সামাজিক নাটক কাক বোলে

সমাজ বা তাৰ অন্তর্ভুক্ত ব্যক্তি জীৱনৰ বিভিন্ন সমস্যাক প্রধান কৰি লৈ ৰচনা কৰা নাটককেই সামাজিক নাটক বোলে ।