‘হুঁচৰি’ কি?

‘হুঁচৰি’ কি?

উত্তৰঃ বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল,পেঁপা, তাল আদি লৈ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে সামুহিকভাৱে বিহু গীত গাই ইয়াকে হুচৰি বোলে।