ক’ত ৫০ বিধ বিভিন্ন প্ৰকাৰৰ ধান উৎপাদন কৰা হৈছিল ?

উত্তৰঃ- অকল বংগদেশতেই ৫০ বিধ বিভিন্ন প্ৰকাৰৰ ধান উৎপাদন কৰা হৈছিল ।