বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ | অধ্যায় ১ | Class 12 Political Science Lesson 1 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 1 Important Solution | Class 12 Political Science Chapter 1 Common Answer Assam | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ১ বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ

 THE COLD WAR ERA IN WORLD POLITICS

* তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা।

১। শীতল যুদ্ধ সম্বদ্ধে উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ?

(ক) শীতল যুদ্ধ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন তথা ইহঁতৰ মিত্ৰজোঁটৰ মাজত হোৱা প্ৰতিযোগিতা।

উত্তৰঃ

(খ) শীতল যুদ্ধ হ’ল বৃহৎ শক্তিশালী ৰাষ্ট্ৰ মাজত হোৱা আদৰ্শগত যুঁজ।

উত্তৰঃ

(গ) শীতল যুদ্ধৰ অস্ত্ৰ প্ৰতিযোগিতাৰ দৌৰ বন্ধ কৰে।

উত্তৰঃ

(ঘ) শীতল যুদ্ধই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু ছোভিয়েট ইউনিয়নক প্ৰত্যক্ষ যুদ্ধত লিপ্ত হোৱা বূজায়।

উত্তৰঃ

2. তলত উল্লেখ কৰা কোনটো উক্তি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্য উদ্দেশ্য প্ৰতিফলিত নকৰে?

উত্তৰঃ

(ক) ঔপনিবেশিকতাৰ কৰা মুক্তি লাভ কৰা ৰাষ্ট্ৰসমূহক স্বাধীন নীতি অনুসৰণ কৰিবলৈ সমৰ্থন কৰে।

উত্তৰঃ

(খ) কোনাে সামৰিক মিত্রজোটত যােগদান নকৰিব । 

উত্তৰঃ

(গ) গােলকীয় বিষয়ত নিৰপেক্ষ নীতি অনুসৰণ কৰিব।

উত্তৰঃ

 (ঘ) গােলকীয় অর্থনৈতিক অসমতাবােৰৰ প্রতি দৃষ্টি আকর্ষণ কৰি নিঃশেষ কৰা।

উত্তৰঃ

 ৩। তলৰ উক্তিবােৰৰ বিপৰীতে শুদ্ধ বা অশুদ্ধ লিখা?

 (ক) মিত্রজোটৰ সদস্যভুক্ত ৰাষ্ট্ৰবােৰে নিজৰ ৰাষ্ট্রৰ মাটিত বৃহৎ শক্তিৰ ৰাষ্ট্ৰবােৰৰ সামৰিক ঘাটি স্থাপন কৰাৰ সুবিধা কৰি দিব লাগিব।

উত্তৰঃ

 ৪। তলত উল্লেখ কৰা ৰাষ্ট্রসমূহে শীতল যুদ্ধৰ সময়ত কোনটো শিবিৰত যােগদান কৰিছিল? ৰাষ্ট্ৰসমূহৰ বিপৰীত শিবিৰটোৰ নাম লিখাঃ

 (ক) পােলেণ্ড

 (খ) জাপান 

(গ) উত্তৰ কোৰিয়া 

(ঘ) ফ্রান্স

 (ঙ) নাইজেৰিয়া

 (চ) শ্রীলংকা

৫। শীতল যুদ্ধই অস্ত্ৰ সম্প্রসাৰণ ( দৌৰ ) আৰু অস্ত্র নিয়ন্ত্রণ দুয়ােটাই কৰে। এই দুয়ােটা কহ কাৰ কবি কি? লিখা। 

উত্তৰঃ

৬। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে সৰু ৰাষ্ট্ৰবিলাকৰ সৈতে কিয় সামৰিক জোঁটিবন্ধন কৰিছিল? তিনিটা কাৰণ দৰ্শোৱা।

উত্তৰঃ

 ৭। শীতল যুদ্ধ সাধাৰণভাৱে শক্তি আহৰণ কৰা যুদ্ধ, আদৰ্শৰ লগত ইয়াৰ সম্পর্ক নাই তুমি ইয়াৰ লগত একমতনে ? তােমাৰ সমর্থনত এটা যুক্তি দিয়া।

উত্তৰঃ

 8. শীতল যুদ্ধৰ যুগত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্রতি ভাৰতৰ বৈদেশিক নীতি কেনে আছিল ? এই নীতিয়ে ভাৰতৰ স্বাৰ্থ ৰক্ষাত সহায় কৰিছিলনে? 

উত্তৰঃ

৯। গােষ্ঠী নিৰপেক্ষ আন্দোলন এতিয়া অপ্রাসংগিক বুলি ভাবানে? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। 

উত্তৰঃ

১০। গােষ্ঠী নিৰপেক্ষ ‘তৃতীয় বিশ্ব দেশবােৰৰ বাবে ‘তৃতীয় বৈকল্পিক’ বুলি বিবেচনা কৰা হয়। শীতল যুদ্ধ শীর্ষ স্থানত অৱস্থান কৰাৰ সময়ত এই বিকল্প ব্যৱস্থাটোৱে তৃতীয় বিশ্বৰ দেশবােৰৰ উন্নয়ন কেনেদৰে সহায় কৰিছিল। 

উত্তৰঃ

১১। তুমি ভাবানে শীতল যুদ্ধৰ পাছত গােষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা হেৰুৱাইছে বুলি? যুক্তিযুক্ত আলােচনা কৰা ।

উত্তৰঃ  

 ১২। কিউবাৰ আণৱিক সংকটৰ ওপৰত টোকা লিখা । ইয়াৰ তাৎপর্য কি?

উত্তৰঃ  

 ১৩। শীতল যুদ্ধৰ যুগত গােষ্ঠী নিৰপেক্ষ আন্দোলন ( NAM ) ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ

১৪। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলােচনা কৰা।

উত্তৰঃ

 * চমু উত্তৰৰ প্রশ্নঃ 

১। শীতল যুদ্ধ কাক বােলে?

উত্তৰঃ

২। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

 ৩। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য হােতাকেইজনৰ নাম লিখা। 

উত্তৰঃ

৪। নতুন আন্তর্জাতিক অর্থনৈতিক শৃংখলা

উত্তৰঃ

৫। গােষ্ঠী নিৰপেই ভাৰতৰ স্বাৰ্থ পূৰণত কেনেধৰণৰ সহায় কৰিছিল? 

উত্তৰঃ

৬। ভাৰতবৰ্ষই ছােভিয়েট ইউনিয়নৰ সৈতে কৰা বন্ধুত্বপূর্ণ সম্পর্কই ভাৰতৰ গােষ্ঠী নিৰপেক্ষ নীতিক উলংঘা কৰা সূচায়নে? যুক্তি সহকাৰে তােমাৰ মত ব্যক্ত কৰা।

উত্তৰঃ

 ৭। মিত্র গােষ্ঠীত সৰু সৰু ৰাষ্ট্ৰবােৰৰ অন্তর্ভুক্তৰ দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ

৮। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ মাজত হােৱা শীতল যুদ্ধৰ দুটা মূল কাৰণ উল্লেখ কৰা।

উত্তৰঃ

 ৯। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু ৰাষ্ট্রৰ মিত্ৰতাৰ কিয় প্রয়ােজন? দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ

১০। “কিউবা সংকট ‘ বুলিলে কি বুজা? উত্তৰ দিয়া। 

উত্তৰঃ

১১। শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্তৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।

উত্তৰঃ

১২। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?

উত্তৰঃ

 অতি চমু উত্তৰৰ প্রশ্নঃ

১। শীতল যুদ্ধৰ নেতৃত্ব বহন কৰা এখন ৰাষ্ট্রৰ নাম লিখা।

উত্তৰঃ

 ২। পশ্চিমীয়া মিত্র গােষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল?

উত্তৰঃ

৩। পূব মিত্র গােষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল?

উত্তৰঃ

 ৪। পশ্চিমীয়া মিত্র গােষ্ঠীয়ে গঠন কৰা সংগঠনটোৰ নাম কি?

উত্তৰঃ

 ৫। পূব মিত্র গােষ্ঠীয়ে সম্পাদন কৰা চুক্তিখনৰ নাম কি? 

উত্তৰঃ

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে কোনটো মতবাদ শ্রেষ্ঠ? 

( ক ) উদাৰনৈতিক গণতন্ত্র আৰু পুঁজিবাদ 

উত্তৰঃ

( খ ) সমাজবাদ আৰু সাম্যবাদ।

উত্তৰঃ

 ৭। শীতল যুদ্ধত বৃহৎ গােষ্ঠী দুটাৰ উপৰি গঠিত হােৱা তৃতীয় গােষ্ঠীটোৰ নাম কি? 

উত্তৰঃ

 ৮। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য হােতা এজনৰ নাম উল্লেখ কৰা।

উত্তৰঃ

  ৯। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথম শীৰ্ষ সন্মিলনখন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ

 ১০। ‘উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি’ত থকা এটা পৰিৱৰ্তন উল্লেখ কৰা। 

উত্তৰঃ

১১। ছােভিয়েট ৰাছিয়া আৰু ভাৰতবৰ্ষৰ মাজত কোন চনত ‘বন্ধুত্বৰ চুক্তি সম্পাদন হৈছিল?

উত্তৰঃ

 ১২। গােষ্ঠী নিৰপেক্ষৰ এটা সাৰ বিষয়বস্তু উল্লেখ কৰা ।

উত্তৰঃ

 ১৩। NATO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ

১৪। কিউবা ক্ষেপণাস্ত্র সংকট কোন চনত হৈছিল?

উত্তৰঃ

 • অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১ । শীতল যুদ্ধ বুলিলে কি বুজায়? 

উত্তৰঃ

২ । শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ

৩। NATO ৰ সম্পূর্ণ নামটো লিখা।

উত্তৰঃ

৪। ৱাৰশ্ব চুক্তি কি? 

উত্তৰঃ

৫। শীতল যুদ্ধৰ যুগৰ সময়সীমা উল্লেখ কৰা।

উত্তৰঃ

৬। বাক্যটো শুদ্ধ কৰাঃ মার্কিন যুক্তৰাষ্ট্র সমাজবাদী আদৰ্শৰ প্রতি দায়বদ্ধ আছিল। 

উত্তৰঃ

৭। খালী ঠাই পূৰ কৰা 

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল                   ৰ আৰম্ভণি।

উত্তৰঃ

 ৮। শীতল যুদ্ধৰ কালছােৱা উল্লেখ কৰা। 

উত্তৰঃ

৯। হয়নে নহয় লিখা  ঃ

 শীতল যুদ্ধ আছিল মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়ন আৰু তেওঁলােকৰ মিত্র বাহিনীৰ মাজত এক প্রতিযােগিতা ।

উত্তৰঃ

 ১০। NIEO ৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ

 ১১। CENTO বুলিলে কি বুজা?

উত্তৰঃ

 ১২। ৰােধকৰণ বুলিলে কি বুজা? 

উত্তৰঃ

১৩। LOCS কি? 

উত্তৰঃ

১৪। NAM ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ

১৫। কিউবাৰ সংকট কি আছিল ?

উত্তৰঃ

১৬। UNETAD কি?

উত্তৰঃ  

১৭। দুটা মহাশক্তিৰ নাম লিখা।

উত্তৰঃ

 ১৮। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে?

উত্তৰঃ

 ১৯। কোন বছৰত মার্কিন যুক্তৰাষ্টই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰােশিমাত দুটা আণৱিক বােমা নিক্ষেপ কৰিছিল? 

উত্তৰঃ

২০। LDCS কি?

উত্তৰঃ

 • চমু উত্তৰৰ আৰ্হি প্রশ্নঃ 

১। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গঠিত হােৱা মিত্র শক্তিক আৰু বিপক্ষ শক্তি বুলিলে কি বুজা?

উত্তৰঃ

২। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উদ্ভৱ হােৱা দুটা শক্তি গােষ্ঠীৰ নাম লিখা।

উত্তৰঃ

৩। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণবিক বােমা পেলােৱা ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ

৪। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় মিত্ৰতাৰ প্রয়ােজন? 

উত্তৰঃ

৫। পশ্চিমীয়া মিত্ৰতা আৰু পূব মিত্রতা বুলিলে কি বুজা?

উত্তৰঃ

৬।  দ্বিশক্তি গােষ্ঠীয়ে স্বাক্ষৰ কৰা দুখন অস্ত্র নিয়ন্ত্রণ চুক্তিৰ নাম লিখা।

উত্তৰঃ

৭। কত আৰু কেতিয়া প্রথম গােষ্ঠী নিৰপেক্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 

উত্তৰঃ

৮। প্রথমখন গােষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ

 ৯। NATO ৰাষ্ট্ৰসমূহৰ ঘােষণা – পত্র কি?

উত্তৰঃ

১০।  NIEO মাথোঁ এটা ধাৰণাই আছিলনে, যি কেতিয়াও শৃংখলা নহয়? ৰােধকৰণ যুক্তি বুলিলে কি বুজা?

উত্তৰঃ

 ১২। শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা। 

উত্তৰঃ

১৩। মহাশক্তিসমূহৰ বাবে ক্ষুদ্র ৰাষ্ট্ৰবােৰ কিয় সহায়ক হৈছিল? 

উত্তৰঃ

১৪। মিত্র শক্তি আৰু বিৰােধী শক্তি কি?

উত্তৰঃ

 ১৫। সাম্যবাদী আদৰ্শৰ প্ৰচলন থকা তিনিখন দেশৰ নাম লিখা?

উত্তৰঃ

 ১৬। গােষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি?

উত্তৰঃ

১৭। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ঐপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰা চাৰিখন দেশৰ নাম লিখা ।

উত্তৰঃ

১৮। তম NATO শীর্ষ সন্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ

১৯। ছােভিয়েট পৰিমণ্ডলত যােগদান কৰা দেশসমূহৰ নাম লিখা ।

উত্তৰঃ

 চমু উত্তৰৰ আৰ্হি প্রশ্ন  ঃ 

১। শীতলযুদ্ধ কিয় এক শীতল যুদ্ধ হৈ আছিল আৰু উত্তপ্ত ’ যুদ্ধ হােৱাগৈ নাছিল?

উত্তৰঃ

 ২। তুমি ভাবানে যে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্র শক্তি ব্যৱস্থাই সমগ্র বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা

উত্তৰঃ

৩। সৰু সৰু দেশবােৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল? শীতল যুদ্ধৰ সময়ত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা সম্পর্কে আলােচনা কৰা।

৪। তুমি ভাবানে যে আদর্শগত পার্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যােগাইছিল?

উত্তৰঃ

৫।  NAM ৰ অৱস্থিতিত ভাৰতৰ ভূমিকা নির্ণয় কৰা।

উত্তৰঃ

৬।  বেলগ্রেড শীৰ্ষ সন্মিলনৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ

৭।  NATO ৰ সদস্য ৰাষ্ট্ৰবােৰ কোন আছিল উল্লেখ কৰা।

উত্তৰঃ

৮।  মিত্র শক্তি ব্যৱস্থাৰ আদৰ্শগত কাৰণ কি?

উত্তৰঃ

৯। ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্ব শক্তিক কোনে গঢ় দিছিল?

উত্তৰঃ

 ১০। ১৯৬২ চনত ছােভিয়েট ৰাছিয়াই কিউবাত পাৰমাণবিক ক্ষেপণাস্ত্র স্থাপন কৰাৰ কাৰণ কি আছিল?

উত্তৰঃ

 ১২। কোনটো দিশৰ পৰা ভাৰতৰ গােষ্ঠী নিৰপেক্ষ নীতিক সমালােচনা কৰিব পাৰি?

উত্তৰঃ

 ১৩। শীতল যুদ্ধৰ যিকোনাে চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ

 ১৪। মিত্রতা ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহ লিখা।

  উত্তৰঃ

১৫। দুই মহাশক্তিক কিহে সহযােগী কৰিছিল?

উত্তৰঃ

 ১৬। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতা সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ

 ১৭। মহাশক্তিয়ে কিয় ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল?

উত্তৰঃ

 ১৮। কিউবা ক্ষেপণাস্ত্র সংকট মানে কি?

উত্তৰঃ

দীঘলীয়া উত্তৰৰ আৰ্হি প্রশ্ন  ঃ ( ৬ নম্বৰৰ ) 

১। কিউবাৰ ক্ষেপণাস্ত্র সংকটৰ বিষয়ে এটা টোকা লিখা। ইয়াৰ তাৎপর্য কি?

উত্তৰঃ

২। গােষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ নে নির্লিপ্ততা ? তুমি কি ভাবা আৰু কিয়?

উত্তৰঃ

৩। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ

৪। শীতল যুদ্ধৰ পাছত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা নােহােৱা বুলি ভাবানে? যুক্তি দিয়া। 

উত্তৰঃ

৫। ধৰা হ’ল শীতল যুদ্ধ হােৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্রধান শক্তি থাকি গ’ল । তেনে পৰিস্থিতিত ভাৰতৰ বিদেশ নীতি কিদৰে প্ৰভাৱিত হ’লহেঁতেন? যিকোনাে তিনিটা দিশ বা অঞ্চল চিনাক্ত কৰা আৰু পার্থক্য নিৰূপণ কৰা। 

উত্তৰঃ

৬। শীতল যুদ্ধৰ পাছৰ সময়ছােৱাত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলােচনা কৰা। 

উত্তৰঃ

৭। পাৰমাণৱিক অস্ত্র সম্প্রসারণ বিৰােধী চুক্তিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৮। নতুন আন্তঃৰাষ্ট্রীয় অর্থনৈতিক শৃংখলা সংগঠনৰ ( NIEO ) আঁৰৰ বাস্তৱতা কি আছিল?

উত্তৰঃ

৯।  গােলকীয় বাণিজ্য পদ্ধতিৰ সংস্কাৰ সম্পর্কীয় ONCTAC প্রতিবেদনখন কি আছিল?

উত্তৰঃ

 ১০। শীতল যুদ্ধৰ সময়ছােৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ প্রতি ভাৰতৰ বৈদেশিক নীতি কেনেকুৱা আছিল?

উত্তৰঃ

 ১১। এই মহাশক্তিৰ সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় সামৰিক সহযােগিতা আছিল? তিনিটা কাৰণ দশোৱা ।

উত্তৰঃ

১২। অস্ত্র – শস্ত্র নিয়ন্ত্রণ কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ মাজত সম্পাদিত হােৱা তিনিখন চুক্তিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

 ১৩। শীতল যুদ্ধই অস্ত্র প্রতিযােগিতাৰ আৰম্ভ কৰিছিল। এই প্রতিযােগিতা সৃষ্টিৰ কাৰণবােৰ কি? 

উত্তৰঃ

১৪। এইটো কোৱা হয় যে শীতল যুদ্ধ হ’ল ক্ষমতাৰ বাবে এক সাধাৰণ সংগ্রাম আৰু এইক্ষেত্ৰত আদর্শ বুলিবলৈ একো নাছিল। এই মতক তুমি সমর্থন কৰানে? উদাহৰণসহ তােমাৰ স্থিতি ব্যাখ্যা কৰা। 

উত্তৰঃ

১৫। ছােভিয়েট ব্যৱস্থাৰ আসোঁৱাহসমূহ উল্লেখ কৰা। 

উত্তৰঃ