সংবিধান কিয় আৰু কেনেকৈ | অধ্যায় ১ | (Constitution: Why and How?) | HS 1st Year Chapter 1 Question and Answer Assam | Class 11 Political Science Solution | Class 11 Political Science Lesson 1 Important Question and Answer | HS 1st year Political Science Chapter 1 Shorts Important Question and Answer Notes and Suggestion |

অধ্যায় ১

(Constitution: Why and How?)

অনুশীলনী

১। কোনবিধ কাৰ্য্য সংবিধানৰ অন্তৰ্ভূক্ত নহয়৷

উত্তৰঃ

(ক) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ।

উত্তৰঃ

(খ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা।

উত্তৰঃ

(গ) প্রতিভাপন্ন ব্যক্তি ক্ষমতালৈ অহা।

উত্তৰঃ

(ঘ) মত প্ৰকাশৰ অধিকাৰ।

উত্তৰঃ

২। তলত উল্লেখ কৰা কোনবোৰ যুক্তি সংসদতকৈ সংবিধানৰ কৰ্তৃত্ত্ব বেছি নিৰ্ধাৰণ কৰা?

(ক) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল।

উত্তৰঃ

(খ) সাংসদ সকলোতকৈ সংবিধান প্রণেতা সকল বিশিষ্ট নেতা।

উত্তৰঃ

(গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নিৰ্ধাৰণ কৰে।

উত্তৰঃ

(ঘ) সংসদৰ দ্বাৰা সংবিধান সংশোধন কৰিব নোৱাৰে।

উত্তৰঃ

৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা বাক্যবোৰ সঁচানে মিছা বাছি উলিওৱা।

উত্তৰঃ

(ক) সংবিধান চৰকাৰৰ গঠন আৰু ক্ষমতা সম্পর্কে লিখিত দলিল।

উত্তৰঃ

(খ) গণতান্ত্রিক দেশৰ বাবেহে সংবিধান প্রয়োজন।

উত্তৰঃ

(গ) সংবিধান কেবল আইনগত দলিলহে, ইয়াৰ কোনো আদৰ্শ আৰু গুৰুত্ব নাই।

উত্তৰঃ

(ঘ) সংবিধানে নাগৰিকক নতুনত্ব প্ৰদান কৰা

উত্তৰঃ

৪। ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নিম্নলিখিত সিদ্ধান্তবিলাক সঁচা নে মিছা যুক্তি দর্শোরা?

উত্তৰঃ

(ক) সংবিধান সভাত ভাৰতীয় প্ৰতিনিধিত্ব নাই ইয়াৰ নিৰ্বাচনো সকলো নাগৰিকৰ দ্বাৰা হোৱা নাছিল।

উত্তৰঃ

(খ) সংবিধান প্রণয়নৰ সময়ত, সংবিধানৰ বুনিয়াদী ৰূপৰেখা সম্পর্কে নেতাবিলাকৰ মাজত সহমত থকাৰ বাবে কোনো ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হোৱা নাছিল।

উত্তৰঃ

(গ) ভাৰতীয় সংবিধান অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনো মৌলিকতা নাই।

উত্তৰঃ

উত্তৰঃ

৫। ভাৰতীয় সংবিধানৰ আধাৰত তলত উল্লেখ কৰা সিদ্ধান্ত সম্পৰ্কত দুটাকৈ উাহৰণ দিয়া।

উত্তৰঃ

(ক) ভাৰতীয় সংবিধানখন বিচক্ষণ নেতাৰ দ্বাৰা প্ৰণয়ন কৰা হৈছে বাবে এওঁলোকক ভাৰতীয় জনসাধাৰণে সম্মান কৰে।

উত্তৰঃ

(খ) সংবিধানে যি উপায়ে ক্ষমতাৰ বিতৰণ কৰিছে তাক অদল-বদল কৰাত প্রতিবন্ধকতা আছে।

উত্তৰঃ

(গ) সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাঙ্খাৰ কেন্দ্ৰবিন্দু।

উত্তৰঃ

৬। দেশৰ বাবে ক্ষমতাৰ স্পষ্ট সীমাবদ্ধতা আৰু দায়বদ্ধতাৰ বাবে সংবিধানৰ কিছু আৱশ্যক? এনেকুৱা সীমাবদ্ধতা আৰু দায়বদ্ধতা নহলে কি ঘটিব পাৰে?

উত্তৰঃ

৭। শাসক সকলৰ বাবে সীমাবদ্ধতা সংবিধানত কিয় আৱশ্যক? এনেকুৱা সংবিধান থাকিব পাৰে নেকি য’ত নাগৰিকৰ কোনো অধিকাৰ থাকিব নোৱাৰে?

উত্তৰঃ

৮। যেতিয়া জাপানৰ সংবিধান ৰচনা কৰা হৈছিল তেতিয়া দ্বিতীয় বিশ্ব যুদ্ধত আমেৰিকাৰ হাতত পৰাজিত হৈ পৰাধীন হৈ আছিল। জাপানৰ সংবিধানত সেই সময়ত এনেকুৱা ব্যৱস্থা থকাটো সম্ভৱ নাছিল যিটো আমেৰিকাৰ বাবে পছন্দৰ নহয়। তোমাৰ বিবেচনা মতে এনেকুৱ সমস্যাত সংবিধান ৰচনা কৰা সম্ভৱ নে? ভাৰতীয় সংবিধান প্রণয়ন কৰাৰ সময়ত এনেকুৱা সমস্যাৰ কি পার্থক্য আছিল?

উত্তৰঃ

৯। ৰজতে শিক্ষকক প্রশ্ন কৰিলে যে এই সংবিধানখন পঞ্চাশ বছৰ আগৰ গতিকে ই বর্তমান সময়োপযোগী নহয়। কাৰ্য্যকৰী কৰাৰ সময়ত মোৰ পৰা কোনোৱে মতামত লোৱা নাই। ইয়াৰ ভাষাবোৰ বৰ কঠিন হোৱা বাবে মই বুজি পোৱা নাই। গতিকে কিয় মই এই সংবিধানখন মানি ল’ব লাগিব তাক বুজাই দিব লাগিব। যদি তুমি সেই শিক্ষকজন হোৱা, তেনেহলে ৰজতক কেনেকৈ উত্তৰটো দিবা?

উত্তৰঃ

১০। আমাৰ সংবিধানৰ কাৰ্য কলাপৰ সৈতে জড়িত তিনিটা বেলেগ বেলেগ বিভাগৰ কাৰ্যৰ অনুভৱক লৈ এটি আলোচনা চক্ৰত তিনিজন বক্তাই ভাগ লৈছেঃ

(ক) হৰবঞ্চঃ ভাৰতীয় সংবিধানে গণতান্ত্রিক ধ্যান-ধাৰণা প্ৰদান কৰাত সফল হৈছে।

উত্তৰঃ

(খ) নেহাঃ ভাৰতীয় সংবিধানত স্বতন্ত্রতা, সমতা আৰু ভাতৃত্ববোধ সুনিশ্চিতকৰণত বিধিগত বাধা আছে। সেই বাবে ভাৰতীয় সংবিধান বিফল হৈছে।

উত্তৰঃ

(গ) নাজিমাঃ ভাৰতীয় সংবিধান বিফল নহয়, আমিহে ইয়াক বিফল কৰিছোঁ। তুমি ওপৰত উল্লেখ কৰা কোনটো পক্ষ সমৰ্থন কৰা আৰু কিয়, যদি নকৰা তেনেহলে তোমাৰ নিজস্ব বক্তব্য দাঙি ধৰা?

উত্তৰঃ