কাৰ্য্যপালিকা | অধ্যায় ৪ | (Executive) | HS 1st Year Chapter 4 Question and Answer Assam | Class 11 Political Science Solution | Class 11 Political Science Lesson 4 Important Question and Answer | HS 1st year Political Science Chapter 4 Shorts Important Question and Answer Notes and Suggestion |

অধ্যায় ৪

কাৰ্য্যপালিকা
(Executive)
অনুশীলনী


১। এটি সংসদীয় কাৰ্য্যপালিকাৰ অৰ্থ হ’লঃ  
(ক) এটি সংসদ থকা কাৰ্য্যপালিকা  
(খ) সংসদৰ দ্বাৰা নিৰ্বাচিত কাৰ্য্যপালিকা  
(গ) সংসদে য’ত কাৰ্য্যপালিকা হিচাপে কাৰ্য নিৰ্বাহ কৰে  
(ঘ) সংসদত সংখ্যাগৰিষ্ঠ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্য্যপালিকা  

উত্তৰঃ
২। এই কথোপকথন পঢ়া। কোনটো যুক্তি তুমি গ্ৰহণ কৰা? কিয়? অমিতঃ সাংবিধানিক ব্যৱস্থালৈ চাই, ৰাষ্ট্ৰপতিক ৰাবাৰ ষ্টাম্প (Rubber stamp)  যেন লাগে।  
চামাঃ প্রধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। গতিকে, তেওৰ প্ৰধানমন্ত্রীক  অপসাৰণ কৰাৰো ক্ষমতা থাকিব লাগে।  
ৰাজেচঃ আমাক এজন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই। নিৰ্বাচনৰ পিচত সংসদ মিলিত হ’ব পাৰে আৰু এজন নেতাক প্রধানমন্ত্রী নির্বাচিত কৰিব লাগে। 

কাৰ্য্যপালিকা
(Executive)
অনুশীলনী

১। এটি সংসদীয় কাৰ্য্যপালিকাৰ অৰ্থ হ’লঃ  
(ক) এটি সংসদ থকা কাৰ্য্যপালিকা  
(খ) সংসদৰ দ্বাৰা নিৰ্বাচিত কাৰ্য্যপালিকা  
(গ) সংসদে য’ত কাৰ্য্যপালিকা হিচাপে কাৰ্য নিৰ্বাহ কৰে  
(ঘ) সংসদত সংখ্যাগৰিষ্ঠ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্য্যপালিকা  

উত্তৰঃ
২। এই কথোপকথন পঢ়া। কোনটো যুক্তি তুমি গ্ৰহণ কৰা? কিয়? অমিতঃ সাংবিধানিক ব্যৱস্থালৈ চাই, ৰাষ্ট্ৰপতিক ৰাবাৰ ষ্টাম্প (Rubber stamp)  যেন লাগে।  
চামাঃ প্রধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। গতিকে, তেওৰ প্ৰধানমন্ত্রীক  অপসাৰণ কৰাৰো ক্ষমতা থাকিব লাগে।  
ৰাজেচঃ আমাক এজন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই। নিৰ্বাচনৰ পিচত সংসদ মিলিত হ’ব পাৰে আৰু এজন নেতাক প্রধানমন্ত্রী নির্বাচিত কৰিব লাগে।

উত্তৰঃ 
৩। নিম্নোলিখিতবোৰ মিলোৱা  

(ক) য’ত বাছনি হয় সেই                        (ক) ভাৰতীয় বৈদেশীক সেৱানিৰ্দ্দিষ্ট ৰাজ্যত কাম কৰে 
(খ) দেশৰ ৰাজধানী অথবা                    (খ) ৰাজ্যিক অসামৰিক সেৱাদেশৰ আন ঠাইত অৱস্থিত যিকোনো কেন্দ্রীয় চৰকাৰৰ কাম কৰে
(গ) য’ত আবণ্টন দিয়া হৈছে                 (গ) সৰ্বভাৰতীয় সেৱা কেন্দ্ৰলৈসেই নির্দিষ্ট ৰাজ্যত কাম কৰে, ডেপুটেচনত (Deputation) পঠাব পাৰে  
(ঘ) দেশৰ বাহিৰত ভাৰতীয়                   (ঘ) কেন্দ্ৰীয় সেৱাউচ্ছাযুক্তত কাম কৰে

উত্তৰঃ
৪। তলত উল্লেখিত সংবাদ কোন মন্ত্ৰালয়ে প্ৰচাৰ কৰিব পাৰে চিনাক্ত কৰা। এইটো কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ এটি মন্ত্ৰালয় হয় নে? কিয়?  
(ক) এটি চৰকাৰী বিজ্ঞাপ্তিয়ে কৈছিল যে ২০০৪-০৫ চনত তামিলনাড়ু পাঠ্যপুথি নিগমে সপ্তম, দশম আৰু একাদশ শ্ৰেণীৰ বাবে নতুন সংস্কৰণ মুকলি কৰিছে।  

উত্তৰঃ
(খ) আকৰ ৰপ্তানিকাৰী সকলক সহায় কৰিবলৈ জনসমাগম হোৱা টিৰুভাল্লুৰ ‘চেন্নাই অংশৰ এটি নতুন ৰেলৰ লুপ লাইন (Loop Line) উপপথ মাজেৰে  পাৰ হৈ যাব। নতুন আলিটো, যি ৮০ কিঃ মিঃ দৈৰ্ঘ্য হোৱাৰ সম্ভৱনা আছে, পুটুৰত (Puttur) এৰিব আৰু বন্দৰৰ ওচৰত থকা আথিপাটু (Athipattu) গৈ পাব। 

উত্তৰঃ
(গ) ৰামায়ামপেট (Ramayampet) মণ্ডলত কৃষকে আত্মহত্যাৰ সত্যতা নিৰুপণ কৰিবলৈ গঠন কৰা মহকুমা পৰ্য্যায়ৰ তিনিজনীয়া সমিতিয়ে উদ্ঘাটন কৰিছিল যে এই মাহত আত্মহত্যা কৰা দুজন খেতিয়কৰ ফচল নষ্ট হোৱা বাবে অর্থনৈতিক সমস্যাৰ সৃষ্টি হৈছিল। 

উত্তৰঃ
৫। প্রধানমন্ত্রী নিযুক্তিৰ বাবে ৰাষ্ট্ৰপতিয়ে বাছনি কৰে 
(ক) লোকসভাৰ বৃহৎ দলৰ নেতাক  
(খ) মিত্ৰজোটৰ বৃহৎ দলৰ যি লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে 
(গ) ৰাজ্যসভাৰ বৃহৎ দলৰ নেতাক  
(ঘ) মৰ্চাৰ নেতাক অথবা যি দলৰ লোকসভাত সংখ্যাগৰিষ্ঠৰ সমৰ্থন আছে 

উত্তৰঃ 
৬। এই আলোচনাটো পঢ়া আৰু কোনটো উক্তি ভাৰতবৰ্ষৰ ক্ষেত্ৰত অধিক প্ৰযোজ্য  হয় কোৱা।  
আলোক : প্রধানমন্ত্রী এজন ৰজাৰ নিচিনা, তেওঁ আমাৰ দেশত প্ৰত্যেকটো সিদ্ধান্ত গ্ৰহণ কৰে।  
শেখৰঃ প্ৰধানমন্ত্ৰী “সমানৰ মাজত প্ৰথম” (first among equals) মাত্ৰ, তেওঁৰ কোনো বিশেষ ক্ষমতা নাই। প্রধানমন্ত্ৰী আৰু সকলো মন্ত্ৰীৰ একেধৰণৰ ক্ষমতা আছে।  
ববীঃ প্রধানমন্ত্রীয়ে দলীয় সদস্য আৰু চৰকাৰৰ অন্য সমর্থকৰ আকাংক্ষাক বিবেচনা কৰিব লাগে। কিন্তু মুঠতে, প্রধানমন্ত্ৰীৰ নীতি নিৰ্ধাৰণ আৰু মন্ত্ৰীসকলক বাছনি কৰাৰ ক্ষেত্ৰত অধিক মত প্ৰকাশ কৰাৰ সুযোগ থাকে।  

উত্তৰঃ
৭। ৰাষ্ট্ৰপতিৰ ওপৰত মন্ত্রীপৰিষদৰ পৰামৰ্শ কিয় বাধ্যতামুলক বুলি তুমি ভাবা? ১০০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া। 

উত্তৰঃ 
৮। কাৰ্য্যপালিকা নিয়ন্ত্ৰণৰ বাবে সংসদীয় পদ্ধতিৰ কাৰ্য্যপালিকাই বিধানমণ্ডলৰ ওচৰত বহুত ক্ষমতা অৰ্পন কৰিছে। কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ কৰা কিয় ইমান প্রয়োজন বুলি তুমি ভাবা?  

উত্তৰঃ
৯। প্ৰশাসনীয় যন্ত্ৰৰ কাৰ্য্যত অত্যাধিক ৰাজনৈতিক হস্তক্ষেপ থকা বুলি কোৱা হয়। এইটো পৰামৰ্শ দিয়া হয় যে অধিক স্বায়ত্বশাসিত অভিকৰণ থকা উচিত  যি মন্ত্ৰীসকলৰ ওচৰত দায়বদ্ধ হব নালাগে।  
(ক) ইয়াৰ ফলত প্ৰশাসন অধিক জনসাধাৰণৰ অনুকুল হব বুলি তুমি ভাবানে?  
(খ) ইয়ে প্রশাসনক অধিক দক্ষ কৰিব বুলি তুমি ভাবানে?  
(গ) গণতন্ত্ৰৰ অৰ্থ প্ৰশাসনৰ ওপৰত নিৰ্বাচিত প্রতিনিধিত্বৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নেকি? 

উত্তৰঃ
১০। নিযুক্ত প্ৰশাসনৰ পৰিবৰ্ত্তে নিৰ্বাচিত প্রশাসন লাভ কৰা প্রস্তাবৰ ওপৰত ২০০ শব্দৰ ভিতৰত এখন ৰচনা লিখা।

উত্তৰঃ