিজাৰি চাই প্রশ্নটো বহলভাৱে আলােচনা কৰা।

উত্তৰঃ- 

 ১২. নিজকে এজন লেখক হিচাপে কল্পনা কৰি একলব্যৰ কাহিনীটো তােমাৰ পচন্দৰ দৃষ্টিকোণৰ পৰা পুনৰাই লিখা।

উত্তৰঃ-