মোগল ৰাষ্ট্ৰৰ প্ৰধান অংগ কোন আছিল ?

উত্তৰঃ- মোগল ৰাষ্ট্ৰৰ এটি প্ৰধান অংগ আছিল চৰকাৰী কৰ্মচাৰী বাহিনী ।