শৈক্ষিক পৰিসংখ্যা বিজ্ঞান | অধ্যায় ৭ | Class 12 Education Lesson 7 Question and Answer Assam | Higher Secondary 2nd Year Education Lesson 7 Solution | HS 2nd Year Education Chapter 7 Important Answer |

উত্তৰ দিয়াঃ

১। পৰিসংখ্যা বিজ্ঞান কি?

উত্তৰঃ

২। শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা প্ৰয়োগৰ তিনিটা উপযোগিতা লিখা।

উত্তৰঃ

৩। শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ

৪। ‘পৰিসংখ্যা বিজ্ঞান হৈছে একত্ৰিকৰণ, বিশ্লেষণ, ব্যাখ্যাকৰণ আৰু তথ্যপাতি সংগ্ৰহৰ বিজ্ঞা”一 চমুকৈ আলোচনা কৰা।

উত্তৰঃ

৫। বাৰংবাৰতা বিভাজনৰ তালিকা প্ৰস্তুত কৰাৰ কাৰণ কি বুজাই লিখা?

উত্তৰঃ

৬। অবিন্যস্ত সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱক কি বুলি কোৱা হয়?

উত্তৰঃ

৭। বাৰংবাৰতা বিভাজনৰ পৰিসৰ বুলিলে কি বুজা লিখা।

উত্তৰঃ

৮। শ্ৰেণী-বিভাজনৰ সীমা আৰু বাৰংবাৰতা কাক বোলে লিখা।

উত্তৰঃ

৯। তথ্য তালিকাভুক্তকৰণ কিদৰে কৰা হয়? চমুকৈ লিখা।

উত্তৰঃ

১১। তলত দিয়া 60 জন ছাত্ৰৰ নম্বৰসমূহক এখন বাৰংবাৰতা বিভাজন তালিকাত প্ৰকাশ কৰা। নিম্নতম শ্ৰেণী-বিভাজন 40 一 44 ল’বা।

১২। ৰাশিৰ শ্ৰেণী বিভাজন কিয় কৰিব লাগে? তলত দিয়া ৰাশিবোৰৰ 5 একক শ্ৰেণীৰ দৈৰ্ঘ্য লৈ এখন বিভাজন তালিকা প্ৰস্তুত কৰা।

50569586677069646997
42976964694682847883
43759182809066769040
75469859684391658885

১৩। লেখ চিত্ৰ উপস্থাপনৰ সাধাৰণ নীতিসমূহ কি কি লিখা।

১৪। বাৰংবাৰতা বহুভুজ কাক বোলে লিখা।

১৫। তথ্য সামগ্ৰীৰ ৰেখাচৈত্ৰিক বা লেখচিত্ৰীক উপস্থাপনৰ যিকোনো এটা পদ্ধতি চমুকৈ লিখা।

১৬। আয়ত চিত্ৰ কাক বোলে? চমুকৈ লিখা।

১৭। আয়ত চিত্ৰ আৰু বাৰংবাৰতা বহুভুজৰ মাজৰ পাৰ্থক্য কি লিখা।

১৮। তলত দিয়া তালিকাৰ সহায়েৰে এখন আয়তচিত্ৰ অংকন কৰা । (গ্ৰাফ কাগজ ব্যৱহাৰ কৰিবা)

১৯ | তলত উল্লেখ কৰা বাৰংবাৰতা বিভাজন তালিকাৰ পৰা এখন বাৰংবাৰতা বহুভুজ চিত্ৰ অঙ্কন কৰা ।

শ্ৰেণী অন্তৰালবাৰংবাৰতা
80 – 892
70 – 796
60 – 698
50 – 5912
40 – 4914
30 – 3920
20 – 2912
10 -196

২০ |তলত দিয়া তথ্যৰ পৰা এখন আয়ত চিত্ৰ অঙ্কন কৰা (গ্ৰাফ কাগজ ব্যৱহাৰ কৰিবা)

২১ | তলৰ তথ্যসমূহ পাইচিত্ৰৰ সহায়েৰে উপস্থাপন কৰা ঃ

২২ | তলত দিয়া তথ্যসমূহৰ পৰা এটা বাৰংবাৰতা বহুভূজ অংকন কৰা ঃ

২৩ | কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখ বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।

উত্তৰঃ

২৪ | কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপনবোৰ কি কি ? লিখা ।

উত্তৰঃ

২৫ | তলত দিয়া অসমূহিত ৰাশিসমূহৰ গড় নিৰ্ণয় কৰা ঃ
8, 10, 12, 20 আৰু 28

উত্তৰঃ
২৬ | সমূহিত তথ্যৰ পৰা গাণিতিক গড় নিৰ্ণয় কৰাত সংক্ষিপ্ত পদ্ধতিৰ সূত্ৰটো কি ? লিখা ।

উত্তৰঃ

২৭ | বিন্যস্ত ৰাশিৰ পৰা কিদৰে মধ্যমা নিৰ্ণয় কৰা হয় ? 

উত্তৰঃ

২৮ | তলত দিয়া অসমূহিত তথ্যৰ পৰা মধ্যমা নিৰ্ণয় কৰা ।
8, 7, 6, 4, 6, 3, 2

উত্তৰঃ

২৯ | ধৰি লোৱা কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 75 আৰু মধ্যমাও 75 । সূত্ৰ প্ৰয়োগ কৰি বহুলক নিৰ্ণয় কৰা ।

উত্তৰঃ
৩০ | এখন বিভাজনৰ তৃতীয় চতুৰ্থক হৈছে 60.44 আৰু চতুৰ্থক বিচ্যুতি হৈছে 6.5 । বিভাজনৰ প্ৰথম চতুৰ্থক নিৰ্ণয় কৰা ।

উত্তৰঃ

৩১ | 10 টা ৰাশিৰ গড় হৈছে 27 । যদি ইয়াৰ পৰা এটা ৰাশি বাদ দিয়া হয়, তেতিয়া ইয়াৰ ড় হয় 25, বাদ দিয়া ৰাশিটো উলিওৱা ।
উত্তৰঃ

৩২ | তলত দিয়া বাৰংবাৰতা বিভাজন তালিকাৰ গাণিতিক গড় আৰু মধ্যমা নিৰ্ণয় কৰা ।

৩৩ | তলত দিয়া তালিকাখনৰ গাণিতিক গড়, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা । 

৩৪ | চমুটোকা লিখা ঃ
(ক) বাৰংবাৰতা বহুভূজ
(খ) মধ্যমা
(গ) প্ৰসাৰ
(ঘ) বিচ্যুতিৰ জোখ 
(ঙ) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ 
(চ) আয়ত চিত্ৰ 
(ছ) শ্ৰেণী – অন্তৰাল 
(জ) বহুলক বা ম’ড 
(ঝ) লেখচিত্ৰৰ প্ৰয়োজন 
(ঞ) চতুৰ্থক বিচ্যুতি গণনা কৰা সূত্ৰটো লিখা । 
৩৫ | তলত দিয়া ৰাশিসমূহৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা । 

৩৬ | অনুমতি গড় পদ্ধতিৰ তলৰ তালিকাৰ পৰা গড় নিৰ্ণয় কৰা ।