————————————- The Glass Menagerie Gauhati University BA 1st Semester English (Major) Question and Answer U TDC 1st Sem English (Major) Solution ————————————- ———————————————1. Literary and Social Background of the Modern Period in America——————————————————————————————2. Tennessee Williams – Life and Works——————————————————————————————3. Tennessee Read More …
Month: February 2022
মহাত্মা গান্ধীয়ে সেই সংগ্ৰামত সফল হোৱা শুনি কিহৰ সন্মুখত পৰিচিত হৈ পৰিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে সেই সংগ্ৰামত সফল হোৱা শুনি বিশ্বৰ সন্মুখত পৰিচিত হৈ পৰিল।
মহাত্মা গান্ধীয়ে এই অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ মন স্থিৰ কৰিলে তাকে ভাবি বন্ধুসকলৰ লগত কি বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিলে?
উত্তৰঃ মহাত্মা গান্ধীয়ে এই অদ্যায়নৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ মন স্থিৰ কৰিলে তাকে ভাবি বন্ধুসকলৰ লগত ‘কলা আইন’ৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিলে।
কেইমাহমানৰ মূৰত মহাত্মা গান্ধীয়ে ভাৰতলৈ কিহৰ বাবে সাজু হ’ল?
উত্তৰঃ কেইমাহমানৰ মূৰত মহাত্মা গান্ধীয়ে ভাৰতলৈ প্ৰত্যাবৰ্ত্তনৰ বাবে সাজু হ’ল।