উত্তৰঃ আটাইতকৈ বেছি ধান পশ্চিমবঙ্গ ৰাজ্য়ই উৎপাদন কৰে ।
Month: June 2022
লোৰ-আকৰ কোনখন ৰাজ্য়ত আচাইতকৈ বেছি পোৱা যায় ?
উত্তৰঃ লোৰ-আকৰ মধ্য় প্ৰদেশ ৰাজ্য়ত আটাইতকৈ বেছি পোৱা যায়।
তলৰ কোনখন ৰাজ্য়ৰ জনমুৰি বিদ্য়ুৎ উপভোগৰ পৰিমাণ বেছি ?
উত্তৰঃ তলৰ মহাৰাষ্ট্ৰখন ৰাজ্য়ৰ জনমুৰি বিদ্য়ুৎ উপভোগৰ পৰিমাণ বেছি ।
মধ্য় ভাৰতৰ পশ্চিমলৈ বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি ?
উত্তৰঃ মধ্য় ভাৰতৰ পশ্চিমলৈ বৈ যোৱা বৃহত্তম নদীখনৰ নাম হ’ল নৰ্মদা ।