এছিড ক্ষাৰক আৰু লৱন | Chapter 8 | Class 7 New Science Question And Answer Jatiya Bidyalay | Class 7 New Science Solution AJB |

অধ্যায়ঃ অষ্টম

এছিড ক্ষাৰক আৰু লৱন

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা
  2. i ) ক্ষাৰকৰ সােৱাদ-

a ) টেঙা b ) তিতা c ) লুণীয়া d ) মিঠা

উত্তৰঃ b ) তিতা

ii ) মাখনত থকা এছিডবিধৰ নাম—

a ) হাইড্রক্লৰিক এছিড b ) এছেটিক এছিড c ) লেকটিক এছিড d ) টাৰটাৰিক এছিড

উত্তৰঃ c ) লেকটিক এছিড

iii ) চণপানী এবিধ

a ) এছিড b ) ক্ষাৰক c ) প্রশম দ্ৰৱ d ) এটাও নহয়

উত্তৰঃ b ) ক্ষাৰক

  1. খালী ঠাই পূৰ কৰা :

a ) চাবােন পানীৰ দুৱত হালধী গুড়ি যােগ কৰিলে দ্রৱৰ বৰণ ৰঙা হয় ।

b ) চূণপানীত থকা ক্ষাৰকবিধ হ’ল _কেলছিয়াম হাইড্ৰক্সাইড ।

c ) পৰুৱাই কামুৰি দেহত ফৰমিক এছিড সুমুৱাই দিয়ে ।

d ) ক্ষাৰকৰ সােৱাদ তিতা।

  1. অতি চমু উত্তৰ লিখা ।

a ) ভিনেগাৰত থকা এছিডৰ নাম লিখা ।

উত্তৰঃ ভিনেগাৰত থকা এছিডবিধৰ নাম হ’ল- এছেটিক এছিড।

b ) ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণৰ নাম লিখা ।

উত্তৰঃ ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণ হ’ল- নিমখ।

c ) প্রশমনত কি কি পদার্থ উৎপন্ন হয় ?

উত্তৰঃ প্ৰশমনত লৱন উৎপন্ন হয়।

4 , শুদ্ধ / অশুদ্ধ লিখা ।

a ) কমলা ৰসত ৰঙা লিটমাছ দিলে বৰণৰ সলনি নহয় । শুদ্ধ।

b ) কাপােৰ ধােৱা ছডা আচলতে এবিধ লৱণ । শুদ্ধ।

c ) মেগনেছিয়াম হাইড্রক্সাইড এছিড প্ৰতিৰােধী ঔষধ হিচাপে ব্যৱহৃত হয় । অশুদ্ধ।

d ) ছালফিউৰিক এছিড হ’ল জৈৱ এছিড । অশুদ্ধ।

e ) এবিধ খনিজ এছিডৰ উদাহৰণ হ’ল নাইট্রিক এছিড । শুদ্ধ।

  1. চমু উত্তৰ লিখা :

a ) সূচক কাক বােলে ? এটা উদাহৰণ দিয়া ।

উত্তৰঃ

b ) জৈৱ এছিড কি ? দুবিধ এনে এছিডৰ নাম লিখা ।

উত্তৰঃ

c ) মাখন , দৈ আৰু ভিনেগাৰৰ সােৱাদ কিয় টেঙা ?

উত্তৰঃ

d ) ক্ষাৰকৰ সংজ্ঞা লিখা । এটা উদাহৰণ দিয়া ।

উত্তৰঃ

E ) লৱণ কাক বােলে ? তােমাৰ ঘৰত থকা দুবিধ লৱণৰ নাম লিখা ।

উত্তৰঃ

f ) তোমাৰ ঘৰত ক্ষাৰক থকা এবিধ দ্ৰব্যৰ নাম লিখা ।

উত্তৰঃ

g ) তিনিটা পৰীক্ষানলীত যথাক্রমে নেমু ৰসৰ দ্ৰৱ , চুণ পানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে । এখন ৰঙা লিটমাছ কাগজেৰে এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ?

উত্তৰঃ