সংবিধানঃ কিয় আৰু কেনেকৈ | অধ্যায় ১ | HS 1st Year Political Science Question and Answer Assam | Class 11 Political Science Chapter 1 Important Question and Answer Solution Assamese Medium | HS 1st Year Political Science Chapter 1 Question and Answer Notes and Suggestion |

সংবিধান ঃ কিয় আৰু কেনেকৈ ?

(Constitution : Why and How)

Chapter 1

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১। সংবিধানৰ অৰ্থ ব্যাখ্যা কৰা আৰু ইয়াৰ দুটা সংজ্ঞা দাঙি ধৰা।

উত্তৰঃ 

২। সংবিধান কাক বোলে ? আমাক এখন সংবিধানৰ কিয় প্ৰয়োজন ?

উত্তৰঃ 

৩। সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ 

৪। সংবিধান ৰচনাৰ খচৰা কমিটিৰ গঠন প্ৰক্ৰিয়া আলোচনা কৰা। ইয়াৰ সভাপতি কোন আছিল ?

উত্তৰঃ  

৫। এখন দেশৰ বাবে ক্ষমতাৰ স্পষ্ট সীমাৱদ্ধতা আৰু দায়ৱদ্ধতাৰ বাবে আৱশ্যক ? এনেকুৱা সীমাৱদ্ধতা আৰু দায়ৱদ্ধতা ন’হলে কি ঘটিব পাৰে ?

উত্তৰঃ

৬। শাসকসকলৰ বাবে সীমাৱদ্ধতা সংবিধানত কিয় আৱশ্যক ? এনেকুৱা সংবিধান থাকিব পাৰে নেকি য’ত নাগৰিকৰ কোনো অধিকাৰ থাকিব নোৱাৰে ?

 উত্তৰঃ

৭। অনিলে শিক্ষকক প্ৰশ্ন কৰিলে যে এই সংবিধাখন পঞ্চাছ বছৰ আগতে ৰচিত আৰু ই সময়োপযোগী নহয়। কাৰ্যকৰী কৰা সময়ত মোৰ পৰা কোনোৱে মতামত লোৱা নাই। ইয়াৰ ভাষাবোৰ বৰ কঠিন হোৱা বাবে মই বুজি পোৱা নাই। গতিকে কিয় মই এই সংবিধানখন মানি ল’ব লাগিব তাক বুজাই বিদ লাগিব। তুমি যদি সেই শিক্ষকজন হোৱা তেনেহ’লে অনিলক কেনেকৈ উত্তৰটো দিবা ? 

উত্তৰঃ  

৮। ১৯৪৬ চনত লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ 

৯। ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ চমুকৈ লিখা।

উত্তৰঃ

১০। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ 

চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)

১। কেনেকুৱা পৰিস্থিতিত সংবিধানসভা গঠন কৰা হৈছিল আলোচনা কৰা।

উত্তৰঃ

২। সংবিধান সভাৰ গঠন প্ৰণালী ব্যাখ্যা কৰা।

উত্তৰঃ

৩। কোনখন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল ?

উত্তৰঃ

৪। সংবিধানখন দেশৰ সৰ্বশ্ৰেষ্ট আইন নে ?

উত্তৰঃ

৫। লক্ষ্য নিৰ্ধাৰকমূলক প্ৰস্তাৱটো কি ?

উত্তৰঃ

৬। সংবিধান সভাৰ খচৰা কমিটিৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ

৭। আমাক এখন সংবিধান কিয় লাগে বুজাই লিখা।

উত্তৰঃ

৮। আমেৰিকাৰ সংবিধানৰ কি কি সমল ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা হৈছে ?

উত্তৰঃ

৯। আমাৰ সংবিধানৰ কাৰ্য-কলাপৰ সৈতে জড়িত তিনিটা বেলেগ বেলেগ কাৰ্যৰ অনুভৱক লৈ এটি আলোচনা চক্ৰত তিনিজন বক্তাই ভাগ লৈছে-

(ক) হীৰেন- ভাৰতীয় সংবিধানে গণতান্ত্ৰিক ধ্যান-ধাৰণা প্ৰদান কৰাত সফল হৈছে।

উত্তৰঃ

(খ) বিজয়া- ভাৰতীয় সংবিধানতস্বতন্ত্ৰতা, সমতা আৰু ভ্ৰাতৃত্ববোধ সুনিশ্চিতকৰণত বিধিগত বাধা আছে। সেইবাবে ভাৰতীয় সংবিধান বিফল হৈছে

উত্তৰঃ

(গ) নাজিমা— ভাৰতীয় সংবিধান বিফল নহয়, আমিহে ইয়াক বিফল কৰিছো।

উত্তৰঃ

তুমি ওপৰত উল্লেখ কৰা কোনটো পক্ষ সমর্থন কৰা আৰু কিয়, যদি নকৰা তোমাৰ নিজস্ব বক্তব্য দাঙি ধৰা। 

উত্তৰঃ

১০। সংবিধান এক সমন্বয় আৰু অশ্বাস— বুজাই লিখা।

উত্তৰঃ

১১। চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাৱদ্ধই কি বুজায়? ব্যাখ্যা কৰা।  

উত্তৰঃ

১২। সংবিধানৰ কৰ্তৃত্বই কি সূচায় বুজাই লিখা। 

উত্তৰঃ

১৩। ভাৰতীয় সংবিধানৰ কাৰ্যপদ্ধতি বর্ণনা কৰা।

উত্তৰঃ

১৪। সামাজিক ন্যায় কি?                                  [HS(XI) 2018] 

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions ) : 

১। ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?

                                                                                [HS(XI) 2017]

উত্তৰঃ

২। ভাৰতীয় সংবিধানৰ দুটা উৎস উল্লেখ কৰা।    [HS(XI) 2018]

উত্তৰঃ

৩। সংবিধানৰ দুটা কাৰ্যৰ নাম লিখা।            [HS(XI) 2017, 2019]

উত্তৰঃ

৪। অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল ? [HS(XI) 2019)

উত্তৰঃ

৫। কাৰ পৰামৰ্শ মতে সংবিধানসভা গঠন কৰা হৈছিল ?

উত্তৰঃ

৬। ভাৰতৰ সংবিধানখন কিয় ১৯৫০চনৰ ২৬জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল ? 

উত্তৰঃ

৭। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট দুটা আদর্শ উল্লেখ কৰা।                                                                          [HS(XI) 2015]  

উত্তৰঃ

৮। সমাজত সংবিধানৰ কাম কি ? 

উত্তৰঃ

৯। ভাৰতীয় সংবিধান কি ধৰণেৰে প্ৰস্তুত কৰা হৈছিল ? 

উত্তৰঃ

১০। ভাৰতীয় সংবিধানৰ দুটা সীমাৱদ্ধতা লিখা ?  [HS(XI) 2016)

উত্তৰঃ

১১। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্যৰ নাম লিখা । 

উত্তৰঃ

১২। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।  [HS(XI) 2015]  

উত্তৰঃ

১৩। চৰকাৰৰ ক্ষমতাৰ ওপৰত দুটা সীমাৱদ্ধতা উল্লেখ কৰা।

উত্তৰঃ

১৪। জনসাধাৰণৰ মৌলিক পৰিচয়ে কি বুজায়? 

উত্তৰঃ

১৫। সংবিধান এখন সফল হোৱাৰ দুটা কাৰণ লিখা। 

উত্তৰঃ

১৬। উদ্দেশ্য প্রস্তাব (Objective Resolution)-ৰ-দুটা দিশ উল্লেখ কথা।

উত্তৰঃ

১৭। সংবিধানৰ খচৰা কমিটিৰ দুজন সদস্যৰ নাম লিখা।

উত্তৰঃ

১৮। সংবিধান সভাৰ দুখন কমিটি কি কি?

উত্তৰঃ

 ১৯। ভাৰতীয় সংবিধানখন এখন জীৱন্ত দলিল নে? 

উত্তৰঃ

২০। লক্ষ্য নিৰ্ধাৰকমূলক প্ৰস্তাৱৰ দুটা নীতি লিখা।  

উত্তৰঃ

২১। জৱাহৰলাল নেহেৰুৰ ‘উদ্দেশ্য প্ৰস্তাৱ’ৰ দুটা মূল দিশ লিখা।                                                                         [HS (XT) 2018] 

উত্তৰঃ

২২। ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ই কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?

উত্তৰঃ

২৩। ‘ভাৰতৰ সংবিধানখন এখন ধাৰ কৰা সংবিধান’- মন্তব্য দিয়া।

উত্তৰঃ

২৪। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ’ বুলি কোৱা হৈছে?                                            [HS(XI) 2016] 

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাবলী: 

A. উত্তৰ দিয়া (Give Answers):

 ১। কোনবিধ কার্য সংবিধানৰ অন্তৰ্ভূক্ত নহয় ?

(ক) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ

(খ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা

(গ) প্রতিভাসম্পন্ন ব্যক্তি ক্ষমতালৈ অহা 

 (ঘ) মত প্ৰকাশৰ অধিকাৰ  

উত্তৰঃ

২। তলত উল্লেখ কৰা কোনবোৰ যুক্তিয়ে সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব বেছি নিৰ্ধাৰণ কৰে? 

(ক) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল।

উত্তৰঃ

(খ) সাংসদসকলতকৈ সংবিধান প্রণেতাসকল বেছি প্ৰখ্যাত নেতা। 

উত্তৰঃ

(গ) সংবিধানে সংসদ গঠন আৰু ক্ষমতা নিৰ্ধাৰণ কৰে। 

উত্তৰঃ

(ঘ) সংসদে সংবিধান সংশোধন কৰিব নোৱাৰে

উত্তৰঃ

৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা বাক্যবোৰ সঁচা নে মিছা ?

(ক) সংবিধান চৰকাৰ গঠন ক্ষমতা সম্পৰ্কে লিখিত দলিল।

উত্তৰঃ

(খ) গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাৰণেহে সংবিধানৰ প্ৰয়োজন। 

উত্তৰঃ

(গ) সংবিধান কেৱল আইনগত দলিলহে, ইয়াৰ কোনো আদৰ্শ আৰু গুৰুত্ব নাই।

উত্তৰঃ

(ঘ) সংবিধানে নাগৰিকক নতুনত্ব প্ৰদান কৰে। 

উত্তৰঃ

 ৪। ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নিম্নলিখিত সিদ্ধান্তবিলাক সঁচা নে মিছা যুক্তি দর্শোৱা :  

(ক) সংবিধান সভাই ভাৰতীয় নাগৰিকক প্রতিনিধিত্ব কৰা নাই কিয়নো তেওঁলোকক সকলো নাগৰিকে নির্বাচিত কৰা নাছিল।

উত্তৰঃ

(খ) সংবিধান প্রণয়নৰ সময়ত সংবিধানৰ বুনিয়াদী ৰূপৰেখা সম্পৰ্কে নেতাসকলৰ মাজত সহমত থকাৰ কাৰণে কোনো ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হোৱা নাছিল।

উত্তৰঃ

(গ) ভাৰতীয় সংবিধান অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনো মৌলিকতা নাই। 

উত্তৰঃ

(ঘ) কোনখন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল? 

উত্তৰঃ

৫। ভাৰতীয় সংবিধানৰ আধাৰত তলত উল্লেখ কৰা সিদ্ধান্ত সম্পৰ্কত দুটাকৈ উদাহৰণ দিয়া : 

(ক) ভাৰতীয় সংবিধানখন বিচক্ষণ নেতাৰ দ্বাৰা প্ৰণয়ন কৰা হৈছে বাবে তেওঁলোকক ভাৰতীয় নাগৰিকে সন্মান কৰে।  

উত্তৰঃ 

(খ) সংবিধানে যি উপায়ে ক্ষমতাৰ বিতৰণ কৰিছে তাক অদল-বদল কৰাত প্রতিবন্ধকতা আছে।  দিয়া

উত্তৰঃ

(গ) সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংখ্যাৰ কেন্দ্ৰবিন্দু। 

উত্তৰঃ

(ঘ) সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নিৰ্বাচিত কৰা হৈছিল? 

উত্তৰঃ

৬। সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ

৭। সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নিৰ্বাচিত কৰা হৈছিল? 

উত্তৰঃ

৮। সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া আৰম্ভ হৈছিল?  

উত্তৰঃ

৯। ভাৰতীয় সংবিধানৰ খচৰা সমিতিখনৰ সভাপতি কোন আছিল?                                                           [HS(XI) 2016, 2018 ] 

উত্তৰঃ

১০। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?  

উত্তৰঃ

১১। আমাক সংবিধান এখন কিয় লাগে এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ

১২। এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয়। (সত্য নে অসত্য লিখা)                                                             [HS(XI) 2019]

উত্তৰঃ

১৩। এখন সংবিধানে জনসাধাৰণৰ মৌলিক পৰিচয় দাঙি ধৰে নে? (হয় নে নহয় লিখা)  

উত্তৰঃ

১৪। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। (হয় নে নহয় লিখা)                                                                                          [HS(XI) 2017]

উত্তৰঃ

১৫। সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন যাক সকলো নাগৰিকে মানি চলিবলৈ বাধ্য। (হয় নে নহয় লিখা) 

উত্তৰঃ

 শুদ্ধ উত্তৰ বাছি উলিওৱা (Chose the correct answers)

১। তলত উল্লেখ কৰা ভাৰতীয় সংবিধানৰ কোনটো ব্যৱস্থা বিতর্ক নোহোৱাকৈ গৃহীত হৈছিল ?

(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ  

(খ) মৌলিক অধিকাৰ 

(গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি

(ঘ) সংসদীয় গণতন্ত্র

উত্তৰঃ

২। সংবিধান সভাৰ নিৰ্বাচন কিহৰ ভিত্তিত অনুষ্ঠিত হৈছিল? 

  (ক) সার্বজনীন ভোট ব্যৱস্থা              (খ) সম ভোটাধিকাৰ

  (গ) সাম্প্রদায়িক ভিত্তিত                  (ঘ) মনোনয়নৰ জৰিয়তে 

উত্তৰঃ

৩। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ-জেনেৰেল কোন আছিল ?

(ক) পণ্ডিত জবহৰলাল নেহৰু  (খ) চক্রৱর্তী ৰাজাগোপালাচাৰী

(গ) লর্ড মাউণ্টবেটেন                  (ঘ) ডঃ বি. আৰ. আম্বেদকাৰ 

উত্তৰঃ

৪। প্রথম অবস্থাত সংবিধানসভা সার্বভৌম সস্থা উচ্চ স্থান নাছিল কিন্তু পিছলৈ ই সার্বভৌম সংস্থা হয়। 

(ক) ১৫ জুলাই ১৯৪৬ চন              (খ) ১৫ আগষ্ট ১৯৫০ চন 

(গ) ২৬ জানুৱাৰী ১৯৫০ চন          (ঘ) ৯ ডিচেম্বৰ ১৯৪৬ চন

উত্তৰঃ 

উত্তৰ দিয়া (Give answer)  :  

 ১। সংবিধান মানে কি?

উত্তৰঃ

২। সংবিধানে চৰকাৰৰ ক্ষমতা সীমিত কৰে নে? 

উত্তৰঃ

৩। বৃটিছ সংবিধানৰ পৰা লোৱা ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ

৪। ভাৰতীয় সংবিধানৰ খচৰা কোনে প্রস্তুত কৰিছিল?  

উত্তৰঃ

৫। লক্ষ্য নিৰ্ধাৰকমূলক প্রস্তাবটো সংবিধান সভাত কোনে দাঙি ধৰিছিল।   

উত্তৰঃ