কাৰ্বিসকলে খেতিৰ শ্ৰীবৃদ্ধি হ’বলৈ কোন দেৱতাক পৃজা কৰে ?

উত্তৰঃ কাৰ্বিসকলে শস্য়ৰ শ্ৰীবৃদ্ধিৰ বাবে হেমফু মুক্ৰাং আৰু ৰাছি নজা দেৱীক পূজা-অৰ্চনা কৰে ।