কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱপক্ষই ৰচনা কৰা যুদ্ধৰ বেহুবোৰৰ নাম কি আছিল?

উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱপক্ষই ৰচনা কৰা যুদ্ধৰ বেহুবোৰৰ নাম আছিল- মকৰবেহুক, বজ্ৰবেহু, ত্ৰিশূলবেহু ইত্যাদি।