যুক্তৰাষ্ট্ৰবাদ | অধ্যায় ৭ | (Federalism) | HS 1st Year Chapter 7 Question and Answer Assam | Class 11 Political Science Solution | Class 11 Political Science Lesson 7 Important Question and Answer | HS 1st year Political Science Chapter 7 Shorts Important Question and Answer Notes and Suggestion |

যুক্তৰাষ্ট্ৰবাদ

(FEDERALISM)

অনুশীলনী

১. তলৰ তালিকাত উল্লেখ কৰা কোনবোৰ ঘটনাক তুমি যুক্তৰাষ্ট্ৰীয় কাৰ্য্যকলাপ হিচাপে চিহ্নিত কৰিবা? কিয়?

কেন্দ্ৰই মঙ্গলবাৰে জি এন এল এফৰ দ্বাৰা পৰিচালিত দাৰ্জিলিং গোৰ্খাপাৰ্বত্য় পৰিষদক ষষ্ঠ অনূসূচীৰ মৰ্যাদা প্ৰদান কৰা বুলি ঘোষণা কৰে। ইয়াৰ ফলত পশ্চিমবঙ্গৰ পাৰ্বত্য় জিলাৰ গৱৰ্ণিং অদিক স্বায়ত্ত শাসন নিশ্চিত হ’ব।

উত্তৰঃ

কেন্দ্ৰ, পশ্চিমবঙ্গ চৰকাৰ আৰু সুভাষ ঘিষিং পৰিচালিত গোৰ্খা নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্টৰ মাজত নতুন দিল্লীত দুদিন ধৰি চলা বিৰতিহীন আলোচনাৰ পিছত এখন তিনিদলীয় মেম’ৰেণ্ডাম অৱ ছেট্লমেন্টত (Memorandum of Settlement) স্বাক্ষৰ কৰা হয়।

উত্তৰঃ

বৰ্ষা- বিঘ্নিত ৰাজ্য়সমূহৰ বাবে কেন্দ্ৰৰ কাৰ্য্য-পৰিকল্পনা (action plan) ঃ কেন্দ্ৰই বৰ্ষা অধ্যুষিত ৰাজ্য়সমূহক তেওঁলোকে অতিৰিক্ত সাহাৰ্য্যৰ বাবে কৰা দাবী যাতে খৰতকীয়াকৈ পূৰণ কৰিব পাৰে তাৰ বাবে পুনৰ গঠনৰ বিস্তৃত পৰিকল্পনা দাখিল কৰিব কৈছে।

উত্তৰঃ

দিল্লীৰ বাবে নতুন আয়ুক্তঃ ৰাজধানীৰ বাবে এজন নতুন পৌৰ আয়ুক্তৰ ব্য়ৱস্থা কৰা হৈছে। বৰ্তমানৰ এম. চি. ডি. আয়ুক্ত (MCD Comissioner) ৰাকেশ মেহতাই এই কথা নিশ্চিত কৰি কয় যে, তেওঁ ইতিমধ্যে বদলিৰ আদেশ লাভ কৰিছে আৰু তেওঁৰ ঠাইত অৰুণাচল প্ৰদেশৰ মূখ্য় সচিব হিচাপে কাৰ্য্য নিৰ্বাহ কৰি থকা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া অশোক কুমাৰে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ১৯৭৫ চনৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষতা মেহতাই প্ৰায় ৩ সমষ্ট ২ ভাগৰ ১ বছৰ দিল্লী পৌৰ নিগমৰ মূৰব্বী হিচাপে আছিল।

উত্তৰঃ

মণিপুৰ বিশ্ববিদ্য়ালয়ক কেন্দ্ৰীয় বিশ্ববিদ্য়ালয়ৰ প্ৰদানঃ ৰাজ্য়সভাই বুধবাৰে মণিপুৰ বিশ্ববিদ্য়ালয়ক কেন্দ্ৰীয় বিশ্ববিদ্য়ালয়ত পৰিণত কৰিবলৈ এখন বিধেয়কত অনুমোদন জনায়। মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে উত্তৰ পূৱৰ ৰাজ্য় অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু চিকিমতো এনে অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উত্তৰঃ

পূঁজি মুকলিঃ গ্ৰাম্য় পানী যোগান আঁচনিৰ অধীনত কেন্দ্ৰই অৰুণাচল প্ৰদেশলৈ ৫৫৩ লাখ টকা মোকোলাই দিছে। প্ৰথম পৰ্যায়ত ৪৬৬.৮১ লাখ টকা মুকলি কৰি দিয়া হৈছিল।

উত্তৰঃ

মুম্বাইত কেনেকৈ বাস কৰিব লাগে আমি বিহাৰীসকলক শিকনি দিম ঃ প্ৰায় ১০০ শিৱ সৈনিক জে. জে. হাস্পতাল আক্ৰমণ কৰি দৈনন্দিন কাম-কাজত বাধা জন্মায়। তেওঁলোকে শ্লোগান দিয়ে আৰু মহাৰাষ্ট্ৰৰ বাহিৰৰ ছাত্ৰৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিব বুলি ভাবুকি প্ৰদান কৰে।

উত্তৰঃ

চৰকাৰে বৰ্খাস্ত কৰিবলৈ দাবীঃ কংগ্ৰেছ বিধায়িনী দলে (Congress Legisletuve Party-CLP) অলপতে ৰাজ্য়পালক প্ৰদান কৰা এখন আবেদনত বিত্তীয় বেমেজালি আৰু ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত নাগালেণ্ড গণতান্ত্ৰিক মৰ্চা চৰকাৰক বৰ্খাস্ত কৰিবলৈ দাবী জনায়।

উত্তৰঃ

নক্সালবাদী সকলক অস্ত্ৰ সমৰ্পণ কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA) চৰকাৰৰ আহ্বানঃ বিৰোধী দল- ৰাষ্ট্ৰীয় জনতা দল আৰু ইয়াৰ সহযোগী কংগ্ৰেছ আৰু চি পি আই (এম) ৰ সদন ত্য়াগৰ মাজতে বিহাৰ চৰকাৰে নক্সালবাদীক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ আহ্বান জনায়। চৰকাৰে নিবনুৱা সমস্য়া নিৰ্মূল কৰি এটা নতুন যুগত প্ৰৱেশ কৰোৱাৰ ইয়াৰ প্ৰতিশ্ৰুতিৰ বিষয়েও দোহাৰে।

উত্তৰঃ

২। তলত উল্লেখ কৰা কোনটো বাক্য় শুদ্ধ ভাৱি চোৱা আৰু কিয় লিখা।

যুক্তৰাষ্ট্ৰবাদত বিভিন্ন অঞ্চলৰ মানুহে, এজনে আনজনৰ ওপৰত নিজৰ সংস্কৃতি জাপি দিয়াৰ ভয় নথকাকৈ মনৰ ভাৱ আদান-প্ৰদান কৰিব পৰা সম্ভাৱনা থাকে।

উত্তৰঃ

যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাত বেলেগ বেলেগ সম্পদ থকা পৃথক অঞ্চলসমূহৰ মাজত সহজভাৱে অৰ্থনৈতিক আদান প্ৰদানত বাধাৰ সৃষ্টি হয়।

উত্তৰঃ

যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাই কেন্দ্ৰৰ সীমিত ক্ষমতা থকাটো নিশ্চিত কৰিব।

উত্তৰঃ

৩। তলত উল্লেখ কৰা বেলজিয়ামৰ সংবিধানৰ প্ৰথম কেইটামান অনুচ্ছেদৰ ওপৰত ভিত্তি কৰি দেশখনত কেনে ধৰণৰ যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা আছে বাখ্যা কৰা। ভাৰতৰ সংবিধানৰ বাবে তেনে ধৰণৰ অনুচ্ছেদ একোটা লিখিবলৈ চেষ্টা কৰা।

উত্তৰঃ

শিৰোনামা ১ঃ যুক্তৰাষ্ট্ৰীয় বেলজিয়ামঃ ইয়াৰ উপাদান আৰু ভূমিখণ্ড

উত্তৰঃ

১ নং অনুচ্ছেদ ঃ বেলজিয়াম হৈছে কিছুমান সম্প্ৰদায় আৰু অঞ্চলক লৈ গঠন হোৱা এখন যুক্তৰাষ্ট্ৰ।

উত্তৰঃ

২ নং অনুচ্ছেদঃ তিনিটা সম্প্ৰদায়ৰদ্বাৰা বেলজিয়াম গঠিত হৈছেঃ ফৰাচী সম্প্ৰদায়, ফ্লেমিছ সম্প্ৰদায় (Flemish) আৰু জাৰ্মান সম্প্ৰদায়।

উত্তৰঃ

৩ নং অনুচ্ছেদঃ বেলজিয়াম তিনিটা অঞ্চলক লৈ গঠিত হৈছেঃ ৱালুন অঞ্চল (Walloon region), ফ্লেমিছ অঞ্চল (Flemish region) আৰু ব্ৰাচেলচ্ অঞ্চল (Brussels region) ।

উত্তৰঃ

৪ নং অুচ্ছেদঃ বেলজিয়ামৰ চাৰিটা ভাষিক অঞ্চল আছেঃ ফৰাচী ভাষা কোৱা অঞ্চল, ডাচ্চ ভাষা কোৱা অঞ্চল, ব্ৰাচলেচ্ ৰাজধানীৰ দ্বিভাষিক অঞ্চল আৰু জাৰ্মান ভাষা কোৱা অঞ্চল। ৰাজ্য়খনৰ প্ৰত্য়েকখন কম্য়ুন (Country borough) এনে একোটা ভাষিক অঞ্চলৰ অংশ …..।

উত্তৰঃ

৫ নং অনুচ্ছেদঃ ৱালুন অঞ্চলটো তলত উল্লেখ কৰা প্ৰদেশ কেইখনৰ দ্বাৰা গঠিতঃ ৱালুৱ ব্ৰাবান্ট (Walloon Brabant), হাইলন্ট (Hainault), লিয়েজ (Liege), লাক্সেমবাৰ্গ (Luxemburg) আৰু নামুৰ (Namur)। ফ্লেমিছ অঞ্চলটোত থকা প্ৰদেশ কেইখন হৈছেঃ এন্ট্ৱাৰ্প (Antwerp), ফ্লেমিছ , ব্ৰাবান্ট, ৱেষ্ট ফ্লেণ্ডাৰ্চ (West Flenders), ইষ্ট ফ্লেণ্ডাৰ্চ (East Flenders) আৰু লিমবাৰ্গ (Limburg) …..।

উত্তৰঃ

৪। কল্পনা কৰা যে, তুমি যুক্তৰাষ্ট্ৰবাদৰ ব্য়ৱস্থা কিছুমান নতুনকৈ লিখিব লাগিব। তলত উল্লেখ কৰা বিষয়সমূহত তোমাৰ পৰামৰ্শৰে সৈতে ৩০০ শব্দৰ ভিতৰত একোখন ৰচনা লিখা।

(ক) কেন্দ্ৰ ৰাজ্য়ৰ মাজত ক্ষমতাৰ বিবাজন

উত্তৰঃ
(খ) বিত্তীয় সম্পদৰ বিতৰণ

উত্তৰঃ
(গ) আন্তঃৰাজ্য়িক বিবাদ মীমাংসাৰ পদ্ধতি আৰু

উত্তৰঃ
(ঘ) ৰাজ্য়পালৰ নিযুক্তি।

উত্তৰঃ

৫। তলত উল্লেখ কৰা কোনটো, ৰাজ্য় গঠনৰ ভিত্তি হোৱা উচিত আৰু কিয়?

(ক) উমৈহতীয়া ভাব্য়

উত্তৰঃ
(খ) উমৈহতীয়া ্ৰ্থনৈতিক স্বাৰ্থ

উত্তৰঃ
(গ) উমৈহতীয়া ধৰ্ম

উত্তৰঃ
(ঘ) প্ৰশাসনীয় সুচলতা

উত্তৰঃ

৬। উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্য়, যেনে ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু বিহাৰত হিন্দী ভাষা কোৱা হয়। এই গোটেইকেইখন ৰাজ্য় লগ লগাই এখন ৰাজ্য় গঠন কৰিলে ই যুক্তৰাষ্ট্ৰীয় ধাৰণাৰ লগত খাপ খাবনে? যুক্তি দৰ্শোৱা।

উত্তৰঃ

৭। ৰাজ্য় চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য় উল্লেখ কৰা।

উত্তৰঃ

৮। ৰাজ্য়পালৰ ভূমিকাৰ বাবে বহুতো ৰাজ্য় অশন্তুষ্ট কিয়?

উত্তৰঃ

৯। ৰাজ্য় চৰকাৰ এখনে সংবিধান অনুসৰি নচলিলে তাত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰি। ৰাজ্য় এখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিবলৈ তলত উল্লেখ কৰা ঘটনা কেইটা উপযুক্ত অৱস্থা হয়নে? কাৰণ দৰ্শোৱা।

উত্তৰঃ

ৰাজ্য়িক বিধানসভাৰ দুজন বিৰোধী দলৰ সদস্য়ক অপৰাধীয়ে হত্য়া কৰিলে আৰু বিৰোধী পক্ষই সেইবাবে ৰাজ্য় চৰকাৰ বৰ্খাস্ত কৰিবলৈ দাবী জনালে।

উত্তৰঃ

ধনৰ বাবে শিশু অপহৰণৰ ঘটনা বৃদ্ধি পাই আহিছে। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাও বাঢ়ি আছে।

উত্তৰঃ

অলপতে হোৱা ৰাজ্য়িক বিধানসভাৰ নিৰ্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। এটা ৰাজনৈতিক দলক সমৰ্থন জনাবলৈ আন দলৰ বিধানসভাৰ সদস্য় কেইজনমানক ধনৰ দ্বাৰা প্ৰলোভিত কৰাৰ আশঙ্কা কৰা হৈছে।

উত্তৰঃ

কেন্দ্ৰ আৰু ৰাজ্য়ত পৃথক দলে শাসন কৰি আছে আৰু তেওঁলোক এটা আনটোৰ ঘোৰ বিৰোধী।

উত্তৰঃ

সাম্প্ৰদায়িত সংঘৰ্ষত ২০০০ তকৈও অধিক লোকক হত্য়া কৰা হৈছে।

উত্তৰঃ

দুখন ৰাজ্য়ৰ পানীৰ বাবে হোৱা বিবাদত, এখন ৰাজ্য় চৰকাৰে উচ্চতম ন্য়ায়ালয়ৰ সিদ্ধান্ত মানিবলৈ অস্বীকাৰ কৰিছে।

উত্তৰঃ

১০। অধিক স্বায়ত্ত শাসনৰ বাবে ৰাজ্য়বোৰে কি কি দাবী জনাইছে?

উত্তৰঃ

১১। কিছুমান ৰাজ্য় বিশেষ ব্য়ৱস্থাৰ দ্বাৰা শাসন কৰা উচিতনে? ই আন ৰাজ্য়ৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰি নেকি? ই ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলৰ মাজত অধিক ঐক্য় সাধন কৰাত সহায় কৰিব নেকি?

উত্তৰঃ