পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ | Class 12 History Lesson 5 Question and Answer | HS 2nd Year History Chapter 5 Notes and Suggestion | Class 12 History Chapter 5 Common Answer Assam |

অধ্যায় ৫

পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ

১০০০ আৰ ভিতৰত উত্তৰ দিয়া 

১. কিতাব – উল – হিন্দ সম্বন্ধে এটি টোকা লিখা।

উত্তৰঃ- 

২. ভাৰত ভ্রমণ সম্বন্ধে ইবন্ বটুটা আৰু বার্ণিয়াৰে যিবােৰ পৰিপ্ৰেক্ষিতত তেওঁলােকৰ টোকা প্রস্তুত কৰিছে, সেইবােৰৰ এক ৰিজনি আৰু বৈপৰীত্য বাছি উলিওৱা। 

উত্তৰঃ-

৩. বার্ণিয়াৰে তেওঁৰ টোকাত নগৰ কেন্দ্ৰসমূহৰ যি চিত্ৰ দাঙি ধৰিছে সেই বিষয়ে আলােচনা কৰা।

উত্তৰঃ-

৪. দাসত্ব সম্বন্ধে ইবন্ বটুটাই আগবঢ়োৱা বর্ণনাটো পুঙ্কানুপুঙ্খভাৱে বিশ্লেষণ কৰা।

উত্তৰঃ-

৫. সতী প্রথাৰ কি মৌলিক বিষয়ে বার্ণিয়াৰৰ দৃষ্টি আকর্ষণ কৰিছিল?

উত্তৰঃ- 

২৫০ শব্দ ভিতৰত চমু চৰনা লিখা।

৬. বৰ্ণপ্ৰথা সম্বদ্ধে আল বেৰুমীৰ দৃষ্টীভঙ্গী আলোচনা কৰা।

উত্তৰঃ-

৭. সমসাময়িক নগৰকেন্দ্ৰসমূহৰ জীৱন ধাৰণ সম্বদ্ধে এটা বুজাপৰাত উপনীত হ’বলৈ ইবন বটুটাৰ টোকাই কিবা সহায় কৰে বুলি তুমি ভাবানে? যুক্তি সহকাৰে উত্তৰ লিখা। 

উত্তৰঃ-

৮. সমসাময়িক গ্ৰাম্য সমাজৰ পুণৰ নিৰ্মাণত বাৰ্ণিয়াৰৰ টোকাই ঐতিহাসিকসকলক কিমানদূৰ সহায় কৰিছে বুলি তুমি ভাবা?

উত্তৰঃ-

৯. বাৰ্ণীয়াৰৰ এই উদ্ধৃতিটো পঢ়াঃ

‘সামান্য হাতিয়াৰ বা সা-সঁজুলিত নথকা একেবাৰে নিঃকিন আৰু কোনো দক্ষ আৰু প্ৰশিক্ষকৰ তত্ত্বাৱধান নোপাৱা লোকৰ দ্বাৰা প্ৰস্তুত অসংখ্য চালে চকু ৰোৱা শিল্প নৈপুণ্যৰ চানেকী সততে চকুত পৰে, কেতিয়াবা এনেলোকে ইউৰোপীয়া কাৰিকৰে তৈয়াৰ কৰা সামগ্ৰীবোৰ এনেদৰে প্ৰস্তুত কৰে যে, আচল আৰু নকলৰ মাজত পাৰ্থক্য উলিৱাবই নোৱাৰি। ভাৰতীয়সকলৰ পৰা প্ৰস্তুত সামগ্ৰীৰ ভিতৰত হাত-হিলৈ আৰু চৰাই মৰা সৰু সৰু বন্দুকবোৰ অতি চমকপ্ৰদ। কেতিয়াবা তেওঁলোকে এনেধৰণৰ সোণৰ অলঙ্কাৰ প্ৰস্তুত কৰে যে, এনেধৰণৰ নিখুঁত কাৰুকাৰ্য ইয়োৰূপীয়া সোণাৰীয়ে কৰিব পাৰিবনে নাই সন্দেহ হয়। তেওঁলোকৰ ৰঙীন চিত্ৰাঙ্গনসমূহৰ সৌন্দৰ্য, কোমলতা আৰু সূক্ষ্মতাৰ বিষয়েই প্ৰায়ে প্ৰশংসা কৰি আহিছো।

উদ্ধৃতিটোত উল্লেখিত হস্তনিৰ্মিত শিল্পসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। লগতে, এই অধ্যায়ত উল্লেখ কৰা কাৰিকৰী নৈপুণ্যৰ সৈতে ইয়াৰ তুলনা দাঙি ধৰা।

 উত্তৰঃ-

মানচিত্ৰ কাম

১০. বহিঃৰেখাৰ দ্বাৰা এখন বিশ্ব-মানচিত্ৰ অঙ্কন কৰি ইবন বটুটাই ভ্ৰমণ কৰা দেশসমূহ চিহ্নিত কৰা। এই ভ্ৰমণ কালত তেওঁ অতিক্ৰম কৰাৰ সম্ভাৱনা থকা সাগৰসমূহ কি কি?

উত্তৰঃ-

যিকোনাে এটা প্রকল্প প্রস্তুত কৰা 

১১. তুমি থকা নগৰ বা গাঁৱৰ বাহিৰত ভ্ৰমণ কৰি অহা যিকোনাে এজন জ্যেষ্ঠ আত্মীয় ( যেনে— পিতৃ / মাতৃ / ককাদেউতা / খুৰা / খুৰী / মামা / মাহী আদিৰ এটা সাক্ষাৎ লৈ এইবােৰ তথ্য সংগ্রহ কৰা-

 (ক) তেওঁ কোন ঠাইলৈ গৈছিল (খ) কিহেৰে যাত্ৰা কৰিছিল (গ) যাত্ৰাত কিমান সময় লাগিছিল ( ঘ ) যাত্ৰাৰ উদ্দেশ্য ( ঙ ) কিবা অসুবিধাৰ সন্মুখীন হৈছিলনে? ভ্ৰমণ কৰি অহা ঠাইখনৰ সৈতে নিজৰ নগৰগাঁৱৰ বিশেষকৈ ভাষা, সাজ – পাৰ , খাদ্যাভ্যাস, ৰীতিৰীতি , বাট – পথ , ঘৰ বাৰী আৰু পুৰুষ – মহিলাৰ জীৱন ধাৰণ পদ্ধতি আদিৰ সাদৃশ্য আৰু বৈ সাদৃশ্য সম্বন্ধে তেওঁৰ অভিমতসমূহৰ এখন তালিকা প্রস্তুত কৰা। এইদৰে তুমি সংগ্রহ কৰা তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এটা টোকা লিখা। 

উত্তৰঃ-

১২. এই অধ্যায়ত উল্লেখিত যিকোনাে এজন পর্যটকৰ জীৱন আৰু লেখনি সম্বন্ধে অধিক তথ্য সংগ্রহ কৰা। সমাজ সম্বন্ধে তেওঁৰ বর্ণনা বিশেষভাৱে উল্লেখ কৰি এই অধ্যায়ত সন্নিৱিষ্ট উদ্ধৃতিসমূহৰ সৈতে তেওঁৰ বিৱৰণীৰ এটা ৰিজনি দি পর্যটকজনৰ ভ্ৰমণৰ ওপৰত এটা ৰিপ’ৰ্ট প্রস্তুত কৰা।

উত্তৰঃ-