হৰিশ্চন্দ্ৰ উপাখ্যান | Chapter 3 | BA 5th Semester Assamese Book | GU BA 5th Semester Assamese Books Question Answer Solution for Assam |

হৰিশ্চন্দ্ৰ উপাখ্যান

আৰ্হি-প্রশ্ন 

১। অতি চমু প্রশ্ন : 

(ক) শংকৰদেৱৰ ৰচিত সাহিত্যসমূহৰ আধাৰ গ্ৰন্থ কি? 

উত্তৰ :

(খ) শংকৰদেৱৰ ৰচিত প্রথম গ্ৰন্থখনৰ নাম কি?

উত্তৰ :  

 (গ) ‘ভকতিৰ চাৰি খুঁটি’ শংকৰদেৱে পোনতে ক’ত মাৰিছিল?

উত্তৰ : 

 (ঘ) ৰজা হৰিশ্চন্দ্ৰৰ পুত্ৰৰ নাম কি?

উত্তৰ :   

 (ঙ) কোন ঋষিয়ে ৰজা হৰিশ্চন্দ্ৰৰ ৰাজ্য , ধন সর্বস্ব কাঢ়ি লৈছিল?

উত্তৰ : 

 (চ) যজ্ঞৰ ভিতৰত কি যজ্ঞ শ্রেষ্ঠ?

উত্তৰ : 

 (ছ) ৰজা হৰিশ্চন্দ্ৰ কি ৰোগত আক্ৰান্ত হৈছিল? 

উত্তৰ : 

2। চমু প্রশ্ন:                                                             

(ক) বশিষ্ঠ মুনিয়ে ৰজাক কাক পূজা কৰিবলৈ কৈছিল আৰু ৰজাই কাক পূজা কৰিছিল ? 

উত্তৰ : 

(খ) ৰোহিতাস্যই পিতৃৰ ওচৰলৈ কাক আৰু কিয় লৈ গৈছিল?

উত্তৰ :

(গ) অযোধ্যা ৰাজ্যখন কেনেকুৱা আছিল?

উত্তৰ : 

(ঘ) কাব্যখনত ৰজা হৰিশ্চন্দ্ৰৰ মাজেৰে প্ৰধানকৈ কি দেখুৱাব বিচাৰিছে? 

উত্তৰ : 

(ঙ) নির্জন বনত কোন ঋষিয়ে তপস্যা কৰি আছিল? তেওঁৰ বিদ্যাই তপস্যাৰ প্ৰভাৱত কেনেদৰে কান্দিছিল? 

উত্তৰ :

৩৷ উত্তৰ দিয়াঃ

 (ক) ‘হৰিশ্চন্দ্ৰ উপাখ্যান’ৰ এটি বিশ্লেষণাত্মক আলোচনা কৰা। 

উত্তৰ :

(খ) কাব্যখনত সৈব্যাৰ পতি ভক্তিৰ নিদৰ্শন কেনেদৰে বৰ্ণিত হৈছে।

উত্তৰ : 

 (গ) ৰোহিতাস্যই নিজকে বিশ্বামিত্ৰৰ পৰা লুকুৱাই ৰাখি পিতৃক কেনেদৰে সহায় কৰিছিল? 

উত্তৰ:      

(ঘ) ৰজা হৰিশ্চন্দ্ৰৰ মাজেৰে সত্যবাদিতা আৰু ত্যাগৰ মহিমা তথা বিষ্ণুভক্তি কেনেদৰে প্ৰকাশ পাইছে? 

উত্তৰ : 

(ঙ) কাব্যখনৰ সাহিত্যিক সৌন্দৰ্যৰ বিষয়ে আলোচনা কৰা ৷ 

উত্তৰ :

(চ) কাব্যখনত হাস্য , বীৰ আৰু কৰুণ ৰসৰ কেনেদৰে সমাহাৰ ঘটিছে আলোচনা কৰা। 

উত্তৰ : 

(ছ) শংকৰদেৱৰ সাহিত্য কৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰ : 
৪।  ব্যাখ্যা কৰাঃ

 (ক) জগতৰ নাম সংসাৰৰ আদি মূল। 

      বিষ্ণুক পূজিবো প্ৰথমতে দিয়া ফুল ৷৷

উত্তৰ :

 (খ) পুণ্যৰ প্ৰভাৱে বহ্নি ভৈলা সুশীতল। 

উত্তৰ : 

(গ) স্বর্গে যদি যাওঁ মই পাইবে উপতাপ। 

    ভকতক পৰিত্যাগ হোৱা মহাপাপ ৷৷

উত্তৰ :