জীৱন্ত দলিলৰ ৰূপত সংবিধান | অধ্যায় ৯ | (CONSTUTION AS A LIVING DOCUMENT) | HS 1st Year Chapter 9 Question and Answer Assam | Class 11 Political Science Solution | Class 11 Political Science Lesson 9 Important Question and Answer | HS 1st year Political Science Chapter 9 Shorts Important Question and Answer Notes and Suggestion |

অধ্যায় ৯

জীৱন্ত দলিলৰ ৰূপত সংবিধান

CONSTUTION AS A LIVING DOCUMENT

অনুশীলনী

১। তলৰ উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(ক) এখন সংবিধান সময়ে সময়ে সংশোধন কৰিবলগীয়া হয় কাৰণ,

পৰিস্থিতি সলনি হয় আৰু সংবিধানৰ উপযুক্ত পৰিবৰ্তন প্ৰয়োজন হয়।

কোনো এক সময়ত লিখা এখন দলিল কিছুদিনৰ পিছত পূৰণিকলীয়া হৈ পৰে।

প্ৰতিটো প্ৰজন্মৰে নিজৰ পছন্দৰ এখন সংবিধান থকা উচিত।

ই প্ৰচলিত চৰকাৰৰ দৰ্শন প্ৰতিফলিত কৰিব পাৰিব লাগে।

উত্তৰঃ

২। তলৰ উক্তিবোৰ সঁচা নে মিছা লিখা।

(ক) ৰাষ্ট্ৰপতিয়ে সংশোধনী বিধেয়ক এখন সংসদৰ পুনৰ বিবেচনাৰ বাবে ঘূৰাই পঠাব নোৱাৰে।

উত্তৰঃ

(খ) কেৱল নিৰ্বাচিত প্ৰতিনিধিৰহে সংবিধান সংশোধন কৰাৰ ক্ষমতা আছে।

উত্তৰঃ

(গ) ন্য়ায়পালিকাই সংবিধান সংশোধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰে কিন্তু ইয়াক অন্য় ধৰণে বাখ্যা কৰি সফলতাৰে সাংবিধানিক পৰিবৰ্তন কৰিব পাৰে।

উত্তৰঃ

(ঘ) সংসদে সংবিধানৰ যি কোনো শাখাৰ সংশোধন কৰিব পাৰে।

উত্তৰঃ

৩। ভাৰতীয় সংবিধানৰ সংশোধনত তলৰ কোনটো জড়িত হৈ আছে? ই কেনেকৈ জড়িত হৈ আছে?

(ক) ভোটদাতাসকল।

উত্তৰঃ

(খ) ভাৰতৰ ৰাষ্ট্ৰপতি।

উত্তৰঃ

(গ) ৰাজ্য়িক বিধানমণ্ডলসমূহ।

উত্তৰঃ

(ঘ) সংসদ।

উত্তৰঃ

(ঙ) ৰাজ্য়পালসকল।

উত্তৰঃ

(চ) ন্য়ায়পালিকা।

উত্তৰঃ

৪। এই অধ্য়ায়ত তুমি পঢ়িছা যে ৪২তম সংশোধনী এতিয়ালৈকে হোৱা সংশোধনৰ ভিতৰত আটাইতকৈ বিতৰ্কমূলক। তলৰ কোনবোৰ কাৰণ এই বিতৰ্কৰ বাবে দায়ী?

(ক) ইয়াক জাতীয় জৰুৰীকালীন অৱস্থাৰ সময়ত ৰচনা কৰা হৈছিল, আৰু সেই জৰুৰীকালীন অৱস্থাৰ ঘোষণাটোৱেই বিতৰ্কমূলক আছিল।

উত্তৰঃ

(খ) বিশেষ সংখ্যাগৰিষ্টৰ সমৰ্থন নোহোৱাকৈয়ে ইয়াক ৰচনা কৰা হৈছিল।

উত্তৰঃ

(গ) ৰাজ্য়িক বিধানমণ্ডলৰ অনুমোদন নোহোৱালৈ ইয়াক ৰচনা কৰা হৈছিল।

উত্তৰঃ

(ঘ) ইয়াৰ কিছুমান বিতৰ্কিত ব্য়ৱস্থা আছিল।

উত্তৰঃ

৫। বিভিন্ন সংশোধন সম্বন্ধে বিধানমণ্ডল আৰু ন্য়ায়পালিকাৰ সংঘাতৰ বাবে তলৰ কোনটো যুক্তিসংগত ব্য়াখ্যা নহয়?

(ক) সংবিধান বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰা সম্ভৱ।

উত্তৰঃ

(খ) গণতন্ত্ৰত, বিতৰ্ক আৰু পাৰ্থক্য় স্বাভাৱিক কথা।

উত্তৰঃ

(গ) সংবিধানে কিছুমান নিয়ম আৰু নীতিক বেছি গুৰুত্ব দিয়ে আৰু বিশেষ সংখ্যাগৰিষ্টতাৰে সংশোধন কৰিবলৈ অনুমতি দিছে।

উত্তৰঃ

(ঘ) বিধানমণ্ডলৰ ওফৰত নাগৰিকৰ অধিকাৰ ৰক্ষা কৰাৰ দায়িত্ব অৰ্পণ কৰিব নোৱাৰি।

উত্তৰঃ

(ঙ) ন্য়ায়পালিকাই কোনো এক বিশেষ আইনৰ সাংবিধানিকতাহে নিৰ্ধাৰণ কৰিব পাৰে; ইয়াৰ প্ৰয়োজন সম্পৰ্কে ৰাজনৈতিক আলোচনা মীমাংসা কৰিব নোৱাৰে।

উত্তৰঃ

৬। মূল গাঁথনিৰ তত্ব সম্বন্ধে শুদ্ধ উক্তিবিলাক চিনাক্ত কৰা। অশুদ্ধ উক্তিবিলাক শুদ্ধ কৰা।

(ক) সংবিধানে মূল নীতিবোৰ আঙুলিয়াই দিয়ে।

উত্তৰঃ

(খ) বিধানমণ্ডলে মূল গাঁথনিৰ বাহিৰে সংবিধানৰ সকলো অংশ সংশোধন কৰিব পাৰে।

উত্তৰঃ

(গ) সংবিধানৰ কোনবোৰ দিশ মূল গাঁথনি বুলি কব পাৰি আৰু কোনবোৰ নোৱাৰি ন্য়ায়পালিকা তাৰ সংজ্ঞা দিছে।

উত্তৰঃ

(ঘ) এই তত্বটোৰ প্ৰথম প্ৰকাশ হৈছিল কেশৱানন্দ ভাৰতী গোচৰত আৰু পিছৰ ৰায়দান সমূহত ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে।

উত্তৰঃ

(ঙ) এই তত্বটোৱে ন্য়ায়পালিকাৰ ক্ষমতা বৃদ্ধি কৰিছে আৰু বেলেগ বেলেগ ৰাজনৈতিক দল আৰু চৰকাৰৰ দ্বাৰা ই গৃহীত হৈছে।

উত্তৰঃ

৭। ২০০০ ৰ পৰা ২০০৩ লৈকে যে বহুতো সংশোধন হৈছিল সেই তথ্যৰ পৰা তুমি তলৰ কোনটো সিদ্ধান্তলৈ আহিবা?

(ক) এই সময়ছোৱাত কৰা সংবিধান সংশোধনীৰ ওপৰত ন্য়ায়পালিকাই হস্তক্ষেপ কৰা নাছিল।

উত্তৰঃ

(খ) এই সময়ছোৱাত কৰা ৰাজনৈতিক দলৰ শক্তিশালী সংখ্যাগৰিষ্টতা আছিল।

উত্তৰঃ

(গ) কিছুমান সংশোধনৰ সপক্ষে জনসাধাৰণ হেচা (সজোৰ দাবী) আছিল।

উত্তৰঃ

(ঘ) এই সময়ছোৱাত ৰাজনৈতিক দলবিলাকৰ মাজত প্ৰকৃত পাৰ্থক্য আছিল।

উত্তৰঃ

(ঙ) সংশোধনীবিলাক অবিতৰ্কমূলক প্ৰকৃতিৰ আছিল আৰু সংশোধনী বিষয়ত দৰবিলাক এটা সময়ত আছিল।

উত্তৰঃ

৮। সংবিধান সংশোধনৰ বাবে বিশেষ সংখ্যাগৰিষ্টতাৰ প্ৰয়োজন হোৱা কাৰণ ব্য়াখ্যা কৰা।

উত্তৰঃ

৯। ভাৰতৰ সংবিধানৰ বহুতো সংশোধন ন্য়ায়পালিকা আৰু সংসদে দিয়া বিভিন্ন ব্যাখ্যাৰ বাবে হৈছে। উদাহৰণসহ ব্য়াখ্যা কৰা।

উত্তৰঃ

১০। সংমশোধনী ক্ষমতা যদি নিৰ্বাচন প্ৰতিনিধিৰ হাতত থাকে, সংশোধনীবিলাকৰ বৈধতা নিৰ্ধাৰণ কৰাৰ ক্ষমতা ন্য়ায়পালিকাৰ হাতত থকা উচিত নহয়। তুমি একমত নে? ১০০টা শব্দৰ ভিতৰত কাৰণ দৰ্শোৱা।

উত্তৰঃ