আহোম যুগৰ সাজপাৰ | Chapter 12 | Class 7 History Chapter 12 Question And Answer jatiya Bidyalay | Class 7 History History Chapter 12 Solution AJB |

অধ্যায়ঃ ১২

আহোম যুগৰ সাজপাৰ

১। সাজ – পােছাকৰ জৰিয়তে কি কি কথাৰ আভাস পােৱা যায় ?

উত্তৰঃ সাজ-পোছাকৰ জৰিয়তে একোজন ব্য়ক্তিৰ ৰুচি-অভিৰুচি,ব্য়ক্তিত্ব,একোটা জাতিৰ জাৰীয় পৰিচয় আদি কথাৰ আভাস পোৱা যায়।

২। সাজপাৰৰ উল্লেখ থকা পুৰণি অসমৰ তিনিখন গ্ৰন্থৰ নাম লিখ ।

উত্তৰঃ সাজপাৰ উল্লেখ থকা পুৰণি অসমৰ তিনিখন গ্ৰন্থৰ নাম হ’ল (১) শ্ৰীহৰ্ষচৰিত (২)কালিকা পুৰাণ (৩) হস্তীবিদ্য়াৰ্ণৱ।

৩। অসমীয়া পুৰুষ সমাজৰ ধুতি পিন্ধাৰ নিয়ম সম্পর্কে লিখা ।

উত্তৰঃ

৪। অসমীয়া মহিলাৰ সাজ – পাৰৰ বিষয়ে আলােচনা কৰাঁ ।

উত্তৰঃ

৫। অসমীয়া মানুহৰ সাজ – পাৰৰ বিষয়ে এটা টোকা লিখ ।

উত্তৰঃ