আমি খোৱা-বোৱাত সৰ্বদা বাৱহাৰ কৰা সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?

উত্তৰঃ আমি খোৱা-বোৱাত সৰ্বদা বাৱহাৰ কৰা সাধাৰণ নিমখৰ ৰাসায়নিক নাম ছ’ডিয়াম ক্ল’ৰাইড।