শিক্ষাবিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যাবিজ্ঞান | অধ্যায় ৭ | Class 12 Education Lesson 7 Question and Answer Assam | Higher Secondary 2nd Year Education Chapter 7 Solution | HS 2nd Year Education Lesson 7 Solution |

শিক্ষাবিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যাবিজ্ঞান

প্রশ্নাৱলী 

 ১। পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ লিখা ।

উত্তৰঃ 

 ২। শিক্ষা আৰু মনােবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ প্রয়ােজনীয়তা সম্পর্কে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ

৩ । বাৰবাৰতা বিভাজন তালিকা কিয় প্রস্তুত কৰিব লাগে বুজাই লিখা । 

উত্তৰঃ

৪। উসত 25 টা সংখ্যাৰ পৰা 5 একক শ্রেণী অন্তৰাল লৈ এখন বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰা আৰু বিভাজন তালিকাৰ পৰা আয়ত চিত্ৰ আৰু বহুভূজ অংকন কৰা । 

2536454542
2038242450
2240252521
3040313122
3541353522


উত্তৰঃ

৫। তলত দিয়া বাৰংবাৰতা তালিকাৰ পৰা বাৰংবাৰতা বহুভূজ আৰু আয়তচিত্ৰ অংকন কৰা ।

শ্ৰেণী অন্তৰালবাৰংবাৰতা
55-591
50-591
45-493
40-444
35-3912
30-346
25-297
20-242

 N=36

উত্তৰঃ

৬। দণ্ডচিত্ৰ আৰু বৃত্ত চিত্ৰ কি ? তলত দিয়া তথ্যখিনি বৃত্তৰটচিত্তৰে প্ৰকাশ কৰাঃ

বছৰ                         1980  1981  1982  1983  1984  1985
উত্তীৰ্ণ ছাত্ৰৰ সংখ্যা          10    14    15       13     16     19  

উত্তৰঃ

৭। কেন্দ্রীয় প্রকৃতিৰ জোখ বুলিলে কি বুজা ? উপযুক্ত উদাহৰণ সহ প্রতিবিধ কেন্দ্রীয় প্রবৃত্তিৰ জোখৰ চমু বর্ণনা কৰা ।

 তলত দিয়া অসমুহিত ৰাশিসমূহৰ গড় মধ্যমা আৰু বহুলক নির্ণয় কৰা ।

( ক ) 10 , 12 , 14 , 12 , 12 , 16 , 20 , 25 , 32 

( খ ) 22 , 23 , 22 , 25 , 26 , 32 , 33 , 22 , 35 , 37 

উত্তৰঃ

৮। গড় মধ্যমা আৰু বহুলক কাক বােলে লিখা । 

উত্তৰঃ

৯। তলৰ বাৰংবাৰতা বিভাজন তালিকাৰ পৰা গড় , মধ্যমা আৰু বহুলক নির্ণয় কৰা ।

শ্ৰেণী অন্তৰাল09-9485-8980-8475-7970-7465-6960-6455-5950-54বাৰংবাৰতা225384231      

                                                                                N=30

উত্তৰঃ

১০। বিচ্যুতি বুলিলে কি বুজা ? ভিন্ন ভিন্ন ধৰণৰ বিচ্যুতিৰ জোখৰ নাম লিখা । 

উত্তৰঃ

১১। সামগ্ৰীৰ প্ৰসাৰ আৰু চতুর্থক বিচ্যুতি বুলিলে কি বুজা ব্যখ্যা কৰা । 

উত্তৰঃ

১২। ৯ নং প্রশ্নৰ তালিকা খনৰ পৰা চতুর্থক বিচ্যুতি নির্ণয় কৰা । 

উত্তৰঃ

১৩। তলত দিয়া ৰাশিসমূহৰ প্ৰসাৰ নির্ণয় কৰা- 

35 , 30 , 42 , 43 , 29 , 45 , 32 , 30 , 30 , 28 

উত্তৰঃ 

১৪। কেন্দ্রীয় প্রৱণতাৰ জোখসমূহৰ প্রত্যেকৰে সুবিধা আৰু অসুবিধাসমূহ আলােচনা কৰা ।

উত্তৰঃ

১৫। বিচ্যুতিৰ জোখ হিচাপে প্ৰসাৰ আৰু চতুর্থক বিচ্যুতিৰ সুবিধা আৰু অসুবিধাসমূহৰ তুলনামূলক আলােচনা কৰা ।

উত্তৰঃ

১৬। পৰিসংখ্যা বুলিলে কি বুজা ? শিক্ষাত ইয়াৰ প্ৰয়ােগ সম্বন্ধে লিখা । 

উত্তৰঃ

১৭। বাৰংবাৰতা বহুভূজ অৰুআয়তচিত্ৰৰ দুটা পার্থক্য লিখা | বাৰংবাৰতা বিভাজনৰ লেখচৈত্রিক উপস্থাপনৰ প্রয়ােজন কি বুজাই লিখা । 

উত্তৰঃ

১৮। তুমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ একাদশ শ্রেণীৰ ৫০ জন ছাত্র – ছাত্রীব প্রত্যেকৰ ওজনৰ ( weight ) সংগ্রহ কৰি ৫ একক ( unit ) লৈ এখন বাৰংবাৰ বহুভূজ আৰু আয়তচিত্র আঁকি দেখুওৱা ।

উত্তৰঃ