মহাত্মা গান্ধীয়ে সেই অপমানত তৎক্ষণাত আদালত কি কৰি ওলাই আহিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে সেই অপমানত তক্ষণাত আদালত ত্যাগ কৰি ওলাই আহিছিল।