(৬) জাৰক পদাৰ্থ কি ?

উত্তৰঃ জাৰক দ্ৰব্য হৈছে এনে পদাৰ্থ যি আন পদাৰ্থ বা দ্ৰব্যক অক্সিজেন প্ৰদান কৰে।