আকবৰ-নামা কেইটা খণ্ডত বিভক্ত আছিল ?

উত্তৰঃ- আকবৰ-নামা তিনিটা খণ্ডত বিভক্ত আছিল ।