ধপাতৰ পুলি কিমান শতিকাত উত্তৰ ভাৰতলৈ বিয়পি পৰিছিল ?

উত্তৰঃ- ধপাতৰ পুলি সপ্তদশ শতিকাৰ আদি ভাগতে উত্তৰ ভাৰতলৈ বিয়পি পৰিছিল ।