অসমীয়া সাহিত্যৰ বুৰঞ্জী | Gauhati University BA 1st Sem Assamese (Major) Question and Answer Assam | GU TDC 1st Semester Assamese Solution | GU BA 1st Sem Assamese Important Answer | Gauhati University BA 1st Sem Assamese Major Notes and Suggestion | Download Gauhati University BA 1st Sem Assamese Read Books PDF | Download BA 1st Sem Assamese Old Question Paper |

অসমীয়া সাহিত্যৰ বুৰঞ্জী

Gauhati University BA 1st Sem Assamese (Major) Question and Answer

GU TDC 1st Semester Assamese Solution

————————————————

BA 1st Sem Assamese  অসমীয়া সাহিত্যৰ বুৰঞ্জী Book

————————————————–

————————————————–

 পুথি একআদি মধ্যযুগৰ অসমীয়া সাহিত্য

আগৰকথাঃ

(ক) ৰাজনৈতিক পৰিস্থিতি

(খ) সামাজিক সাৰাংশ

(গ) সাহিত্যিক লক্ষণ

১। বৈষয়িক সাহিত্য-চহা গীত-সাধু আদি

২। ধৰ্মমূলক সাহিত্য— (১) তান্ত্ৰিক প্ৰভাব

(২) বৌদ্ধ প্ৰভাৱৰ (ক) ডাকৰ বচন

(খ) চৰ্য্যাচৰ্য্যবিনিশ্চয়— বৌদ্ধ গান

————————————————–

————————————————–

পুথি দুইশেষ মধ্যযুগৰ অসমীয়া সাহিত্য

আগৰকথাঃ

(ক) ৰাজনৈতিক পৰিস্থিতি

(খ) সামাজিক সাৰাংশ

(গ) সাহিত্যিক লক্ষণ

১। অন-বৈষ্ণৱ সাহিত্য—(১) গোপীচন্দ্ৰৰ গান

(২) ৰামাইৰ “শূন্যপুৰাণ” আৰু (৩) চণ্ডীদাসৰ “কৃষ্ণকীৰ্ত্তন”

পূৰ্ব-বৈষ্ণৱ সাহিত্য-(১) দুৰ্লভনাৰায়ণৰ আমোলৰ হেম সৰস্বতী প্ৰভৃতি

(২) “বৰাহ” ৰজা শ্ৰীমহামাণিক্যৰ আমোলৰ—মাধৱ কন্দলী

————————————————–

————————————————–

 পুথি তিনিনৱ-জন্ম যুগত ফুলি অসমীয়া সাহিত্য

আগকথা

(ক) ঐতিহাসিক জপিৰ

(খ) সামাজিক পৰিস্থিতি

(গ)জানৰ নৱজন্ম

১। বৈষায়িক সাহিত্য – গণিত – জ্যোতিষ – ব্যাকৰণ

২। মনসা-সাহিত্য-মনকৰ, দুৰ্গাবৰ আদি কবিসকল

৩। মহাভাৰতৰ কবিসকল—কবীন্দ্ৰ, সঞ্জয়, আদি

৪। নৱ-জন্মৰ বৈষ্ণৱ-সাহিত্য-শীশঙ্কৰ-সূৰ্য্য উদয়

(ক) শঙ্কৰী কাব্য—কীৰ্ত্তন-ঘোষা, ভাগৱত-ভাঙনি আদি

(খ) শঙ্কৰদেৱৰ বৰগীত, অঙ্কীয়া নাট আৰু কথা-ৰীতি

(গ) মাধদেৱৰ জীৱনী, ধৰ্ম্মপ্ৰচাৰ আৰু নিৰ্যাতন

(ঘ) মাধৱদেৱৰ কাব্য, অঙ্ক, গীত আদি অৱদান

(ঙ) মাধৱদেৱৰ অঙ্কীয়া নাট আৰু বৰগীত ৰচনা

(চ) হৰিচৰণ অনন্ত কন্দলী চন্দ্ৰভাৰতী ভাগৱত ভট্টাচাৰ্য্য

(ছ) অনিৰুদ্ধ ৰামসৰস্বতী ভাৰত ভূষণচন্দ্ৰ কবিসৰস্বতী

(জ) ৰত্নকৰ, শ্ৰীধৰ সাৰ্বভৌম, কংসাৰি প্ৰভৃতি

(ঝ) বৈকুণ্ঠনাথ ভট্টদেৱ কবিৰত্ন 

(ঞ) নৱজন্মৰ বৈষ্ণৱ সাহিত্যৰ জোৱাৰৰ সামৰণি

(ট) বৈষ্ণৱ সাহিত্যৰ অপৰিসীমতা

 ————————————————–

————————————————–

পুথি চাৰিউত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য

আগকথাঃ

(ক) ৰাজনৈতিক সাৰাংশ

(খ) মায়ামৰা আন্দোলন

(গ)সাহিত্যিক বিশিষ্টতা

১। অনুবাদ আৰু চৰিতমূলক বৈষ্ণৱ পদ্য-গদ্য

২। অন-বৈষ্ণৱ আৰু বৈষয়িক পদ্য়-গদ্য 

(ক) ৰাজকীয় পত্ৰ, পেড়াকাকত, মানুহ-বেচা কাকতৰ গদ্য

(খ) জিকিৰ আৰু অন্যান্য মৌখিক সাহিত্য

 ————————————————–

—————————————————

পুথি পাঁচবৰ্ত্তমান যুগৰ নৱ আবিষ্কাৰৰ অসমীয়া সাহিত্য

আগকথাঃ

(ক) ইংৰাজ শাসন

(খ) আত্মবিশ্বাসহনীতা

(গ) সাহিত্যিক জাগৰণ

১। খৃষ্টীয় অসমীয়া সাহিত্যৰ থাপনা

২। ঊনৈশ শতিকাৰ সাহিত্যৰ বাট-দেখাওঁতাসকল 

৩। পূৰ্ব-আধুনিক আৰু আধুনিক কবিতাৰ বিকাশ

৪। অসমীয়া নৱন্যাসৰ কবিতা আৰু হোতসকল

৫। নৱৱন্যাসৰ গদ্য়, উপন্যায়, নাটক চুটিসাধু আদি

৬। অসমীয়া কবিতাত ছন্দৰ ক্ৰমবিকাশ

৭। অসমীয়া সহিত্যৰ অতি-আধুনিক সুতি

৮। অসমীয়া সাহিত্যৰ বৰ্তমান আৰু ভবিষ্যত

৯। অসমীয়া সাহিত্য বুৰঞ্জীৰ জোৰনি ঃ অসমীয়া বৈষ্ণৱ সাহিত্য বিচাৰ

১০। সাহিত্য বুৰঞ্জী আলোচনা-সূত্ৰ

১১। অসমীয়া সাহিত্যৰ চমু কালক্ৰমণিকা

১২। অক্ষৰানুক্ৰমিক অধিক আৱশ্যকীয় নাম-সূচী