ৰাজপথ তলত কবিয়ে দেখা চিত্ৰখনত কি অংকিত হৈছি ?

ৰাজপথ নামৰ কবিতাটোত কবিয়ে দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী কুৰী শতিকাৰ চল্লিশৰ দশকৰ আধুনিক যুগৰ সময়খিনিৰ বাস্তৱ চিত্ৰ অংকণ কৰিছে। ৰাজপথৰ বুকুৰ ওপৰেদি বহুতো ট্ৰাম, বাছ, টেস্কি, ৰিস্কাবোৰ চলি থাকে।