শিক্ষাৰ ধাৰণ আৰু লক্ষ্যসমূহ | অধ্যায় ১ | Class 11 Education (AHSEC) 2 Question and Answer Assam | HS 1st Year Education Chapter 1 Question and Answer Assamese Medium Solution | HS 1st Year Education (AHSEC) 2 Lesson 1 Shorts Important Question and Answer Assamese Medium Notes and Suggestion |

শিক্ষাৰ ধাৰণা আৰু লক্ষ্যসমূহ

।।প্ৰশ্নাৱলী।।

ক। ভুল নে শুদ্ধ লিখাঃ

১। শিক্ষা এক বিমূৰ্ত ধাৰণা।

উত্তৰঃ 

২। মানৱ সমাজত শিক্ষা সম্পৰ্কীয় ধাৰণা পৰিবৰ্তনশীল।

উত্তৰঃ 

৩। সমাজৰ বিবৰ্তনৰ লগত শিক্ষাৰ কোনো সম্পৰ্ক নাই।

উত্তৰঃ 

৪। ‘শিক্ষা’ শব্দটো সংস্কৃত ‘শাস’ ধাতুৰ পৰআ উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে অৱগত কৰা।

উত্তৰঃ 

৫। ইংৰাজী ‘Education’ শব্দটো আধুনিক শিক্ষাত যি অৰ্থত ব্যৱহাৰ কৰা হয়, তাৰ মূল হৈছে লেটিন Educatic/

উত্তৰঃ 

৬। ব্যক্তিৰ আচৰণ শৃংখলিত কৰাই হ’ল শিক্ষা।

উত্তৰঃ

৭। ‘বিদ’ ধাতুৰ অৰ্থ জ্ঞান।

উত্তৰঃ

৮। স্বামী বিবেকানন্দৰ মতে শিক্ষা হ’ল চৰিত্ৰ গঠনৰ উপায়।

উত্তৰঃ 

৯। প্লেটোৰ মতে শিক্ষা হ’ল সুষ্ঠ দেহত সুষ্ঠ মনৰ সৃষ্টি।

উত্তৰঃ 

১০। শিক্ষা আৰু জীৱন সমাৰ্থক।

উত্তৰঃ

১১। এৰিষ্টলৰ মতে শিক্ষাই উপযুক্ত সময়ত আনন্দ আৰু বেদনা উপলব্ধি সহায় কৰে।

উত্তৰঃ

১২। শিক্ষা এক প্ৰক্ৰিয়া DUCO শব্দৰ অৰ্থ হৈছে শিক্ষাদান কৰা!

উত্তৰঃ 

১৩। সংকীৰ্ণ অৰ্থত শিক্ষা জ্ঞান আহৰণ কৰা।

উত্তৰঃ 

১৪। সংকীৰ্ণ অৰ্থত শিক্ষা এক বিকাশৰ প্ৰক্ৰিয়া।

উত্তৰঃ

১৫। জন ডিউৰ মতে শিক্ষা অভিজ্ঞতাৰ পুনৰবিন্যাস।

উত্তৰঃ 

১৬। অগতানুগতিক শিক্ষাৰ কোনো পূৰ্বনিৰ্ধাৰিত পাঠ্যক্ৰম নাথাকে।

উত্তৰঃ 

১৭। অগতানুগতিক শিক্ষা জীৱনব্যাপী।

উত্তৰঃ

১৮। দূৰশিক্ষা শিক্ষাৰ্থীকেন্দ্ৰিক!

উত্তৰঃ 

১৯। অগতানুগতিক  শিক্ষাৰ উপাদানসমূহ অনিয়ন্ত্ৰিত।

উত্তৰঃ

২০। অনিয়ন্ত্ৰিত শিক্ষা সদায় পূৰ্ব পৰিকল্পিত আৰু পূৰ্ব নিৰ্ধাৰিত।

উত্তৰঃ

২১। অনিয়ন্ত্ৰিত শিক্ষা এক শিক্ষক নিৰ্ভৰ শিক্ষা।

উত্তৰঃ

২২। নিয়ন্ত্ৰিত শিক্ষাৰ প্ৰৱেশপথ এটা।

উত্তৰঃ

২৩। অগতানুগতিক শিক্ষা শিক্ষাৰ্থীৰ চাহিদা ভিত্তিক নহয়।

উত্তৰঃ

২৪। সকলো দুৰশিক্ষাই মুক্ত নহয়।

উত্তৰঃ

২৫। দূৰশিক্ষাৰ কোনো পাঠ্যক্ৰম নাথাকে।

উত্তৰঃ

২৬। নিয়ন্ত্ৰিত শিক্ষাৰ সকলো উপাদান অনিয়ন্ত্ৰিত।

উত্তৰঃ

২৭। অগতানুগতিক শিক্ষা অনুষ্ঠানভিত্তিক।

উত্তৰঃ শুদ্ধ।

২৮। শিক্ষাৰ উপাদানসমূহ পৰস্পৰ নিৰপেক্ষ।

উত্তৰঃ শুদ্ধ।

২৯। ‘Democracy and Education’ গ্ৰন্থৰ ৰচয়িতা হ’ল জন ডিউই।

উত্তৰঃ শুদ্ধ।

৩০। এথেন্সৰ শিক্ষা ব্যৱস্থা আছি সমাজতান্ত্ৰিক।

উত্তৰঃ

৩১। স্পীৰ্টা শিক্ষাত ৰাষ্ট্ৰৰ কল্যাণক অগ্ৰাধিকাৰ দিয়া হৈছিল।

উত্তৰঃ

৩২। শিক্ষাৰ লক্ষ্য পৰিৱৰ্তনশীল।

উত্তৰঃ

৩৩। ব্যক্তিকেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক লক্ষ্য পৰস্পৰ বিৰোধী।

উত্তৰঃ

৩৪। শিক্ষাৰ বৃত্তিমুখী লক্ষ্য আৰু সাংস্কৃতিক লক্ষ্য পৰস্পৰ পৰিপূৰক।

উত্তৰঃ 

খ। খালীঠাই পূৰ কৰাঃ    

১। দ্বিমেৰুযুক্ত প্ৰক্ৰিয়া হিচাবে শিক্ষাৰ এটা মেৰুত আছে শিক্ষক আৰু আনটো মেৰুত আছে  ।

উত্তৰঃ শিক্ষাৰ্থী।

২।   অৰ্থত শিক্ষা এক জীৱনব্যাপী প্ৰক্ৰিয়া।

উত্তৰঃ 

৩।   অৰ্থত শিক্ষা এক জ্ঞান আহৰণ প্ৰক্ৰিয়া।

উত্তৰঃ

৪। সংকীৰ্ণ অৰ্থত শিক্ষা  কেন্দ্ৰিক।

উত্তৰঃ

৫। বহল অৰ্থত শিক্ষাত শিক্ষকৰ ভূমিকা  হৈছে।

উত্তৰঃ

৬। ‘শিক্ষা’ শব্দটো সংস্কৃত  ধাতুৰ পৰা আহিছে।

উত্তৰঃ লেটিন।

৭। ব্যাপক অৰ্থত শিক্ষা হ’ল  বিকাশ।

উত্তৰঃ  অভিজ্ঞতা পুনৰ্বিন্যাস।

৮। প্ৰতিপালন কৰা বা পৰিচাৰ্য্য কৰা অৰ্থত ‘Education’ শব্দটো লেটিন  শব্দৰ পৰা আহিছে।

উত্তৰঃ ‘Educare’.

৯। শিশুৰ সৰ্বাংগীন বিকাশৰ প্ৰক্ৰিয়াক  বোলে।

উত্তৰঃ জীৱন।

১০। ‘নিদেৰেশনাদান’ অৰ্থত ‘Education’ শব্দটো লেটিন  শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ 

১১। যি শিক্ষা অপৰিকল্পিতভাৱে ব্যক্তি জীৱনত সকলো সময়তে লাভ কৰা শিক্ষাক  শিক্ষা বোলে। 

উত্তৰঃ

১২। জীৱন পৰিৱেশত স্বাভাৱিক ভাৱে লাভ কৰা শিক্ষা  শিক্ষা।

উত্তৰঃ

১৩। যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ উপাদানসমূহ পূৰ্ব নিৰ্দিষ্ট আৰু সুপৰিকল্পিত তাক  শিক্ষা বোলে।

উত্তৰঃ

১৪। বিদ্যালয়  শিক্ষাৰ মাধ্যম।

উত্তৰঃ

১৫। পৰিবাৰঃ অনিয়ন্ত্ৰিত শিক্ষাঃ দূৰ শিক্ষাঃ  ।

উত্তৰঃ

১৬। শিক্ষা  টা ৰূপত লাভ কৰা হয়।

উত্তৰঃ তিনিটা।

১৭। শিক্ষাৰ উপাদানসমূহৰ ওপৰত আৰোপিত নিয়ন্ত্ৰণৰ ভিত্তিত শিক্ষাৰ  টা ৰূপ পোৱা যায়।

উত্তৰঃ 

১৮। গতানুগতিক শিক্ষাঃ মুক্ত শিক্ষাঃ নিয়ন্ত্ৰণ শিক্ষাঃ 

উত্তৰঃ

১৯। শিক্ষাৰ উপাদানসমূহ যি শিক্ষাত সম্পূৰ্ণ নিয়ন্ত্ৰিত তাক  শিক্ষা বোলে।

উত্তৰঃ 

২০। আমাৰ জীৱনৰ অধিকাংশ শিক্ষাৰ উৎস  শিক্ষা।

উত্তৰঃ

২১। পুৰণি  শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য আছিল উপযুক্ত নাগৰিক প্ৰস্তুত কৰা।

উত্তৰঃ

২২। স্পাৰ্টাৰ শিক্ষা ব্যৱস্থাত  ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল।

উত্তৰঃ

২৩। শিক্ষাৰ বৃত্তিমুখী লক্ষ্যত  ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

উত্তৰঃ

২৪। ডিউৰ মতে শিক্ষাৰ উদ্দেশ্য হ’ল  ।

উত্তৰঃ 

২৫। শিক্ষাৰ যি লক্ষ্যই শিক্ষাৰ্থীৰ কৰ্মদক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে তাক শিক্ষাৰ  লক্ষ্য বুলি কোৱা হয়।

উত্তৰঃ

২৬। শিশুক সমাজৰ সাংস্কৃতিক ধাৰাৰ প্ৰশিক্ষণ দিয়াত যি লক্ষ্যত গুৰুত্ব প্ৰদান কৰা হয় তাক লক্ষ্য বোলে।

উত্তৰঃ

২৭। এমিল গ্ৰন্থ লেখক হ’ল  ।

উত্তৰঃ 

২৮। ৰুচো আছিল  কেন্দ্ৰিক শিক্ষাৰ প্ৰবক্তা।

উত্তৰঃ

২৯। শিশুৰ স্বতঃস্ফূৰ্ত আত্মবিকাশ হ’ল শিক্ষা’ এই অভিমত হ’ল  ৰ।

উত্তৰঃ

৩০। শিক্ষাৰ  লক্ষ্যই শিক্ষাৰ মাধ্যমেৰে শিশুৰ সামাজিকীকৰণ গুৰুত্ব দিয়ে।

উত্তৰঃ

গ। চমুকৈ  লিখাঃ

১। শিক্ষা শব্দটো ব্যুৎপত্তিগত অৰ্থ কি।

উত্তৰঃ  

২। ‘বিদ্যা’ শব্দৰ উৎপত্তিগত অৰ্থ কি?

উত্তৰঃ 

৩। সংকীৰ্ণ অৰ্থত শিক্ষাৰ এটা সংজ্ঞা লিখা।

উত্তৰঃ 

৪। বহল অৰ্থত শিক্ষাৰ এটা সংজ্ঞা লিখা।

উত্তৰঃ

৫। লেটিন ‘Educare’ অৰ্থটোৰ অৰ্থ লিখা।

উত্তৰঃ 

৬। লেটিন ‘Educatum’ শব্দটোৰ অৰ্থ লিখা।

উত্তৰঃ 

৭। সংকীৰ্ণ অৰ্থত শিক্ষাত শিক্ষকৰ ভূমিকা কি?

উত্তৰঃ

৮। শিক্ষাৰ ব্যাপক অৰ্থত শিক্ষকৰ ভূমিকা কি? 

উত্তৰঃ

৯। শিক্ষাক কিয় এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়।

উত্তৰঃ

১০। শিক্ষাক কিয় এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়।

উত্তৰঃ

১১। ব্যাপক অৰ্থত ব্যৱহৃত শিক্ষাৰ এটা সংজ্ঞা লিখা।

উত্তৰঃ

১২। বহল অৰ্থত শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

১৩। মহাত্মা গান্ধীৰ মতে শিক্ষা কি?

উত্তৰঃ

১৪। জন ডিউইৰ মতে শিক্ষা কি? 

উত্তৰঃ 

১৫। শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তা কি? 

উত্তৰঃ 

১৬। শিক্ষাৰ লক্ষ্যৰ পৰিৱৰ্তনশীলতাৰ দুটা কাৰণ লিখা।

উত্তৰঃ

১৭। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সপক্ষত দুটা যুক্তি দিয়া।

উত্তৰঃ

১৮। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ দুটা ত্ৰুটি লিখা? 

উত্তৰঃ 

১৯। সমাজতান্ত্ৰিক লক্ষ্য কি?

উত্তৰঃ

২০। ব্যক্তিকেন্দ্ৰিক লক্ষ্য কি? 

উত্তৰঃ

২১। শিক্ষাৰ মূল লক্ষ্য দুটা কি কি? 

উত্তৰঃ

২২। সামাজিক যোগ্যতা কি? 

উত্তৰঃ

২৩। শিক্ষাৰ বৃত্তিকেন্দ্ৰিক লক্ষ্য কি? 

উত্তৰঃ 

২৪। শিক্ষাৰ লক্ষ্য ব্যক্তিৰ বিকাশ– এই লক্ষ্যৰ দুজন সমৰ্থকৰ নাম উল্লেখ কৰা।

উত্তৰঃ

ঙ। সংক্ষিপ্ত উত্তৰ দিয়াঃ

১। “শিক্ষা জ্ঞান অৰ্জন প্ৰক্ৰিয়া”–এই সংজ্ঞা সম্পৰ্কে তোমাৰ অভিমত লিখা।

উত্তৰঃ

২। শিক্ষাক অভিজ্ঞতাৰ পুনঃসংগঠনৰ প্ৰক্ৰিয়া বুলি কিয় কোৱা হয়।

উত্তৰঃ

৩। তুমি গ্ৰহযোগ্য বুলি ভাবা শিক্ষাৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ

৪। সংকীৰ্ণ অৰ্থত শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ 

৫। সংকীৰ্ণ অৰ্থত গৃহীত শিক্ষাৰ এটা সংজ্ঞা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৬। ব্যাপক অৰ্থত শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

৭। অনিয়ন্ত্ৰিত শিক্ষা কিয় শিক্ষক নিৰ্ভৰ নহয় লিখা।

উত্তৰঃ

৮। অগতানুগতিক শিক্ষা কাক বোলে?

উত্তৰঃ

৯। অগতানুগতিক শিক্ষাৰ কেইটামান শিক্ষা প্ৰতিষ্ঠানৰ নাম লিখা।

উত্তৰঃ

১০। দুৰ শিক্ষা কি? 

উত্তৰঃ

১১। বিদ্যালয় বৰ্হিভূত শিক্ষাৰ্থী কাক বোলে? 

উত্তৰঃ

১২। নিয়ন্ত্ৰিত শিক্ষা কাক বোলে?

উত্তৰঃ

১৩। বিদ্যালয় কি? 

উত্তৰঃ

১৪। অগতানুগতিক শিক্ষাৰ দুটা সংস্থাৰ নাম লিখা।

উত্তৰঃ

১৫। অনিয়ন্ত্ৰিত শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

চ। চমুকৈ লিখা (প্ৰতি প্ৰশ্ন মূল্যমান ৪ নম্বৰ)ঃ

১। অগতানুগতিক শিক্ষা কি? এই শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ 

২। অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

৩। অগতানুগতিক শিক্ষাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৪। অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ কি?  

উত্তৰঃ

৫। অগতানুগতিক শিক্ষাৰ কেইটামান সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ

৬। শিক্ষাৰ বৃত্তিমূলক লক্ষ্যটো সংক্ষেপে লিখা।

উত্তৰঃ

৭। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মূলনীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ

৮। সামাজিকভাৱে যোগ্য ব্যক্তি এজনৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ 

৯। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য কেইটা উল্লেখ কৰা।

উত্তৰঃ

ছ। চমুকৈ লিখা (প্ৰতি প্ৰশ্ন মূল্যামান ৬ নম্বৰ)ঃ

১) শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তা কি? এই লক্ষ্য স্থায়ী নে? আলোচনা কৰা।

উত্তৰঃ

২) শিক্ষাৰ প্ৰধান লক্ষ্যসমূহ কি কি? তোমাৰ বাবে গ্ৰহণযোগ্য এটা লক্ষ্যৰ বিষয়ে যুক্তি সহকাৰে ব্যাখ্যা কৰা।

উত্তৰঃ

৩) শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য কি? এই লক্ষ্যৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ

৪) সমাজতান্দ্ৰিক লক্ষ্য কাক বোলে? এই লক্ষ্যৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ

৫) চৰম সমাজতান্ত্ৰিক লক্ষ্যৰ অসুবিধাসমূহ কি কি? 

উত্তৰঃ

৬) ‘ব্যক্তিত্বৰ সৰ্বাগীন আৰু সামাজিক উন্নয়ণ, উভয়কেই, নিশ্চিত কৰাই শিক্ষাৰ লক্ষ্য হোৱা উচিত’ ধাৰণাটো বিশ্লেষণ কৰা।

উত্তৰঃ

৭) শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা? এই লক্ষ্যৰ সুবিধা অসুবিধাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ 

৮) শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যসমূহৰ বিষয়ে আলোচনা  কৰা। 

উত্তৰঃ